logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মাৰ/পি/ট/ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। 🛑 কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মা/ৰ/পি/টৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাত কেইবাগৰাকীও ছাত্ৰ আহত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 🛑 বিদ্যালয় কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে শিক্ষা বিষয়া আৰু আৰক্ষী বিষয়াক অভিযোগ দাখিল কৰে। খবৰ উৎস: বিভা শইকীয়া ভ্লগ . . . . #nonfollowers #AssamNews #facbookreelsfypシ゚viralシ #ViralReel #Followers

2 hrs ago
user_ভাস্কৰ জ্যোতি দত্ত
ভাস্কৰ জ্যোতি দত্ত
Local News Reporter বোকাখাত, গোলাঘাট, অসম•
2 hrs ago

কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মাৰ/পি/ট/ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। 🛑 কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মা/ৰ/পি/টৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাত কেইবাগৰাকীও ছাত্ৰ আহত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 🛑 বিদ্যালয় কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে শিক্ষা বিষয়া আৰু আৰক্ষী বিষয়াক অভিযোগ দাখিল কৰে। খবৰ উৎস: বিভা শইকীয়া ভ্লগ . . . . #nonfollowers #AssamNews #facbookreelsfypシ゚viralシ #ViralReel #Followers

More news from অসম and nearby areas
  • মৰঙিত হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।
    1
    মৰঙিত  হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। 
হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত  নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। 
মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    2 hrs ago
  • অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
    1
    অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    16 hrs ago
  • লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।
    1
    লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ 
ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা  সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।
    user_Bhuban Gautam
    Bhuban Gautam
    Farmer কদম, লখিমপুৰ, অসম•
    17 hrs ago
  • GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। থলুৱা তাঁতী, কাৰিকৰ আৰু মহিলা উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘Made in Assam’ সামগ্ৰীৰ নতুন বজাৰ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা। সংবাদমেলত ফেশ্বন ডিজাইনাৰ কৌশিক মোডক, বিষ্ণু শৰ্মা, বিশিষ্ট শিল্পী তৰু লতা দাস, আৰু সত্ৰীয়া নৃত্যশিল্পী ৰুবী বৰদলৈ আৰু বৈয়ালিনা বৰদলৈয়ে উপস্থিত থাকি এই উদ্যোগৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। আয়োজকসকলৰ মতে, এই অনুষ্ঠানে কেৱল ফেশ্বন প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অসমৰ পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।
    1
    GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়।
GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস।
GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি।
GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’।
GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান।

অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়।
বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ।
ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা।
বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি।

GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়।
GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস।
GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি।
GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’।
GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান।
অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়।
বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ।
ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা।
বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি।
থলুৱা তাঁতী, কাৰিকৰ আৰু মহিলা উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘Made in Assam’ সামগ্ৰীৰ নতুন বজাৰ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা।
সংবাদমেলত ফেশ্বন ডিজাইনাৰ কৌশিক মোডক, বিষ্ণু শৰ্মা, বিশিষ্ট শিল্পী তৰু লতা দাস, আৰু সত্ৰীয়া নৃত্যশিল্পী ৰুবী বৰদলৈ আৰু বৈয়ালিনা বৰদলৈয়ে উপস্থিত থাকি এই উদ্যোগৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
আয়োজকসকলৰ মতে, এই অনুষ্ঠানে কেৱল ফেশ্বন প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অসমৰ পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    20 hrs ago
  • যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা ! ​যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।
    2
    যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা !
​যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মিলাদ-উন-নবী। 'মিলাদ-উন-নবী' উপলক্ষে মুছলমান লোকসকলৰ ৰাজপথত সমদল। 📍 Nakhuti Area (Sarkey Basti)
    1
    আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মিলাদ-উন-নবী।
'মিলাদ-উন-নবী'
উপলক্ষে মুছলমান লোকসকলৰ ৰাজপথত সমদল।
📍 Nakhuti Area (Sarkey Basti)
    user_Untold by ALI HUSSAIN
    Untold by ALI HUSSAIN
    Local News Reporter লংকা, হোজাই, অসম•
    5 hrs ago
  • নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান। ৰূপহী নিউজ ডেস্ক ৰিপ’ৰ্ট | Focus Axom 24 🛑 নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান। ৰূপহীহাটৰ ফাকলস্থিত টাউন ডিষ্ট্ৰিবিউটৰত অভিযান চলাই ধৰা পেলালে বিসংগতি। 🛑 অভিযানৰ উমান পাই বন্ধ কৰি দিয়ে বহু অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচি। অবৈধভাৱে ফাৰ্মাচি চলালে ছীল কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি ঔষধ পৰিদৰ্শকৰ। News desk report focus axom 24 . . . . #Nagaon #nonfollowers #IllegalPharmacy #DrugInspector #FocusAxom24
    1
    নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান। ৰূপহী
নিউজ ডেস্ক ৰিপ’ৰ্ট | Focus Axom 24
🛑 নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান। ৰূপহীহাটৰ ফাকলস্থিত টাউন ডিষ্ট্ৰিবিউটৰত অভিযান চলাই ধৰা পেলালে বিসংগতি।
🛑 অভিযানৰ উমান পাই বন্ধ কৰি দিয়ে বহু অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচি। অবৈধভাৱে ফাৰ্মাচি চলালে ছীল কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি ঔষধ পৰিদৰ্শকৰ।
News desk report 
focus axom 24 
.
.
.
.
#Nagaon #nonfollowers #IllegalPharmacy #DrugInspector #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    6 hrs ago
  • যোৰহাটত আৰক্ষীৰ নাকৰ তলতে চুৰি: প্ৰাথমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান ​যোৰহাট সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০-২৫০ মিটাৰ নিলগৰ মোকতব আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এক চাঞ্চল্যকৰ চুৰি কাৰ্য সংঘটিত হৈছে। দিনৰ ভাগত বিফল হৈ চোৰে নিশা খিৰিকীৰ হুক ভাঙি বিদ্যালয়খনৰ পৰা চাৰিখন চিলিং ফেন লৈ উধাও হয়। আৰক্ষীৰ নিচেই কাষতে সংঘটিত এই চুৰি কাৰ্য সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।
    4
    যোৰহাটত আৰক্ষীৰ নাকৰ তলতে চুৰি: প্ৰাথমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান
​যোৰহাট সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০-২৫০ মিটাৰ নিলগৰ মোকতব আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এক চাঞ্চল্যকৰ চুৰি কাৰ্য সংঘটিত হৈছে। দিনৰ ভাগত বিফল হৈ চোৰে নিশা খিৰিকীৰ হুক ভাঙি বিদ্যালয়খনৰ পৰা চাৰিখন চিলিং ফেন লৈ উধাও হয়। আৰক্ষীৰ নিচেই কাষতে সংঘটিত এই চুৰি কাৰ্য সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud. If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud.
    1
    If you love authentic Oud… this one is for you.

🌿 Jumbo Muri Double Super 🌿

Experience the true luxury of premium Oud —
Oud at its finest, just the way it should be.

Rich • Elegant • Authentic • Long-Lasting ✨

For those who truly appreciate the finest Oud.


If you love authentic Oud… this one is for you.
🌿 Jumbo Muri Double Super 🌿
Experience the true luxury of premium Oud —
Oud at its finest, just the way it should be.
Rich • Elegant • Authentic • Long-Lasting ✨
For those who truly appreciate the finest Oud.
    user_MUHAMMAD MANSOOR ALAM
    MUHAMMAD MANSOOR ALAM
    Business management consultant জিৰো এইচকিউ, ল'ৱাৰ চুবানচিৰি, অৰুণাচল প্ৰদেশ•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.