logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা। ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত। যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল। অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়। ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল? আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ। ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।” গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়। ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা। ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত। যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল। অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়। ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল? আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ। ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।” গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়।

1 hr ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•

More news from Tinsukia and nearby areas
  • ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা। ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত। যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল। অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়। ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল? আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ। ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।” গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়। ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা। ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত। যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল। অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়। ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল? আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ। ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।” গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়।
    1
    ৰঙাজানত ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়নক কেন্দ্ৰ কৰি ৰাজহুৱা সভা।

ৰাইজ দল সংগঠনৰ উদ্যোগত ডুমডুমা প্ৰশাসনৰ উপস্থিতিত সভা অনুষ্ঠিত।

যোৱা ২২ আগষ্টত স্থানীয় ৰাইজ, মৰাণ ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু যুৱক সংঘই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিছিল।

অভিযোগ অনুসৰি, আৰক্ষীৰ উপস্থিতিতেই অভিযুক্তজন পলাই যায়।

ঘটনাক লৈ ৰাইজৰ প্ৰশ্ন—আৰক্ষীৰ উপস্থিতিত কেনেকৈ অভিযুক্ত পলাবলৈ সক্ষম হ'ল?

আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ।

ড্ৰাগছৰ বিৰুদ্ধে বুঢ়া-মেথা, মহিলা আৰু যুৱকসহ সকলো শ্ৰেণীৰ লোকৰ ঐক্যবদ্ধ প্ৰতিবাদ।

অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী।

প্ৰশাসনৰ আশ্বাস—“৫ মিনিটো হ’ব পাৰে, ৫ দিনো লাগিব পাৰে, কিন্তু মই কৰিমেই, কৰি দেখুৱাম।”

গাঁৱত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী।

এতিয়া প্ৰশাসনে অভিযুক্তক কেতিয়া পুনৰ কৰায়ত্ত কৰে, সেয়া হ’ব লক্ষ্যণীয়।

  • তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলোৱা অভিযানত ৬২০০ লিটাৰ চুলাই মদৰ পাচৰ লগতে ভালেসংখ্যক চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী আৰু চুলাই মদ নষ্ট কৰে৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই থাকিব৷
    1
    তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। 
তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। 
অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলোৱা অভিযানত ৬২০০ লিটাৰ চুলাই মদৰ পাচৰ লগতে ভালেসংখ্যক চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী আৰু চুলাই মদ নষ্ট কৰে৷
অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই থাকিব৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    5 hrs ago
  • ​শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।
    4
    ​শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল। ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    1
    ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    3 hrs ago
  • বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন ৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    3
    বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন
৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ
বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    7 hrs ago
  • If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud. If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud.
    1
    If you love authentic Oud… this one is for you.

🌿 Jumbo Muri Double Super 🌿

Experience the true luxury of premium Oud —
Oud at its finest, just the way it should be.

Rich • Elegant • Authentic • Long-Lasting ✨

For those who truly appreciate the finest Oud.

    user_MUHAMMAD MANSOOR ALAM
    MUHAMMAD MANSOOR ALAM
    Business management consultant জিৰো এইচকিউ, ল'ৱাৰ চুবানচিৰি, অৰুণাচল প্ৰদেশ•
    22 hrs ago
  • গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ
    1
    গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু
দুৰাৰোগ্য ৰোগত মৃ/ত্যু  দ্বীপন ৰাজবংশীৰ
সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি
দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ

গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু
দুৰাৰোগ্য ৰোগত মৃ/ত্যু  দ্বীপন ৰাজবংশীৰ
সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি
দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    4 hrs ago
  • চোৰাং বালি ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা দাবী ডুমডুমা সমজিলা প্ৰশাসনক স্মাৰকপত্ৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ ডুমডুমা সমজিলা এলেকাত চলি থকা অবৈধ বালি খনন আৰু চোৰাং বালি ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে। এই দাবীৰে সংগঠনটোৱে ডুমডুমা সমজিলা প্ৰশাসনৰ আয়ুক্তৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰত অভিযোগ কৰা হয় যে ডুমডুমা আৰু ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনস্থ বিভিন্ন অঞ্চলত একাংশ বালি ব্যৱসায়ী চক্ৰই অবৈধভাৱে বালি খনন চলাই আহিছে। সংগঠনটোৰ অভিযোগ অনুসৰি ডুমডুমা অঞ্চলত পুৱতি নিশাৰ পৰা দুপৰীয়ালৈকে নৈৰ পৰা বালি খনন কৰা হৈছে। চোৰাং বালি ব্যৱসায়ৰ ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হোৱাৰ লগতে নদী-নৈৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে বুলি সংগঠনটোৱে উল্লেখ কৰে। স্মাৰকপত্ৰখনৰ জৰিয়তে অবৈধ বালি ব্যৱসায়ী আৰু বিক্ৰেতাসকলৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে। বাইট :
    1
    চোৰাং বালি ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা দাবী

ডুমডুমা সমজিলা প্ৰশাসনক স্মাৰকপত্ৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ
ডুমডুমা সমজিলা এলেকাত চলি থকা অবৈধ বালি খনন আৰু চোৰাং বালি ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে।
এই দাবীৰে সংগঠনটোৱে ডুমডুমা সমজিলা প্ৰশাসনৰ আয়ুক্তৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰত অভিযোগ কৰা হয় যে ডুমডুমা আৰু ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনস্থ বিভিন্ন অঞ্চলত একাংশ বালি ব্যৱসায়ী চক্ৰই অবৈধভাৱে বালি খনন চলাই আহিছে।
সংগঠনটোৰ অভিযোগ অনুসৰি ডুমডুমা অঞ্চলত পুৱতি নিশাৰ পৰা দুপৰীয়ালৈকে নৈৰ পৰা বালি খনন কৰা হৈছে। 
চোৰাং বালি ব্যৱসায়ৰ ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হোৱাৰ লগতে নদী-নৈৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে বুলি সংগঠনটোৱে উল্লেখ কৰে।
স্মাৰকপত্ৰখনৰ জৰিয়তে অবৈধ বালি ব্যৱসায়ী আৰু বিক্ৰেতাসকলৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে।
বাইট :
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.