Shuru
Apke Nagar Ki App…
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কেহেৰুখুন্দা পথাৰ গাঁৱত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ
Assam sangbad 24
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কেহেৰুখুন্দা পথাৰ গাঁৱত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কেহেৰুখুন্দা পথাৰ গাঁৱত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ1
- শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।1
- চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন লৈ উধাও চোৰ। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1
- Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।1
- Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1
- মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি, সাহসী যুৱক মানস জ্যোতি চেতিয়া অস্বাভাৱিক মৃত্যুক লৈ মৰিগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। এই সন্দৰ্ভত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মৰিগাঁও চহৰৰ মাজমজিয়াত এক বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ বিষয়ববীয়া তথা সদস্যসকলে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত সতীৰ্থ মানস জ্যোতি চেতিয়া প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। জিলা সমিতিৰ মূল দাবিসমূহ: উচ্চ পৰ্যায়ৰ তদন্ত: শিমলুগুৰিৰ সাহসী যুৱ নেতাগৰাকীৰ অস্বাভাৱিক আৰু ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ আৰু দ্ৰুত তদন্ত সম্পন্ন কৰিব লাগিব। দোষীক দৃষ্টান্তমূলক শাস্তি: এই ঘটনাৰ আঁৰত থকা প্ৰতিগৰাকী অপৰাধীক অনতিপলমে চিনাক্ত কৰি কঠোৰতম আইনী শাস্তি প্ৰদান কৰিব লাগিব। ন্যায় প্ৰদানৰ দাবী: প্ৰয়াত মানস জ্যোতি বৰাৰ শোকসন্তপ্ত পৰিয়ালক প্ৰশাসনে শীঘ্ৰে উচিত ন্যায় প্ৰদান কৰিব লাগিব।1
- চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।1
- *বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।* বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। প্ৰায় ৪০ খন ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।দীৰ্ঘদিনৰ পৰা ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেচন অবিহনে বিশ্বনাথ নগৰত চলি আছিল এই ই-ৰিক্সাসমূহ। যাৰ বাবে যান-জঁটৰ লগতে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল। শেহতীয়াকৈ জিলা প্ৰশাসন, জিলা আৰক্ষী আৰু ই-ৰিক্সা চালক সন্থাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্ত অনুসৰি কালিৰে পৰা আৰম্ভ হৈছে এই অভিযান।বৰ্তমান জব্দ কৰা ই-ৰিক্সাসমূহ বিশ্বনাথ সদৰ আৰক্ষী থানা চৌহদত ৰখা হৈছে। নথি-পত্ৰ সঠিক কৰি জৰিমনা পৰিশোধ কৰাৰ পিছতহে বাহনসমূহ মুকলি কৰি দিয়া হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।4