Shuru
Apke Nagar Ki App…
সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।
KHABAR 24 BISWANATH
সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।
More news from অসম and nearby areas
- বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতীক চিহ্ন উন্মোচন। উন্মোচক হিচাপে উপস্থিত বিধায়ক প্ল্লৱ লোচন দাস।1
- যোৰহাটৰ ন-আলি উৰণ সেতুত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না। দুখন গাড়ী, এখন স্কুটি আৰু এখন মটৰ চাইকেলৰ মাজত সং/ঘ/ৰ্ষ। 🔴 BREAKING NEWS | যোৰহাট যোৰহাটৰ ন-আলি উৰণ সেতুত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না। দুখন গাড়ী, এখন স্কুটি আৰু এখন মটৰ চাইকেলৰ মাজত সং/ঘ/ৰ্ষ। এখন গাড়ীয়ে এফালৰ পৰা মহতিয়াই নিয়াৰ অভিযোগ। এজনৰ ঘটনাস্থলীতে মৃ/ত্যু/ হোৱাৰ আশংকা, আ/হ/ত তিনিজন। . . . . #যোৰহাট #BreakingNews #facebookpost #nonfollowers #FocusAxom241
- বিশ্বনাথত ভূমি সুৰক্ষাৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলনৰ স্মাৰক পত্ৰ প্ৰদান অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ ত কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমে। বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ২৯ জুলাইত বিধানসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনক তেওঁলোকে আদৰণি জনাইছে। কিন্তু বিধেয়কৰ ১৭৭(৩) দফাত থলুৱাৰ সংজ্ঞাত কলিতা জনগোষ্ঠীক স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাৰ ফলত প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ অনিশ্চিত হৈ পৰিছে। স্মাৰক পত্ৰত ৪ দফীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে ঘোষণা কৰি সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। মূল বাসিন্দাৰ প্ৰমাণৰ বাবে তিনি প্ৰজন্মৰ চৰ্ত কলিতাৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। আইকনিক ঐতিহ্য ক্ষেত্ৰত থলুৱা হিন্দু ধৰ্মাৱলম্বী হিচাপে ভূমিৰ অধিকাৰ প্ৰদান। Tribal Belt & Block আৰু স্বায়ত্বশাসিত অঞ্চলত জনজাতীয়ৰ দৰে সম অধিকাৰ প্ৰদান , এইটো সন্মিলনে দাবী জনায়।4
- ৰাজবাৰী ৩৮৩ নং প্ৰাথমিক বিদ্যালয়ৰ পৰিছালনা সমিতি গঠনৰ ৰাজহুৱা সভা বিহপুৰীযা ঃআজি দুপৰীয়া বিহপুৰীয়াৰ ৰাজবাৰীত অৱস্হিত ঐতিহ্যমণ্ডিত ৮১ বছৰীয়া ৩৮৩ নং প্ৰাথমিক বিদ্যালয় খনৰ পৰিছালনা সমিতি খন গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা সমূহীয়া প্ৰাৰ্থনা ৰে আৰম্ভ কৰি প্ৰমেন ভূঞাৰ সঞ্চালনাত অনুস্হিত কৰে ৷ বিগত তিনি বৰ্ষৰ পৰিছালনা সমিতিৰ কায্যকালত এই বিদ্যালয় খনৰ দখলত থকা ছয় কঠা মাটিৰ ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হোৱাত আজিৰ সভাই সভাপতি প্ৰমেন ভূঞাৰ লগতে সমিতি খনৰ শলাগ লয৷ শতকৰা ৫০ শতাংশ মহিলা অভিভাৱকক সদস্য হিচাপে লৈ নতুন সমিতি ৰ সদস্য সকলক ৰাইজে নিৰ্বাচন কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- 🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ 🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই 🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ 🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই1
- ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱৰ কিশোৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম আব্দুল চামাদ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা শুকুৰবাৰৰ পৰা আব্দুল চামাদৰ কোনো সন্ধান পোৱা হোৱা নাই। কিশোৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ, পৰিচিত লোকৰ লগতে সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলাই আহিছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই। কিশোৰজনৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। কোনো সদাশয় লোকে আব্দুল চামাদৰ সন্ধান পালে ৰূপহীহাট আৰক্ষী থানা বা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। যোগাযোগ নম্বৰ- ৮৪৭২০৩২৯৭০/ ৯৩৯৫২২৭৮৮৩1
- গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ . . . . #গোলাঘাট #nonfollowers #PoliceComplaint #FocusAxom24 #foryoupage1
- ঢেকীয়াজুলিৰ মুছলমান যুৱকৰ বাসনাৰ বলি হ'ল মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী আদিবাসী ছোৱালী 📌ঢেকীয়াজুলিৰ শিঙৰী আৰক্ষী চকীৰ অন্তগৰ্ত চিতলমাৰীত সমাজক লজ্জিত কৰা এটা ঘটনা । 📌 এগৰাকী মানসিক ভাৰসাম্য হেৰুৱা আদিবাসী ১৮ বছৰীয়া যুৱতীক বলৎকাৰ এজন ২১ বছৰীয়া মুছলমান যুৱকৰ । 📌জানিৱ পৰা মতে, যোৱানিশা প্ৰায় ৮ মান বজাত আজিজুৰ ৰহমানে ফুচুলাই নি ট্ৰেম্প' গাড়ীৰ ভিতৰত অসংযত কৰ্মত লিপ্ত থকা অৱস্থাত হাতে লোতে ধৰি শিঙৰী আৰক্ষী চকীৰ হাতত গতাই দিয়ে ৰাষ্ট্ৰীয় বজৰং দলৰ নেতৃত্বই । 📌 বৰ্তমানে আৰক্ষীয়ে ধৃত আজিজুৰ ৰহমানক সোধপোছ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।1