logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিশ্বনাথত ভূমি সুৰক্ষাৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলনৰ স্মাৰক পত্ৰ প্ৰদান অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ ত কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমে। বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ২৯ জুলাইত বিধানসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনক তেওঁলোকে আদৰণি জনাইছে। কিন্তু বিধেয়কৰ ১৭৭(৩) দফাত থলুৱাৰ সংজ্ঞাত কলিতা জনগোষ্ঠীক স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাৰ ফলত প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ অনিশ্চিত হৈ পৰিছে। স্মাৰক পত্ৰত ৪ দফীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে ঘোষণা কৰি সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। মূল বাসিন্দাৰ প্ৰমাণৰ বাবে তিনি প্ৰজন্মৰ চৰ্ত কলিতাৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। আইকনিক ঐতিহ্য ক্ষেত্ৰত থলুৱা হিন্দু ধৰ্মাৱলম্বী হিচাপে ভূমিৰ অধিকাৰ প্ৰদান। Tribal Belt & Block আৰু স্বায়ত্বশাসিত অঞ্চলত জনজাতীয়ৰ দৰে সম অধিকাৰ প্ৰদান , এইটো সন্মিলনে দাবী জনায়।

44 min ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
44 min ago

বিশ্বনাথত ভূমি সুৰক্ষাৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলনৰ স্মাৰক পত্ৰ প্ৰদান অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ ত কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে

কলিতা জনগোষ্ঠী সন্মিলন, অসমে। বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ২৯ জুলাইত বিধানসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনক তেওঁলোকে আদৰণি জনাইছে। কিন্তু বিধেয়কৰ ১৭৭(৩) দফাত থলুৱাৰ সংজ্ঞাত কলিতা

জনগোষ্ঠীক স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাৰ ফলত প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ অনিশ্চিত হৈ পৰিছে। স্মাৰক পত্ৰত ৪ দফীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে ঘোষণা কৰি সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। মূল বাসিন্দাৰ

প্ৰমাণৰ বাবে তিনি প্ৰজন্মৰ চৰ্ত কলিতাৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। আইকনিক ঐতিহ্য ক্ষেত্ৰত থলুৱা হিন্দু ধৰ্মাৱলম্বী হিচাপে ভূমিৰ অধিকাৰ প্ৰদান। Tribal Belt & Block আৰু স্বায়ত্বশাসিত অঞ্চলত জনজাতীয়ৰ দৰে সম অধিকাৰ প্ৰদান , এইটো সন্মিলনে দাবী জনায়।

More news from অসম and nearby areas
  • বিশ্বনাথত ভূমি সুৰক্ষাৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলনৰ স্মাৰক পত্ৰ প্ৰদান অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ ত কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমে। বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ২৯ জুলাইত বিধানসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনক তেওঁলোকে আদৰণি জনাইছে। কিন্তু বিধেয়কৰ ১৭৭(৩) দফাত থলুৱাৰ সংজ্ঞাত কলিতা জনগোষ্ঠীক স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাৰ ফলত প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ অনিশ্চিত হৈ পৰিছে। স্মাৰক পত্ৰত ৪ দফীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে ঘোষণা কৰি সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। মূল বাসিন্দাৰ প্ৰমাণৰ বাবে তিনি প্ৰজন্মৰ চৰ্ত কলিতাৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। আইকনিক ঐতিহ্য ক্ষেত্ৰত থলুৱা হিন্দু ধৰ্মাৱলম্বী হিচাপে ভূমিৰ অধিকাৰ প্ৰদান। Tribal Belt & Block আৰু স্বায়ত্বশাসিত অঞ্চলত জনজাতীয়ৰ দৰে সম অধিকাৰ প্ৰদান , এইটো সন্মিলনে দাবী জনায়।
    4
    বিশ্বনাথত ভূমি সুৰক্ষাৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলনৰ স্মাৰক পত্ৰ প্ৰদান

অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ ত কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমে। বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ২৯ জুলাইত বিধানসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনক তেওঁলোকে আদৰণি জনাইছে। কিন্তু বিধেয়কৰ ১৭৭(৩) দফাত থলুৱাৰ সংজ্ঞাত কলিতা জনগোষ্ঠীক স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাৰ ফলত প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ অনিশ্চিত হৈ পৰিছে। স্মাৰক পত্ৰত ৪ দফীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে ঘোষণা কৰি সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। মূল বাসিন্দাৰ প্ৰমাণৰ বাবে তিনি প্ৰজন্মৰ চৰ্ত কলিতাৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। আইকনিক ঐতিহ্য ক্ষেত্ৰত থলুৱা হিন্দু ধৰ্মাৱলম্বী হিচাপে ভূমিৰ অধিকাৰ প্ৰদান।
Tribal Belt & Block আৰু স্বায়ত্বশাসিত অঞ্চলত জনজাতীয়ৰ দৰে সম অধিকাৰ প্ৰদান , এইটো সন্মিলনে দাবী জনায়।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    44 min ago
  • শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
    1
    শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে

   ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। 

   জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। 

   অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল।

স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। 

    শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে।

পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। 

   আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে
ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। 
জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। 
অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল।
স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। 
শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে।
পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। 
আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কেহেৰুখুন্দা পথাৰ গাঁৱত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কেহেৰুখুন্দা পথাৰ গাঁৱত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    7 hrs ago
  • চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।
    1
    চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।
চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ।
চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।
চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ।
    user_News 9
    News 9
    Photographer চামাগুৰি, নগাঁও, অসম•
    21 hrs ago
  • চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন লৈ উধাও চোৰ। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
    1
    চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন লৈ উধাও চোৰ। 
চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ। 
ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে।
চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    21 hrs ago
  • Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।
    1
    Breaking
চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ। 
Breaking
চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    21 hrs ago
  • বৰষা কাকতি হ/ত্যা/কা/ণ্ড/: ৫০ দিনেও গ্ৰেপ্তাৰ নহ’ল মূল অভিযুক্ত, বোকাজানত উত্তাল প্ৰতিবাদ 🛑 বৰষা কাকতি হ/ত্যা/কা/ণ্ড/: ৫০ দিনেও গ্ৰেপ্তাৰ নহ’ল মূল অভিযুক্ত, বোকাজানত উত্তাল প্ৰতিবাদ 🛑 ৩ জুলাইৰ বৰষা কাকতি হ/ত্যা/কা/ণ্ডৰ ৫০ দিন সম্পূৰ্ণ। মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু ক্ষিপ্ৰ তদন্তৰ দাবীত বোকাজানত বিশাল ন্যায় সভা। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ'ৰ্ট Focus axom 24 . . . . #nonfollowers #facebookpost #AssamNews #FocusAxom24 #everyonefollowers CMO Assam @topfans Mr. Thank You Pragati Live Assam 24×7 News Live Himanta Biswa Sarma
    1
    বৰষা কাকতি হ/ত্যা/কা/ণ্ড/: ৫০ দিনেও গ্ৰেপ্তাৰ নহ’ল মূল অভিযুক্ত, বোকাজানত উত্তাল প্ৰতিবাদ

🛑 বৰষা কাকতি হ/ত্যা/কা/ণ্ড/: ৫০ দিনেও গ্ৰেপ্তাৰ নহ’ল মূল অভিযুক্ত, বোকাজানত উত্তাল প্ৰতিবাদ
🛑 ৩ জুলাইৰ বৰষা কাকতি হ/ত্যা/কা/ণ্ডৰ ৫০ দিন সম্পূৰ্ণ। মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু ক্ষিপ্ৰ তদন্তৰ দাবীত বোকাজানত বিশাল ন্যায় সভা।
বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ'ৰ্ট 
Focus axom 24 
.
.
.
.
#nonfollowers #facebookpost  #AssamNews #FocusAxom24 #everyonefollowers 
CMO Assam @topfans Mr. Thank You Pragati Live Assam 24×7 News Live Himanta Biswa Sarma
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • *বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।* বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। প্ৰায় ৪০ খন ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।দীৰ্ঘদিনৰ পৰা ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেচন অবিহনে বিশ্বনাথ নগৰত চলি আছিল এই ই-ৰিক্সাসমূহ। যাৰ বাবে যান-জঁটৰ লগতে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল। শেহতীয়াকৈ জিলা প্ৰশাসন, জিলা আৰক্ষী আৰু ই-ৰিক্সা চালক সন্থাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্ত অনুসৰি কালিৰে পৰা আৰম্ভ হৈছে এই অভিযান।বৰ্তমান জব্দ কৰা ই-ৰিক্সাসমূহ বিশ্বনাথ সদৰ আৰক্ষী থানা চৌহদত ৰখা হৈছে। নথি-পত্ৰ সঠিক কৰি জৰিমনা পৰিশোধ কৰাৰ পিছতহে বাহনসমূহ মুকলি কৰি দিয়া হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
    4
    *বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।*


বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। প্ৰায় ৪০ খন ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।দীৰ্ঘদিনৰ পৰা ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেচন অবিহনে বিশ্বনাথ নগৰত চলি আছিল এই ই-ৰিক্সাসমূহ। যাৰ বাবে যান-জঁটৰ লগতে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল।
শেহতীয়াকৈ জিলা প্ৰশাসন, জিলা আৰক্ষী আৰু ই-ৰিক্সা চালক সন্থাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্ত অনুসৰি কালিৰে পৰা আৰম্ভ হৈছে এই অভিযান।বৰ্তমান জব্দ কৰা ই-ৰিক্সাসমূহ বিশ্বনাথ সদৰ আৰক্ষী থানা চৌহদত ৰখা হৈছে। নথি-পত্ৰ সঠিক কৰি জৰিমনা পৰিশোধ কৰাৰ পিছতহে বাহনসমূহ মুকলি কৰি দিয়া হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.