ওৰাং চাহ বাগিচাত ব্ৰজ/পা/তৰ কালৰূপ — থিতাতে মৃ/ত্যু/ এগৰাকী মহিলাৰ, গুৰু/তৰ/ভাৱে আহত দুগৰাকী ওৰাং চাহ বাগিচাত ব্ৰ/জপা/তৰ ক/ৰু/ণ ঘটনা ওৰাং চাহ বাগিচাত ব্ৰজ/পা/তৰ কালৰূপ — থিতাতে মৃ/ত্যু/ এগৰাকী মহিলাৰ, গুৰু/তৰ/ভাৱে আহত দুগৰাকী ওদালগুৰি জিলাৰ ওৰাং চাহ বাগিচাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। চাহ বাগিচাত কাম কৰি ভাত খাবলৈ যোৱাৰ পথতে ব্ৰ/জ/পা/তৰ কবলত পৰে তিনিগৰাকী মহিলা। এই ঘটনাত থিতাতে প্ৰা/ণ/ হেৰুৱাইছে ২৬ বছৰীয়া সুনিতা তিৰ্কীয়ে। আনহাতে, গুৰুতৰভাৱে আ/হ/ত হৈছে ৰূপালী ঘাটোৱাৰ আৰু অৰুণা ঘাটোৱাৰ। জীৱিকাৰ সন্ধানত প্ৰতিদিনৰ দৰে কামলৈ অহা সুনিতাৰ আকস্মিক মৃ/ত্যু/ত/ পৰিয়াল, আত্মীয়-স্বজনৰ লগতে সমগ্ৰ ওৰাং চাহ বাগিচা অঞ্চলত নামি আহিছে গভীৰ শোকৰ ছাঁ। ওৰাঙৰ পৰা তৰুণ ডেকাৰ ৰিপ’ৰ্ট | Focus Axom 24 . . . . #nonfollowers #everyonefollowers #CMOASSAM #FocusAxom24 #facebookpost
ওৰাং চাহ বাগিচাত ব্ৰজ/পা/তৰ কালৰূপ — থিতাতে মৃ/ত্যু/ এগৰাকী মহিলাৰ, গুৰু/তৰ/ভাৱে আহত দুগৰাকী ওৰাং চাহ বাগিচাত ব্ৰ/জপা/তৰ ক/ৰু/ণ ঘটনা ওৰাং চাহ বাগিচাত ব্ৰজ/পা/তৰ কালৰূপ — থিতাতে মৃ/ত্যু/ এগৰাকী মহিলাৰ, গুৰু/তৰ/ভাৱে আহত দুগৰাকী ওদালগুৰি জিলাৰ ওৰাং চাহ বাগিচাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। চাহ বাগিচাত কাম কৰি ভাত খাবলৈ যোৱাৰ পথতে ব্ৰ/জ/পা/তৰ কবলত পৰে তিনিগৰাকী মহিলা। এই ঘটনাত থিতাতে প্ৰা/ণ/ হেৰুৱাইছে ২৬ বছৰীয়া সুনিতা তিৰ্কীয়ে। আনহাতে, গুৰুতৰভাৱে আ/হ/ত হৈছে ৰূপালী ঘাটোৱাৰ আৰু অৰুণা ঘাটোৱাৰ। জীৱিকাৰ সন্ধানত প্ৰতিদিনৰ দৰে কামলৈ অহা সুনিতাৰ আকস্মিক মৃ/ত্যু/ত/ পৰিয়াল, আত্মীয়-স্বজনৰ লগতে সমগ্ৰ ওৰাং চাহ বাগিচা অঞ্চলত নামি আহিছে গভীৰ শোকৰ ছাঁ। ওৰাঙৰ পৰা তৰুণ ডেকাৰ ৰিপ’ৰ্ট | Focus Axom 24 . . . . #nonfollowers #everyonefollowers #CMOASSAM #FocusAxom24 #facebookpost
- গোলাঘাটৰ মইনাপাৰাত আৰক্ষীৰ অভিযান — ৪.২ গ্ৰাম ড্ৰা/গ/ছ/স/হ ছাহজাহান আলী আ/ট/ক 🛑 গোলাঘাটত ড্ৰা/গ/ছ/সহ যুৱক আ/ট/ক 🛑 গোলাঘাটৰ মইনাপাৰাত আৰক্ষীৰ অভিযান — ৪.২ গ্ৰাম ড্ৰা/গ/ছ/স/হ ছাহজাহান আলী আ/ট/ক 🛑গোলাঘাটত পুনৰ ড্ৰা/গ/ছ/বিৰোধী অভিযানত আৰক্ষীৰ সফলতা। মইনাপাৰাত ৪.২ গ্ৰাম ড্ৰা/গ/ছ/সহ ধূলিয়া গাঁৱৰ ছাহজাহান আলী নামৰ এজন লোকক হাতে-লোটে আ/ট/ক/ কৰে আৰক্ষীয়ে। জিলাখনত বৃদ্ধি পাই অহা ড্ৰা/গ/ছ/ৰ সৰবৰাহক লৈ উদ্বিগ্ন সচেতন মহল। ধৃত লোকজনৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপ’ৰ্ট | Focus Axom 24 . . . . #foryouシ #ড্ৰাগছবিৰোধীঅভিযান #facebookpost #nonfollowers #FocusAxom241
- বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতীক চিহ্ন উন্মোচন। উন্মোচক হিচাপে উপস্থিত বিধায়ক প্ল্লৱ লোচন দাস।1
- গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ1
- ৰাজবাৰী ৩৮৩ নং প্ৰাথমিক বিদ্যালয়ৰ পৰিছালনা সমিতি গঠনৰ ৰাজহুৱা সভা বিহপুৰীযা ঃআজি দুপৰীয়া বিহপুৰীয়াৰ ৰাজবাৰীত অৱস্হিত ঐতিহ্যমণ্ডিত ৮১ বছৰীয়া ৩৮৩ নং প্ৰাথমিক বিদ্যালয় খনৰ পৰিছালনা সমিতি খন গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা সমূহীয়া প্ৰাৰ্থনা ৰে আৰম্ভ কৰি প্ৰমেন ভূঞাৰ সঞ্চালনাত অনুস্হিত কৰে ৷ বিগত তিনি বৰ্ষৰ পৰিছালনা সমিতিৰ কায্যকালত এই বিদ্যালয় খনৰ দখলত থকা ছয় কঠা মাটিৰ ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হোৱাত আজিৰ সভাই সভাপতি প্ৰমেন ভূঞাৰ লগতে সমিতি খনৰ শলাগ লয৷ শতকৰা ৫০ শতাংশ মহিলা অভিভাৱকক সদস্য হিচাপে লৈ নতুন সমিতি ৰ সদস্য সকলক ৰাইজে নিৰ্বাচন কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- বিশ্বনাথত ভূমি সুৰক্ষাৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলনৰ স্মাৰক পত্ৰ প্ৰদান অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ২০২৬ ত কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমে। বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ২৯ জুলাইত বিধানসভাত গৃহীত হোৱা সংশোধনী বিধেয়কখনক তেওঁলোকে আদৰণি জনাইছে। কিন্তু বিধেয়কৰ ১৭৭(৩) দফাত থলুৱাৰ সংজ্ঞাত কলিতা জনগোষ্ঠীক স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাৰ ফলত প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ অনিশ্চিত হৈ পৰিছে। স্মাৰক পত্ৰত ৪ দফীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে ঘোষণা কৰি সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। মূল বাসিন্দাৰ প্ৰমাণৰ বাবে তিনি প্ৰজন্মৰ চৰ্ত কলিতাৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। আইকনিক ঐতিহ্য ক্ষেত্ৰত থলুৱা হিন্দু ধৰ্মাৱলম্বী হিচাপে ভূমিৰ অধিকাৰ প্ৰদান। Tribal Belt & Block আৰু স্বায়ত্বশাসিত অঞ্চলত জনজাতীয়ৰ দৰে সম অধিকাৰ প্ৰদান , এইটো সন্মিলনে দাবী জনায়।4
- 🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ 🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই 🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ 🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই1
- ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱৰ কিশোৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম আব্দুল চামাদ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা শুকুৰবাৰৰ পৰা আব্দুল চামাদৰ কোনো সন্ধান পোৱা হোৱা নাই। কিশোৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ, পৰিচিত লোকৰ লগতে সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলাই আহিছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই। কিশোৰজনৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। কোনো সদাশয় লোকে আব্দুল চামাদৰ সন্ধান পালে ৰূপহীহাট আৰক্ষী থানা বা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। যোগাযোগ নম্বৰ- ৮৪৭২০৩২৯৭০/ ৯৩৯৫২২৭৮৮৩1
- ওৰাং চাহ বাগিচাত ব্ৰজ/পা/তৰ কালৰূপ — থিতাতে মৃ/ত্যু/ এগৰাকী মহিলাৰ, গুৰু/তৰ/ভাৱে আহত দুগৰাকী ওৰাং চাহ বাগিচাত ব্ৰ/জপা/তৰ ক/ৰু/ণ ঘটনা ওৰাং চাহ বাগিচাত ব্ৰজ/পা/তৰ কালৰূপ — থিতাতে মৃ/ত্যু/ এগৰাকী মহিলাৰ, গুৰু/তৰ/ভাৱে আহত দুগৰাকী ওদালগুৰি জিলাৰ ওৰাং চাহ বাগিচাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। চাহ বাগিচাত কাম কৰি ভাত খাবলৈ যোৱাৰ পথতে ব্ৰ/জ/পা/তৰ কবলত পৰে তিনিগৰাকী মহিলা। এই ঘটনাত থিতাতে প্ৰা/ণ/ হেৰুৱাইছে ২৬ বছৰীয়া সুনিতা তিৰ্কীয়ে। আনহাতে, গুৰুতৰভাৱে আ/হ/ত হৈছে ৰূপালী ঘাটোৱাৰ আৰু অৰুণা ঘাটোৱাৰ। জীৱিকাৰ সন্ধানত প্ৰতিদিনৰ দৰে কামলৈ অহা সুনিতাৰ আকস্মিক মৃ/ত্যু/ত/ পৰিয়াল, আত্মীয়-স্বজনৰ লগতে সমগ্ৰ ওৰাং চাহ বাগিচা অঞ্চলত নামি আহিছে গভীৰ শোকৰ ছাঁ। ওৰাঙৰ পৰা তৰুণ ডেকাৰ ৰিপ’ৰ্ট | Focus Axom 24 . . . . #nonfollowers #everyonefollowers #CMOASSAM #FocusAxom24 #facebookpost1