logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ যোৱা ১৯ জুলাইত অহা প্ৰলয়ংকৰী বানত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিস্তীৰ্ণ অঞ্চলত হাজাৰ হাজাৰ লোক জলবন্দী হৈ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । এনে দুৰ্যোগৰ সময়ত বিভিন্ন ব্যক্তি, দল-সংগঠন আৰু অনুষ্ঠানে বানপীড়িত লোকসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছিল। ইয়াৰ মাজতে চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলা আদিবাসী যুৱ ছাত্ৰ সন্থাৰ লগতে একাংশ বঞ্চিত বানাক্ৰান্তই। উল্লেখযোগ্য যে আদিবাসী উন্নয়ন পৰিষদে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট— এই তিনিখন জিলাৰ বানাক্ৰান্ত আদিবাসী লোকসকলৰ বাবে মুঠ ২ হাজাৰ পেকেট সাহায্য আগবঢ়াইছিল। ইয়াৰে ৩৫০ পেকেট সাহায্য চৰাইদেউ জিলাৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। অভিযোগ অনুসৰি, আদিবাসী যুৱ ছাত্ৰ সন্থাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা প্ৰস্তুত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত চৰাইদেউৰ এগৰাকী নেতাই তালিকাভুক্ত লোকসকল প্ৰকৃততে বানাক্ৰান্ত নহয় বুলি কৈ উক্ত সাহায্যৰ পেকেটসমূহ অন্য স্থানলৈ লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। ফলত প্ৰকৃত বানাক্ৰান্ত একাংশ লোক সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰিছে আদিবাসী যুৱ ছাত্ৰ সন্থাই। সংগঠনটোৱে বান সাহায্যৰ বিতৰণ প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাৰ লগতে প্ৰকৃত বানাক্ৰান্ত লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ প্ৰাপ্য সাহায্য প্ৰদানৰ দাবী জনাইছে। সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱা গাঁওসমূহৰ ভিতৰত মাহমৰা সমষ্টিৰ লাকুৱা সেউজীপাম, লাকুৱা চাৰিমুঠিয়া, চলাপথাৰ বৰগুম বস্তি, চলাপথাৰ নৰা বস্তি আৰু লাকুৱা ভাজনীপথাৰ উল্লেখযোগ্য। আনহাতে সোণাৰি সমষ্টিৰ সেউজীপাম, টীয়ক বঙালী গাঁও আৰু ভজো শিঙৰাজান বাগিছা গাঁৱৰ একাংশ বানাক্ৰান্তও সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উঠিছে।

2 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
2 hrs ago

চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ যোৱা ১৯ জুলাইত অহা প্ৰলয়ংকৰী বানত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিস্তীৰ্ণ অঞ্চলত হাজাৰ হাজাৰ লোক জলবন্দী হৈ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । এনে দুৰ্যোগৰ সময়ত বিভিন্ন ব্যক্তি, দল-সংগঠন আৰু অনুষ্ঠানে বানপীড়িত লোকসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছিল। ইয়াৰ মাজতে চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলা আদিবাসী যুৱ ছাত্ৰ সন্থাৰ লগতে একাংশ বঞ্চিত বানাক্ৰান্তই। উল্লেখযোগ্য যে আদিবাসী উন্নয়ন পৰিষদে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট— এই তিনিখন জিলাৰ বানাক্ৰান্ত আদিবাসী লোকসকলৰ বাবে মুঠ ২ হাজাৰ পেকেট সাহায্য আগবঢ়াইছিল। ইয়াৰে ৩৫০ পেকেট সাহায্য চৰাইদেউ জিলাৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। অভিযোগ অনুসৰি, আদিবাসী যুৱ ছাত্ৰ সন্থাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা প্ৰস্তুত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত চৰাইদেউৰ এগৰাকী নেতাই তালিকাভুক্ত লোকসকল প্ৰকৃততে বানাক্ৰান্ত নহয় বুলি কৈ উক্ত সাহায্যৰ পেকেটসমূহ অন্য স্থানলৈ লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। ফলত প্ৰকৃত বানাক্ৰান্ত একাংশ লোক সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰিছে আদিবাসী যুৱ ছাত্ৰ সন্থাই। সংগঠনটোৱে বান সাহায্যৰ বিতৰণ প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাৰ লগতে প্ৰকৃত বানাক্ৰান্ত লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ প্ৰাপ্য সাহায্য প্ৰদানৰ দাবী জনাইছে। সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱা গাঁওসমূহৰ ভিতৰত মাহমৰা সমষ্টিৰ লাকুৱা সেউজীপাম, লাকুৱা চাৰিমুঠিয়া, চলাপথাৰ বৰগুম বস্তি, চলাপথাৰ নৰা বস্তি আৰু লাকুৱা ভাজনীপথাৰ উল্লেখযোগ্য। আনহাতে সোণাৰি সমষ্টিৰ সেউজীপাম, টীয়ক বঙালী গাঁও আৰু ভজো শিঙৰাজান বাগিছা গাঁৱৰ একাংশ বানাক্ৰান্তও সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উঠিছে।

More news from অসম and nearby areas
  • চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ যোৱা ১৯ জুলাইত অহা প্ৰলয়ংকৰী বানত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিস্তীৰ্ণ অঞ্চলত হাজাৰ হাজাৰ লোক জলবন্দী হৈ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । এনে দুৰ্যোগৰ সময়ত বিভিন্ন ব্যক্তি, দল-সংগঠন আৰু অনুষ্ঠানে বানপীড়িত লোকসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছিল। ইয়াৰ মাজতে চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলা আদিবাসী যুৱ ছাত্ৰ সন্থাৰ লগতে একাংশ বঞ্চিত বানাক্ৰান্তই। উল্লেখযোগ্য যে আদিবাসী উন্নয়ন পৰিষদে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট— এই তিনিখন জিলাৰ বানাক্ৰান্ত আদিবাসী লোকসকলৰ বাবে মুঠ ২ হাজাৰ পেকেট সাহায্য আগবঢ়াইছিল। ইয়াৰে ৩৫০ পেকেট সাহায্য চৰাইদেউ জিলাৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। অভিযোগ অনুসৰি, আদিবাসী যুৱ ছাত্ৰ সন্থাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা প্ৰস্তুত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত চৰাইদেউৰ এগৰাকী নেতাই তালিকাভুক্ত লোকসকল প্ৰকৃততে বানাক্ৰান্ত নহয় বুলি কৈ উক্ত সাহায্যৰ পেকেটসমূহ অন্য স্থানলৈ লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। ফলত প্ৰকৃত বানাক্ৰান্ত একাংশ লোক সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰিছে আদিবাসী যুৱ ছাত্ৰ সন্থাই। সংগঠনটোৱে বান সাহায্যৰ বিতৰণ প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাৰ লগতে প্ৰকৃত বানাক্ৰান্ত লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ প্ৰাপ্য সাহায্য প্ৰদানৰ দাবী জনাইছে। সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱা গাঁওসমূহৰ ভিতৰত মাহমৰা সমষ্টিৰ লাকুৱা সেউজীপাম, লাকুৱা চাৰিমুঠিয়া, চলাপথাৰ বৰগুম বস্তি, চলাপথাৰ নৰা বস্তি আৰু লাকুৱা ভাজনীপথাৰ উল্লেখযোগ্য। আনহাতে সোণাৰি সমষ্টিৰ সেউজীপাম, টীয়ক বঙালী গাঁও আৰু ভজো শিঙৰাজান বাগিছা গাঁৱৰ একাংশ বানাক্ৰান্তও সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উঠিছে।
    1
    চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ
যোৱা ১৯ জুলাইত অহা প্ৰলয়ংকৰী বানত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিস্তীৰ্ণ অঞ্চলত হাজাৰ হাজাৰ লোক জলবন্দী হৈ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । এনে দুৰ্যোগৰ সময়ত বিভিন্ন ব্যক্তি, দল-সংগঠন আৰু অনুষ্ঠানে বানপীড়িত লোকসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছিল।
ইয়াৰ মাজতে চৰাইদেউ জিলাত বান সাহায্য বিতৰণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলা আদিবাসী যুৱ ছাত্ৰ সন্থাৰ লগতে একাংশ বঞ্চিত বানাক্ৰান্তই।
উল্লেখযোগ্য যে আদিবাসী উন্নয়ন পৰিষদে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট— এই তিনিখন জিলাৰ বানাক্ৰান্ত আদিবাসী লোকসকলৰ বাবে মুঠ ২ হাজাৰ পেকেট সাহায্য আগবঢ়াইছিল। ইয়াৰে ৩৫০ পেকেট সাহায্য চৰাইদেউ জিলাৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।
অভিযোগ অনুসৰি, আদিবাসী যুৱ ছাত্ৰ সন্থাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা প্ৰস্তুত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত চৰাইদেউৰ এগৰাকী নেতাই তালিকাভুক্ত লোকসকল প্ৰকৃততে বানাক্ৰান্ত নহয় বুলি কৈ উক্ত সাহায্যৰ পেকেটসমূহ অন্য স্থানলৈ লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। ফলত প্ৰকৃত বানাক্ৰান্ত একাংশ লোক সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰিছে আদিবাসী যুৱ ছাত্ৰ সন্থাই।
সংগঠনটোৱে বান সাহায্যৰ বিতৰণ প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাৰ লগতে প্ৰকৃত বানাক্ৰান্ত লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ প্ৰাপ্য সাহায্য প্ৰদানৰ দাবী জনাইছে। সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱা গাঁওসমূহৰ ভিতৰত মাহমৰা সমষ্টিৰ লাকুৱা সেউজীপাম, লাকুৱা চাৰিমুঠিয়া, চলাপথাৰ বৰগুম বস্তি, চলাপথাৰ নৰা বস্তি আৰু লাকুৱা ভাজনীপথাৰ উল্লেখযোগ্য।
আনহাতে সোণাৰি সমষ্টিৰ সেউজীপাম, টীয়ক বঙালী গাঁও আৰু ভজো শিঙৰাজান বাগিছা গাঁৱৰ একাংশ বানাক্ৰান্তও সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উঠিছে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • ​শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।
    4
    ​শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    19 hrs ago
  • অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়া চহৰত বাহিৰ কৰে বিক্ষোভ সমদল৷ প্ৰতিবাদৰ সময়ত চহৰখনত এক উত্তাল প্ৰতিবাদ সৃষ্টি কৰি অতিসোনকালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায়৷
    1
    অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়া চহৰত বাহিৰ কৰে বিক্ষোভ সমদল৷
প্ৰতিবাদৰ সময়ত চহৰখনত এক উত্তাল প্ৰতিবাদ সৃষ্টি কৰি অতিসোনকালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায়৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    1 hr ago
  • ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা। ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত। যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল। অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়। ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল? আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ। ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।” গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়। ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা। ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত। যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল। অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়। ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল? আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ। ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।” গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়।
    1
    ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা।

ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত।

যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল।

অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়।

ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল?

আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ।

ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ।

অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী।

প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।”

গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী।

এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়।
ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা।
ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত।
যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল।
অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়।
ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল?
আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ।
ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ।
অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী।
প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।”
গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী।
এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    17 hrs ago
  • ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল। ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    1
    ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    18 hrs ago
  • তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলোৱা অভিযানত ৬২০০ লিটাৰ চুলাই মদৰ পাচৰ লগতে ভালেসংখ্যক চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী আৰু চুলাই মদ নষ্ট কৰে৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই থাকিব৷
    1
    তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। 
তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। 
অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলোৱা অভিযানত ৬২০০ লিটাৰ চুলাই মদৰ পাচৰ লগতে ভালেসংখ্যক চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী আৰু চুলাই মদ নষ্ট কৰে৷
অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই থাকিব৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    21 hrs ago
  • নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীপক গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীক নিশা দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টাএটা গৰু চোৰৰ। নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীপক গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীক নিশা দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টাএটা গৰু চোৰৰ।নাহৰকটীয়াৰ ভূঞা পট্টীৰ সন্মুখত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।মূৰৰ তিনিটাকৈ স্থান আৰু পেটত গুৰুতৰভাৱে আঘাপ্ৰাপ্ত দীপক গুপ্তা সংকটজনক অৱস্থাত ICUত চিকিৎসাধীন হৈ আছে।ব্যৱসায়ী দীপক গুপ্তাৰ আক্ৰমণকাৰী তথা গৰু চোৰ ছফিউল হুছেইন নামৰ দুৰ্বৃত্তটো ঘটনা সংঘটিত কৰি পলায়ন কৰে।পূৰ্বতে গৰু চুৰি আৰু অবৈধ ভাবৰ গো মাংসৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগত কেইবাবাৰো কাৰবাস খাটি আহিছিল ছফিউল হুছেইন ভূঞাই।ঘটনা অনুসৰি ব্যৱসায়ী দীপক গুপ্তাৰ খড়াক মুন্না গুপ্তাই ঘৰলৈ গৈ থকা অৱস্থাত সন্মুখৰ পৰা আহি বলেৰ বাহনেৰে আহি থকা ছফিউল হুছেইন ভূঞাক কিয় লাইটৰ ডিপাৰ দিয়া নাই বুলি কোৱাত খুড়াক মুন্না গুপ্তাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ছফিউলে তাৰ পিছতে মন্নাই ভতিজাক তথা ব্যৱসায়ী দীপক গুপ্তাক সকলো কথা অৱগত কৰাত ব্যৱসায়ী দীপকে ভূঞা পট্টীৰ সন্মুখত উপস্থিত হৈ খুড়াকক কিয় মাৰিলে বুলি সোধাত ছফিউলে দাৰে আক্ৰমণ কৰে ব্যৱসায়ী দীপক গুপ্তাক।ফলত গুৰুতৰ ভাবে আহত হয় দীপক গুপ্তা।এই ঘটনাৰ পিছতেই অপৰাধী আৰু অনৈতিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা ভূঞা পট্টীৰ ছফিউল বাসগৃহত শ শ।লোক উপস্থিত হৈ বাসগৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।ঘন্টা ঘন্টা ধৰি বাসগৃহ ঘেৰাও কৰি গৰু চোৰ ছফিউলক গ্ৰেপ্তাৰৰ দাবী জনায় স্থানীয় ৰাইজে।
    4
    নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীপক গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীক নিশা দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টাএটা গৰু চোৰৰ।
নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীপক গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীক নিশা দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টাএটা গৰু চোৰৰ।নাহৰকটীয়াৰ ভূঞা পট্টীৰ সন্মুখত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।মূৰৰ তিনিটাকৈ স্থান আৰু পেটত গুৰুতৰভাৱে আঘাপ্ৰাপ্ত দীপক গুপ্তা সংকটজনক অৱস্থাত  ICUত চিকিৎসাধীন হৈ আছে।ব্যৱসায়ী দীপক গুপ্তাৰ আক্ৰমণকাৰী তথা গৰু চোৰ ছফিউল হুছেইন নামৰ দুৰ্বৃত্তটো ঘটনা সংঘটিত কৰি পলায়ন কৰে।পূৰ্বতে গৰু চুৰি আৰু অবৈধ ভাবৰ গো মাংসৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগত কেইবাবাৰো কাৰবাস খাটি আহিছিল ছফিউল হুছেইন ভূঞাই।ঘটনা অনুসৰি ব্যৱসায়ী দীপক গুপ্তাৰ খড়াক মুন্না গুপ্তাই ঘৰলৈ গৈ থকা অৱস্থাত সন্মুখৰ পৰা আহি বলেৰ বাহনেৰে আহি থকা ছফিউল হুছেইন ভূঞাক কিয় লাইটৰ ডিপাৰ দিয়া নাই বুলি কোৱাত খুড়াক মুন্না গুপ্তাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ছফিউলে তাৰ পিছতে মন্নাই ভতিজাক তথা ব্যৱসায়ী দীপক গুপ্তাক সকলো কথা অৱগত কৰাত ব্যৱসায়ী দীপকে ভূঞা পট্টীৰ সন্মুখত উপস্থিত হৈ খুড়াকক কিয় মাৰিলে বুলি সোধাত ছফিউলে দাৰে আক্ৰমণ কৰে ব্যৱসায়ী দীপক গুপ্তাক।ফলত গুৰুতৰ ভাবে আহত হয় দীপক গুপ্তা।এই ঘটনাৰ পিছতেই অপৰাধী আৰু অনৈতিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা ভূঞা পট্টীৰ ছফিউল বাসগৃহত শ শ।লোক উপস্থিত হৈ বাসগৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।ঘন্টা ঘন্টা ধৰি বাসগৃহ ঘেৰাও কৰি গৰু চোৰ ছফিউলক গ্ৰেপ্তাৰৰ দাবী জনায় স্থানীয় ৰাইজে।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    28 min ago
  • জাগুনত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, এজনক আটক আৰক্ষীৰ অভিযান অব্যাহত । পলমকৈ পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ অভিযোগ। জানিব পৰা মতে, জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই লিছাং গাঁৱত এগৰাকী ১৮-১৯ বছৰীয়া যুৱতীক কেইবাজনো যুৱকে বলপূৰ্বক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, ১৪ আগষ্টৰ সন্ধিয়া জাগুন কাৰপুমপুলি গাঁৱৰ আকাশ তামাংসহ মুঠ চাৰিজন লোক এই ঘটনাৰ সৈতে জড়িত আছিল। ঘটনাৰ পাছত আকাশ তামাং অৰুণাচল প্ৰদেশৰ চৌখামত আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে। মঙলবাৰে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সহযোগত জাগুন আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান আদালতৰ অনুমতি সাপেক্ষে আৰক্ষীৰ জিম্মাত লৈ ঘটনাটোৰ অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা চলাই থকা হৈছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। ইফালে, ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত আন তিনিজন লোক এতিয়াও পলাতক। তেওঁলোকৰ সন্ধানত জাগুন আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। অন্যহাতে, অনিতা আন্তি নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধেও ভুক্তভোগীক ঘটনাৰ বিষয়ে মুখ নুখুলিবলৈ চাপ দিয়াৰ লগতে টকাৰ প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব। লগতে, অভিযুক্তসকলৰ ভিতৰত এটা ছাত্ৰ সংগঠনৰ সৈতে জড়িত এজন সদস্য থকাৰো অভিযোগ উত্থাপিত হৈছে।
    1
    জাগুনত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, এজনক আটক আৰক্ষীৰ অভিযান অব্যাহত ।
পলমকৈ পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ অভিযোগ।
জানিব পৰা মতে, জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই লিছাং গাঁৱত এগৰাকী ১৮-১৯ বছৰীয়া যুৱতীক কেইবাজনো যুৱকে বলপূৰ্বক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, ১৪ আগষ্টৰ সন্ধিয়া জাগুন কাৰপুমপুলি গাঁৱৰ আকাশ তামাংসহ মুঠ চাৰিজন লোক এই ঘটনাৰ সৈতে জড়িত আছিল।
ঘটনাৰ পাছত আকাশ তামাং অৰুণাচল প্ৰদেশৰ চৌখামত আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে। মঙলবাৰে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সহযোগত জাগুন আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।
বৰ্তমান আদালতৰ অনুমতি সাপেক্ষে আৰক্ষীৰ জিম্মাত লৈ ঘটনাটোৰ অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা চলাই থকা হৈছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।
ইফালে, ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত আন তিনিজন লোক এতিয়াও পলাতক। তেওঁলোকৰ সন্ধানত জাগুন আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
অন্যহাতে, অনিতা আন্তি নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধেও ভুক্তভোগীক ঘটনাৰ বিষয়ে মুখ নুখুলিবলৈ চাপ দিয়াৰ লগতে টকাৰ প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব।
লগতে, অভিযুক্তসকলৰ ভিতৰত এটা ছাত্ৰ সংগঠনৰ সৈতে জড়িত এজন সদস্য থকাৰো অভিযোগ উত্থাপিত হৈছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.