Shuru
Apke Nagar Ki App…
যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা ! যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।
Farid Ali.
যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা ! যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।
More news from অসম and nearby areas
- যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা ! যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।2
- মৰাণৰ টেপৰচালিবামত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ । অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অইলে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।1
- অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল1
- লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।1
- 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।1
- নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।1
- কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মাৰ/পি/ট/ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। 🛑 কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সংঘটিত প্ৰচণ্ড মা/ৰ/পি/টৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাত কেইবাগৰাকীও ছাত্ৰ আহত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 🛑 বিদ্যালয় কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে শিক্ষা বিষয়া আৰু আৰক্ষী বিষয়াক অভিযোগ দাখিল কৰে। খবৰ উৎস: বিভা শইকীয়া ভ্লগ . . . . #nonfollowers #AssamNews #facbookreelsfypシ゚viralシ #ViralReel #Followers1
- যোৰহাটত আৰক্ষীৰ নাকৰ তলতে চুৰি: প্ৰাথমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান যোৰহাট সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০-২৫০ মিটাৰ নিলগৰ মোকতব আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এক চাঞ্চল্যকৰ চুৰি কাৰ্য সংঘটিত হৈছে। দিনৰ ভাগত বিফল হৈ চোৰে নিশা খিৰিকীৰ হুক ভাঙি বিদ্যালয়খনৰ পৰা চাৰিখন চিলিং ফেন লৈ উধাও হয়। আৰক্ষীৰ নিচেই কাষতে সংঘটিত এই চুৰি কাৰ্য সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।4