Shuru
Apke Nagar Ki App…
গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ . . . . #গোলাঘাট #nonfollowers #PoliceComplaint #FocusAxom24 #foryoupage
ভাস্কৰ জ্যোতি দত্ত
গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ . . . . #গোলাঘাট #nonfollowers #PoliceComplaint #FocusAxom24 #foryoupage
More news from Assam and nearby areas
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ সমদল বাহিৰ সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ সমদল বাহিৰ সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ1
- ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱৰ কিশোৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম আব্দুল চামাদ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা শুকুৰবাৰৰ পৰা আব্দুল চামাদৰ কোনো সন্ধান পোৱা হোৱা নাই। কিশোৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ, পৰিচিত লোকৰ লগতে সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলাই আহিছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই। কিশোৰজনৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। কোনো সদাশয় লোকে আব্দুল চামাদৰ সন্ধান পালে ৰূপহীহাট আৰক্ষী থানা বা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। যোগাযোগ নম্বৰ- ৮৪৭২০৩২৯৭০/ ৯৩৯৫২২৭৮৮৩1
- শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।1
- এইবাৰ নেপালত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে তচনচ কৰি দিলে সকলো নেপালৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ আকস্মিক পৰিৱৰ্তনে সৃষ্টি কৰিছে চাঞ্চল্য। পাহাৰ, নদী আৰু জনবসতিপূৰ্ণ অঞ্চলত দেখা গৈছে বিপদৰ আশংকা। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসন আৰু উদ্ধাৰকাৰী দল। এই ঘটনাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই। স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।1
- লংকাৰ লস্কৰ পথাৰস্থিত চুইচ গেট বজাৰ চৌহদত অনুষ্ঠিত হ’বলৈ গৈ আছে এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় সমগ্ৰ অসম ভিত্তিত কাবাডী খেল প্ৰতিযোগিতা।1
- JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI. JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI.1
- বোকাজানৰ প্ৰণৱ জুবিলি মহাবিদ্যালয়তো ‘খেলো ইণ্ডিয়া ডায়লগ’ 🛑 বোকাজানৰ প্ৰণৱ জুবিলি মহাবিদ্যালয়তো ‘খেলো ইণ্ডিয়া ডায়লগ’ 🛑 ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাকক্ষণত বোকাজানৰ প্ৰণৱ জুবিলি মহাবিদ্যালয়ত NSS Unit-ৰ উদ্যোগত আয়োজন কৰা হয় ‘খেলো ইণ্ডিয়া ডায়লগ’। ‘প্লে ফৰ ফিটনেছ, প্লে ফৰ নেচন’ শীৰ্ষক বাৰ্তাৰে ক্ৰীড়াৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ বৃদ্ধি আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠিত হয় অনুষ্ঠানটো। 🛑 অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° পাৰ্থ দেৱ, প্ৰধান শিক্ষক কমল মজুমদাৰ, ক্ৰীড়া সংগঠক ৰাজেন ৰংপি, বাবু ছিংনাৰ আৰু চনীয়া মাৰাক উপস্থিত থাকে। . . . . #foryoupageシ #nonfollowers #FocusAxom24 #kheloindia #fypシ1
- ৰূপহী মডেল হস্পিতাল কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ। প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই পুৱাৰে পৰা হস্পিতালখনত বিদ্যুৎ নথকাত চিকিৎসাধীন ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল যমৰ-যাতনাত ভোগীবলগীয়া হৈছে প্ৰচণ্ড গৰমৰ সময়ত বিদ্যুৎ নথকাৰ ফলত ৰোগীসকল অসহ্য পৰিস্থিতিৰ মাজেৰে সময় কটাবলগীয়া হৈছে উপায় বিহীন হৈ কাৰ্টুন ফালি ৰোগী সকলক বতাহ দিবলগীয়া হৈছে ৰোগী আৰু অভিভাৱকসকলে হস্পিতাল কৰ্তৃপক্ষক অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উল্লেখ্য যে হস্পিতালখনত দুটাকৈ জেনেৰেটৰ থকাৰ পিছতো গৰমত চটফটাই থাকিব লগা হৈছে ৰোগী সকল1
- Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1