Shuru
Apke Nagar Ki App…
যোৰহাটৰ ন-আলি উৰণ সেতুত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না। দুখন গাড়ী, এখন স্কুটি আৰু এখন মটৰ চাইকেলৰ মাজত সং/ঘ/ৰ্ষ। 🔴 BREAKING NEWS | যোৰহাট যোৰহাটৰ ন-আলি উৰণ সেতুত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না। দুখন গাড়ী, এখন স্কুটি আৰু এখন মটৰ চাইকেলৰ মাজত সং/ঘ/ৰ্ষ। এখন গাড়ীয়ে এফালৰ পৰা মহতিয়াই নিয়াৰ অভিযোগ। এজনৰ ঘটনাস্থলীতে মৃ/ত্যু/ হোৱাৰ আশংকা, আ/হ/ত তিনিজন। . . . . #যোৰহাট #BreakingNews #facebookpost #nonfollowers #FocusAxom24
ভাস্কৰ জ্যোতি দত্ত
যোৰহাটৰ ন-আলি উৰণ সেতুত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না। দুখন গাড়ী, এখন স্কুটি আৰু এখন মটৰ চাইকেলৰ মাজত সং/ঘ/ৰ্ষ। 🔴 BREAKING NEWS | যোৰহাট যোৰহাটৰ ন-আলি উৰণ সেতুত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না। দুখন গাড়ী, এখন স্কুটি আৰু এখন মটৰ চাইকেলৰ মাজত সং/ঘ/ৰ্ষ। এখন গাড়ীয়ে এফালৰ পৰা মহতিয়াই নিয়াৰ অভিযোগ। এজনৰ ঘটনাস্থলীতে মৃ/ত্যু/ হোৱাৰ আশংকা, আ/হ/ত তিনিজন। . . . . #যোৰহাট #BreakingNews #facebookpost #nonfollowers #FocusAxom24
More news from অসম and nearby areas
- যোৰহাটৰ ন-আলি উৰণ সেতুত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না। দুখন গাড়ী, এখন স্কুটি আৰু এখন মটৰ চাইকেলৰ মাজত সং/ঘ/ৰ্ষ। 🔴 BREAKING NEWS | যোৰহাট যোৰহাটৰ ন-আলি উৰণ সেতুত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না। দুখন গাড়ী, এখন স্কুটি আৰু এখন মটৰ চাইকেলৰ মাজত সং/ঘ/ৰ্ষ। এখন গাড়ীয়ে এফালৰ পৰা মহতিয়াই নিয়াৰ অভিযোগ। এজনৰ ঘটনাস্থলীতে মৃ/ত্যু/ হোৱাৰ আশংকা, আ/হ/ত তিনিজন। . . . . #যোৰহাট #BreakingNews #facebookpost #nonfollowers #FocusAxom241
- বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতীক চিহ্ন উন্মোচন। উন্মোচক হিচাপে উপস্থিত বিধায়ক প্ল্লৱ লোচন দাস।1
- ৰাজবাৰী ৩৮৩ নং প্ৰাথমিক বিদ্যালয়ৰ পৰিছালনা সমিতি গঠনৰ ৰাজহুৱা সভা বিহপুৰীযা ঃআজি দুপৰীয়া বিহপুৰীয়াৰ ৰাজবাৰীত অৱস্হিত ঐতিহ্যমণ্ডিত ৮১ বছৰীয়া ৩৮৩ নং প্ৰাথমিক বিদ্যালয় খনৰ পৰিছালনা সমিতি খন গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা সমূহীয়া প্ৰাৰ্থনা ৰে আৰম্ভ কৰি প্ৰমেন ভূঞাৰ সঞ্চালনাত অনুস্হিত কৰে ৷ বিগত তিনি বৰ্ষৰ পৰিছালনা সমিতিৰ কায্যকালত এই বিদ্যালয় খনৰ দখলত থকা ছয় কঠা মাটিৰ ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হোৱাত আজিৰ সভাই সভাপতি প্ৰমেন ভূঞাৰ লগতে সমিতি খনৰ শলাগ লয৷ শতকৰা ৫০ শতাংশ মহিলা অভিভাৱকক সদস্য হিচাপে লৈ নতুন সমিতি ৰ সদস্য সকলক ৰাইজে নিৰ্বাচন কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- বিশ্বনাথত ভূমি সুৰক্ষাৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলনৰ স্মাৰক পত্ৰ প্ৰদান অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ ত কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমে। বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ২৯ জুলাইত বিধানসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনক তেওঁলোকে আদৰণি জনাইছে। কিন্তু বিধেয়কৰ ১৭৭(৩) দফাত থলুৱাৰ সংজ্ঞাত কলিতা জনগোষ্ঠীক স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাৰ ফলত প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ অনিশ্চিত হৈ পৰিছে। স্মাৰক পত্ৰত ৪ দফীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে ঘোষণা কৰি সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। মূল বাসিন্দাৰ প্ৰমাণৰ বাবে তিনি প্ৰজন্মৰ চৰ্ত কলিতাৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। আইকনিক ঐতিহ্য ক্ষেত্ৰত থলুৱা হিন্দু ধৰ্মাৱলম্বী হিচাপে ভূমিৰ অধিকাৰ প্ৰদান। Tribal Belt & Block আৰু স্বায়ত্বশাসিত অঞ্চলত জনজাতীয়ৰ দৰে সম অধিকাৰ প্ৰদান , এইটো সন্মিলনে দাবী জনায়।4
- মাজুলীৰ স্বাস্থ্যখণ্ডৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে : মাজুলীৰ পৰা ওলোৱা চিকিৎসকক জিলাখনতে ২-৩ বছৰ সেৱাৰ চিন্তা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল। কালি সন্ধিয়া আহি মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহলে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনৰ চলিত চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু অন্যান্য সামগ্ৰিক দিশৰ বুজ লোৱাৰ লগতে চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অভিভাৱকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে। তেওঁলোকৰ চিকিৎসা-অভিজ্ঞতা, সমস্যাৰাজি আৰু প্ৰয়োজনীয়তাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয়। পৰিদৰ্শনৰ সময়ত দৃষ্টিগোচৰ হোৱা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। মাজুলীৰ প্ৰতিগৰাকী নাগৰিকে যাতে নিজৰ জিলাতে উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা লাভ কৰে, সেই লক্ষ্যৰে স্বাস্থ্য বিভাগে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। জিলা চিকিৎসালয় পৰিদৰ্শনৰ পিছতে মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বৈঠক অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাজুলীৰ স্বাস্থ্যখণ্ডৰ এক গুৰুত্বপূৰ্ণ সমস্যাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে মাজুলীলৈ চিকিৎসক আহে যদিও বহু সময়ত দুই-তিনি মাহতকৈ অধিক দিন নাথাকে। এই সমস্যা সমাধানৰ বাবে মাজুলীৰ বিধায়কক এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে, য’ত মাজুলীৰ পৰা ওলোৱা চিকিৎসকসকলক চিনাক্ত কৰি তেওঁলোকক মাজুলীতে দুই-তিনি বছৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বিষয়ত চিন্তা-চৰ্চা চলি আছে। ইয়াৰ পিছতহে তেওঁলোকক অন্য স্থানত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়তো আলাপ-আলোচনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে শীঘ্ৰেই মাজুলীৰ জিলা চিকিৎসালয়খনলৈ এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ (Dermatologist) নিযুক্তি দিয়া হ’ব বুলিও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ স্বাস্থ্যখণ্ডৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে : মাজুলীৰ পৰা ওলোৱা চিকিৎসকক জিলাখনতে ২-৩ বছৰ সেৱাৰ চিন্তা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল। কালি সন্ধিয়া আহি মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহলে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনৰ চলিত চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু অন্যান্য সামগ্ৰিক দিশৰ বুজ লোৱাৰ লগতে চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অভিভাৱকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে। তেওঁলোকৰ চিকিৎসা-অভিজ্ঞতা, সমস্যাৰাজি আৰু প্ৰয়োজনীয়তাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয়। পৰিদৰ্শনৰ সময়ত দৃষ্টিগোচৰ হোৱা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। মাজুলীৰ প্ৰতিগৰাকী নাগৰিকে যাতে নিজৰ জিলাতে উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা লাভ কৰে, সেই লক্ষ্যৰে স্বাস্থ্য বিভাগে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। জিলা চিকিৎসালয় পৰিদৰ্শনৰ পিছতে মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বৈঠক অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাজুলীৰ স্বাস্থ্যখণ্ডৰ এক গুৰুত্বপূৰ্ণ সমস্যাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে মাজুলীলৈ চিকিৎসক আহে যদিও বহু সময়ত দুই-তিনি মাহতকৈ অধিক দিন নাথাকে। এই সমস্যা সমাধানৰ বাবে মাজুলীৰ বিধায়কক এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে, য’ত মাজুলীৰ পৰা ওলোৱা চিকিৎসকসকলক চিনাক্ত কৰি তেওঁলোকক মাজুলীতে দুই-তিনি বছৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বিষয়ত চিন্তা-চৰ্চা চলি আছে। ইয়াৰ পিছতহে তেওঁলোকক অন্য স্থানত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়তো আলাপ-আলোচনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে শীঘ্ৰেই মাজুলীৰ জিলা চিকিৎসালয়খনলৈ এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ (Dermatologist) নিযুক্তি দিয়া হ’ব বুলিও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।1
- হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই। হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই।1
- 🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ 🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই 🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ 🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই1
- গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ . . . . #গোলাঘাট #nonfollowers #PoliceComplaint #FocusAxom24 #foryoupage1