Shuru
Apke Nagar Ki App…
ৰাজবাৰী ৩৮৩ নং প্ৰাথমিক বিদ্যালয়ৰ পৰিছালনা সমিতি গঠনৰ ৰাজহুৱা সভা বিহপুৰীযা ঃআজি দুপৰীয়া বিহপুৰীয়াৰ ৰাজবাৰীত অৱস্হিত ঐতিহ্যমণ্ডিত ৮১ বছৰীয়া ৩৮৩ নং প্ৰাথমিক বিদ্যালয় খনৰ পৰিছালনা সমিতি খন গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা সমূহীয়া প্ৰাৰ্থনা ৰে আৰম্ভ কৰি প্ৰমেন ভূঞাৰ সঞ্চালনাত অনুস্হিত কৰে ৷ বিগত তিনি বৰ্ষৰ পৰিছালনা সমিতিৰ কায্যকালত এই বিদ্যালয় খনৰ দখলত থকা ছয় কঠা মাটিৰ ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হোৱাত আজিৰ সভাই সভাপতি প্ৰমেন ভূঞাৰ লগতে সমিতি খনৰ শলাগ লয৷ শতকৰা ৫০ শতাংশ মহিলা অভিভাৱকক সদস্য হিচাপে লৈ নতুন সমিতি ৰ সদস্য সকলক ৰাইজে নিৰ্বাচন কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
নৱজ্যোতি শৰ্মা
ৰাজবাৰী ৩৮৩ নং প্ৰাথমিক বিদ্যালয়ৰ পৰিছালনা সমিতি গঠনৰ ৰাজহুৱা সভা বিহপুৰীযা ঃআজি দুপৰীয়া বিহপুৰীয়াৰ ৰাজবাৰীত অৱস্হিত ঐতিহ্যমণ্ডিত ৮১ বছৰীয়া ৩৮৩ নং প্ৰাথমিক বিদ্যালয় খনৰ পৰিছালনা সমিতি খন গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা সমূহীয়া প্ৰাৰ্থনা ৰে আৰম্ভ কৰি প্ৰমেন ভূঞাৰ সঞ্চালনাত অনুস্হিত কৰে ৷ বিগত তিনি বৰ্ষৰ পৰিছালনা সমিতিৰ কায্যকালত এই বিদ্যালয় খনৰ দখলত থকা ছয় কঠা মাটিৰ ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হোৱাত আজিৰ সভাই সভাপতি প্ৰমেন ভূঞাৰ লগতে সমিতি খনৰ শলাগ লয৷ শতকৰা ৫০ শতাংশ মহিলা অভিভাৱকক সদস্য হিচাপে লৈ নতুন সমিতি ৰ সদস্য সকলক ৰাইজে নিৰ্বাচন কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
More news from অসম and nearby areas
- ৰাজবাৰী ৩৮৩ নং প্ৰাথমিক বিদ্যালয়ৰ পৰিছালনা সমিতি গঠনৰ ৰাজহুৱা সভা বিহপুৰীযা ঃআজি দুপৰীয়া বিহপুৰীয়াৰ ৰাজবাৰীত অৱস্হিত ঐতিহ্যমণ্ডিত ৮১ বছৰীয়া ৩৮৩ নং প্ৰাথমিক বিদ্যালয় খনৰ পৰিছালনা সমিতি খন গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা সমূহীয়া প্ৰাৰ্থনা ৰে আৰম্ভ কৰি প্ৰমেন ভূঞাৰ সঞ্চালনাত অনুস্হিত কৰে ৷ বিগত তিনি বৰ্ষৰ পৰিছালনা সমিতিৰ কায্যকালত এই বিদ্যালয় খনৰ দখলত থকা ছয় কঠা মাটিৰ ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হোৱাত আজিৰ সভাই সভাপতি প্ৰমেন ভূঞাৰ লগতে সমিতি খনৰ শলাগ লয৷ শতকৰা ৫০ শতাংশ মহিলা অভিভাৱকক সদস্য হিচাপে লৈ নতুন সমিতি ৰ সদস্য সকলক ৰাইজে নিৰ্বাচন কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল। ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।1
- বৰষা কাকতি হ/ত্যা/কা/ণ্ড/: ৫০ দিনেও গ্ৰেপ্তাৰ নহ’ল মূল অভিযুক্ত, বোকাজানত উত্তাল প্ৰতিবাদ 🛑 বৰষা কাকতি হ/ত্যা/কা/ণ্ড/: ৫০ দিনেও গ্ৰেপ্তাৰ নহ’ল মূল অভিযুক্ত, বোকাজানত উত্তাল প্ৰতিবাদ 🛑 ৩ জুলাইৰ বৰষা কাকতি হ/ত্যা/কা/ণ্ডৰ ৫০ দিন সম্পূৰ্ণ। মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু ক্ষিপ্ৰ তদন্তৰ দাবীত বোকাজানত বিশাল ন্যায় সভা। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ'ৰ্ট Focus axom 24 . . . . #nonfollowers #facebookpost #AssamNews #FocusAxom24 #everyonefollowers CMO Assam @topfans Mr. Thank You Pragati Live Assam 24×7 News Live Himanta Biswa Sarma1
- গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ1
- শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।4
- বিশ্বনাথত ভূমি সুৰক্ষাৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলনৰ স্মাৰক পত্ৰ প্ৰদান অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ ত কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমে। বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ২৯ জুলাইত বিধানসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনক তেওঁলোকে আদৰণি জনাইছে। কিন্তু বিধেয়কৰ ১৭৭(৩) দফাত থলুৱাৰ সংজ্ঞাত কলিতা জনগোষ্ঠীক স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাৰ ফলত প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ অনিশ্চিত হৈ পৰিছে। স্মাৰক পত্ৰত ৪ দফীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে ঘোষণা কৰি সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। মূল বাসিন্দাৰ প্ৰমাণৰ বাবে তিনি প্ৰজন্মৰ চৰ্ত কলিতাৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। আইকনিক ঐতিহ্য ক্ষেত্ৰত থলুৱা হিন্দু ধৰ্মাৱলম্বী হিচাপে ভূমিৰ অধিকাৰ প্ৰদান। Tribal Belt & Block আৰু স্বায়ত্বশাসিত অঞ্চলত জনজাতীয়ৰ দৰে সম অধিকাৰ প্ৰদান , এইটো সন্মিলনে দাবী জনায়।4
- চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ যোৱা ১৯ জুলাইত অহা প্ৰলয়ংকৰী বানত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিস্তীৰ্ণ অঞ্চলত হাজাৰ হাজাৰ লোক জলবন্দী হৈ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । এনে দুৰ্যোগৰ সময়ত বিভিন্ন ব্যক্তি, দল-সংগঠন আৰু অনুষ্ঠানে বানপীড়িত লোকসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছিল। ইয়াৰ মাজতে চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলা আদিবাসী যুৱ ছাত্ৰ সন্থাৰ লগতে একাংশ বঞ্চিত বানাক্ৰান্তই। উল্লেখযোগ্য যে আদিবাসী উন্নয়ন পৰিষদে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট— এই তিনিখন জিলাৰ বানাক্ৰান্ত আদিবাসী লোকসকলৰ বাবে মুঠ ২ হাজাৰ পেকেট সাহায্য আগবঢ়াইছিল। ইয়াৰে ৩৫০ পেকেট সাহায্য চৰাইদেউ জিলাৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। অভিযোগ অনুসৰি, আদিবাসী যুৱ ছাত্ৰ সন্থাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা প্ৰস্তুত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত চৰাইদেউৰ এগৰাকী নেতাই তালিকাভুক্ত লোকসকল প্ৰকৃততে বানাক্ৰান্ত নহয় বুলি কৈ উক্ত সাহায্যৰ পেকেটসমূহ অন্য স্থানলৈ লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। ফলত প্ৰকৃত বানাক্ৰান্ত একাংশ লোক সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰিছে আদিবাসী যুৱ ছাত্ৰ সন্থাই। সংগঠনটোৱে বান সাহায্যৰ বিতৰণ প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাৰ লগতে প্ৰকৃত বানাক্ৰান্ত লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ প্ৰাপ্য সাহায্য প্ৰদানৰ দাবী জনাইছে। সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱা গাঁওসমূহৰ ভিতৰত মাহমৰা সমষ্টিৰ লাকুৱা সেউজীপাম, লাকুৱা চাৰিমুঠিয়া, চলাপথাৰ বৰগুম বস্তি, চলাপথাৰ নৰা বস্তি আৰু লাকুৱা ভাজনীপথাৰ উল্লেখযোগ্য। আনহাতে সোণাৰি সমষ্টিৰ সেউজীপাম, টীয়ক বঙালী গাঁও আৰু ভজো শিঙৰাজান বাগিছা গাঁৱৰ একাংশ বানাক্ৰান্তও সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উঠিছে।1
- বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন ৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷3