logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বোকাজানত চতুৰ্থ গোর্খা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি! 🏆 ⚽ বোকাজানত চতুৰ্থ গোর্খা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি! 🏆 🛑 ফাইনেলত YOUNG GUN দলে TAITEN WARRIORSক ৩–২ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ৰোমাঞ্চকৰ খেলখন উপভোগ কৰিবলৈ মাতিপুল খেলপথাৰত সমবেত হয় সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী। 🛑 বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ’ৰ্ট | Focus Axom 24 . . . . #FocusAxom24 #nonfollowers #GorkhaFootball #Football #facebookpost

14 hrs ago
user_ভাস্কৰ জ্যোতি দত্ত
ভাস্কৰ জ্যোতি দত্ত
Local News Reporter বোকাখাত, গোলাঘাট, অসম•

More news from অসম and nearby areas
  • কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মাৰ/পি/ট/ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। 🛑 কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মা/ৰ/পি/টৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাত কেইবাগৰাকীও ছাত্ৰ আহত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 🛑 বিদ্যালয় কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে শিক্ষা বিষয়া আৰু আৰক্ষী বিষয়াক অভিযোগ দাখিল কৰে। খবৰ উৎস: বিভা শইকীয়া ভ্লগ . . . . #nonfollowers #AssamNews #facbookreelsfypシ゚viralシ #ViralReel #Followers
    1
    কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মাৰ/পি/ট/ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
🛑 কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মা/ৰ/পি/টৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাত কেইবাগৰাকীও ছাত্ৰ আহত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
🛑 বিদ্যালয় কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে শিক্ষা বিষয়া আৰু আৰক্ষী বিষয়াক অভিযোগ দাখিল কৰে।
খবৰ উৎস: বিভা শইকীয়া ভ্লগ
.
.
.
.
#nonfollowers #AssamNews #facbookreelsfypシ゚viralシ #ViralReel #Followers
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।
    1
    নিজ  সতীৰ্থ যোদ্ধাক  হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয়  YOUTUBER  MR.BITU  । মহুৰামুখৰ আশ্ৰমত  জনালে শ্ৰদ্ধাঞ্জলি।
শিৱসাগৰৰ  বানাক্ৰান্তক  নিৰৱে  সহায় কৰা  মানস  জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে  দুদিন পুৰ্বে  দুৰ্ঘটনাত পতিত হয়  কৰুণ মৃত্যুক আঁকোৱালি লয়।  যুৱক  জনৰ  লগত  MR.BITU ৰ আছিল  মধুৰ সম্পৰ্ক।  শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা  ,ঘৰ নিৰ্মাণত  MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে  জড়িত আছিল  শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA  ।  ২০২৩ চনতে  ফোন যোগে  চিনাকি  হোৱা  যুৱক জন  MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা।  শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ  সদায় প্ৰচাৰ বিমুখ  কেৱল সহায় কৰি ভাল পাই মানুহক।   সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত  আজি  বিতু।  MR.BITU য়ে যুৱক জনক শেষ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  নিজৰ  মহুৰামুখ স্থিত আশ্ৰমত।  পৰৱৰ্তী সময়ত যুৱক জনৰ  কৰ্মৰাজী জীয়াই ৰাখিবলৈ  বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    36 min ago
  • সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।
    1
    সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    4 hrs ago
  • 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
    1
    🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    16 hrs ago
  • মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব
    1
    মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব 
মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব
    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    6 hrs ago
  • মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে। মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে।
    1
    মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই...

 মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" 

অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে।

    user_News 9
    News 9
    Photographer চামাগুৰি, নগাঁও, অসম•
    23 hrs ago
  • *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়। সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে। নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়। অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে। অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে। *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়। সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে। নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়। অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে। অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে।
    1
    *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন*

*২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়।
সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে।

নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়।

অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে।
অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে।

    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান। ৰূপহী নিউজ ডেস্ক ৰিপ’ৰ্ট | Focus Axom 24 🛑 নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান। ৰূপহীহাটৰ ফাকলস্থিত টাউন ডিষ্ট্ৰিবিউটৰত অভিযান চলাই ধৰা পেলালে বিসংগতি। 🛑 অভিযানৰ উমান পাই বন্ধ কৰি দিয়ে বহু অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচি। অবৈধভাৱে ফাৰ্মাচি চলালে ছীল কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি ঔষধ পৰিদৰ্শকৰ। News desk report focus axom 24 . . . . #Nagaon #nonfollowers #IllegalPharmacy #DrugInspector #FocusAxom24
    1
    নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান। ৰূপহী
নিউজ ডেস্ক ৰিপ’ৰ্ট | Focus Axom 24
🛑 নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান। ৰূপহীহাটৰ ফাকলস্থিত টাউন ডিষ্ট্ৰিবিউটৰত অভিযান চলাই ধৰা পেলালে বিসংগতি।
🛑 অভিযানৰ উমান পাই বন্ধ কৰি দিয়ে বহু অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচি। অবৈধভাৱে ফাৰ্মাচি চলালে ছীল কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি ঔষধ পৰিদৰ্শকৰ।
News desk report 
focus axom 24 
.
.
.
.
#Nagaon #nonfollowers #IllegalPharmacy #DrugInspector #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.