Shuru
Apke Nagar Ki App…
JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI. JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI.
MUHAMMAD MANSOOR ALAM
JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI. JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI.
More news from অৰুণাচল প্ৰদেশ and nearby areas
- JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI. JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI.1
- ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল। ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।1
- ৰাজবাৰী ৩৮৩ নং প্ৰাথমিক বিদ্যালয়ৰ পৰিছালনা সমিতি গঠনৰ ৰাজহুৱা সভা বিহপুৰীযা ঃআজি দুপৰীয়া বিহপুৰীয়াৰ ৰাজবাৰীত অৱস্হিত ঐতিহ্যমণ্ডিত ৮১ বছৰীয়া ৩৮৩ নং প্ৰাথমিক বিদ্যালয় খনৰ পৰিছালনা সমিতি খন গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা সমূহীয়া প্ৰাৰ্থনা ৰে আৰম্ভ কৰি প্ৰমেন ভূঞাৰ সঞ্চালনাত অনুস্হিত কৰে ৷ বিগত তিনি বৰ্ষৰ পৰিছালনা সমিতিৰ কায্যকালত এই বিদ্যালয় খনৰ দখলত থকা ছয় কঠা মাটিৰ ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হোৱাত আজিৰ সভাই সভাপতি প্ৰমেন ভূঞাৰ লগতে সমিতি খনৰ শলাগ লয৷ শতকৰা ৫০ শতাংশ মহিলা অভিভাৱকক সদস্য হিচাপে লৈ নতুন সমিতি ৰ সদস্য সকলক ৰাইজে নিৰ্বাচন কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতীক চিহ্ন উন্মোচন। উন্মোচক হিচাপে উপস্থিত বিধায়ক প্ল্লৱ লোচন দাস।1
- ওৰাং চাহ বাগিচাত ব্ৰজ/পা/তৰ কালৰূপ — থিতাতে মৃ/ত্যু/ এগৰাকী মহিলাৰ, গুৰু/তৰ/ভাৱে আহত দুগৰাকী ওৰাং চাহ বাগিচাত ব্ৰ/জপা/তৰ ক/ৰু/ণ ঘটনা ওৰাং চাহ বাগিচাত ব্ৰজ/পা/তৰ কালৰূপ — থিতাতে মৃ/ত্যু/ এগৰাকী মহিলাৰ, গুৰু/তৰ/ভাৱে আহত দুগৰাকী ওদালগুৰি জিলাৰ ওৰাং চাহ বাগিচাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। চাহ বাগিচাত কাম কৰি ভাত খাবলৈ যোৱাৰ পথতে ব্ৰ/জ/পা/তৰ কবলত পৰে তিনিগৰাকী মহিলা। এই ঘটনাত থিতাতে প্ৰা/ণ/ হেৰুৱাইছে ২৬ বছৰীয়া সুনিতা তিৰ্কীয়ে। আনহাতে, গুৰুতৰভাৱে আ/হ/ত হৈছে ৰূপালী ঘাটোৱাৰ আৰু অৰুণা ঘাটোৱাৰ। জীৱিকাৰ সন্ধানত প্ৰতিদিনৰ দৰে কামলৈ অহা সুনিতাৰ আকস্মিক মৃ/ত্যু/ত/ পৰিয়াল, আত্মীয়-স্বজনৰ লগতে সমগ্ৰ ওৰাং চাহ বাগিচা অঞ্চলত নামি আহিছে গভীৰ শোকৰ ছাঁ। ওৰাঙৰ পৰা তৰুণ ডেকাৰ ৰিপ’ৰ্ট | Focus Axom 24 . . . . #nonfollowers #everyonefollowers #CMOASSAM #FocusAxom24 #facebookpost1
- বিশ্বনাথত ভূমি সুৰক্ষাৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলনৰ স্মাৰক পত্ৰ প্ৰদান অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ ত কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমে। বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ২৯ জুলাইত বিধানসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনক তেওঁলোকে আদৰণি জনাইছে। কিন্তু বিধেয়কৰ ১৭৭(৩) দফাত থলুৱাৰ সংজ্ঞাত কলিতা জনগোষ্ঠীক স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাৰ ফলত প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ অনিশ্চিত হৈ পৰিছে। স্মাৰক পত্ৰত ৪ দফীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে ঘোষণা কৰি সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। মূল বাসিন্দাৰ প্ৰমাণৰ বাবে তিনি প্ৰজন্মৰ চৰ্ত কলিতাৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। আইকনিক ঐতিহ্য ক্ষেত্ৰত থলুৱা হিন্দু ধৰ্মাৱলম্বী হিচাপে ভূমিৰ অধিকাৰ প্ৰদান। Tribal Belt & Block আৰু স্বায়ত্বশাসিত অঞ্চলত জনজাতীয়ৰ দৰে সম অধিকাৰ প্ৰদান , এইটো সন্মিলনে দাবী জনায়।4
- শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।4
- বোকাখাতৰ লখৌজনত স্কুল বাছ আৰু মালবাহী ডি আই বাহনৰ মুখামুখি সং/ঘ/ৰ্ষ/ 🛑 বোকাখাতৰ লখৌজনত স্কুল বাছ আৰু মালবাহী ডি আই বাহনৰ মুখামুখি সং/ঘ/ৰ্ষ/ 🛑 বোকাখাতৰ লখৌজনত পুৱা সংঘটিত হয় এক ভ/য়ং/ক/ৰ পথ দু/ৰ্ঘ/ট/না। নুমলীগড়ৰ দিশৰ পৰা বোকাখাত অভিমুখী খ্ৰীষ্ট জ্যোতি বিদ্যালয়ৰ স্কুল বাছ AS05B 6622 নম্বৰৰ সৈতে নগাঁৱৰ পৰা যোৰহাট অভিমুখী AS01UC 0373 নম্বৰৰ মালবাহী ডি আই বাহনৰ মুখামুখি সং/ঘ/ৰ্ষ হয়। 🛑 জানিব পৰা মতে, পুৱা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক বিদ্যালয়লৈ লৈ আহি থকা সময়তে বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা ডি আই বাহনখনে আন এখন বাহনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰোঁতেই স্কুল বাছখনত খু/ন্দা/ মাৰে। 🛑দুৰ্ঘটনাটোত স্কুল বাছখনত থকা এগৰাকী ছাত্ৰী আৰু দুগৰাকী শিক্ষয়িত্ৰী কিছু পৰিমাণে আ/হ/ত হোৱা বুলি যানবাহন আৰক্ষীয়ে জানিবলৈ দিয়ে। খবৰ : জাকিৰ হুছেইন, বোকাখাত Focus Axom 24 . . . . #Bokakhat #RoadAccident #SchoolBus #nonfollowers #FocusAxom241