logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।

1 hr ago
user_The TIME marangi
The TIME marangi
Local News Reporter মৰঙী, গোলাঘাট, অসম•
1 hr ago

নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।

More news from অসম and nearby areas
  • নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।
    1
    নিজ  সতীৰ্থ যোদ্ধাক  হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয়  YOUTUBER  MR.BITU  । মহুৰামুখৰ আশ্ৰমত  জনালে শ্ৰদ্ধাঞ্জলি।
শিৱসাগৰৰ  বানাক্ৰান্তক  নিৰৱে  সহায় কৰা  মানস  জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে  দুদিন পুৰ্বে  দুৰ্ঘটনাত পতিত হয়  কৰুণ মৃত্যুক আঁকোৱালি লয়।  যুৱক  জনৰ  লগত  MR.BITU ৰ আছিল  মধুৰ সম্পৰ্ক।  শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা  ,ঘৰ নিৰ্মাণত  MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে  জড়িত আছিল  শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA  ।  ২০২৩ চনতে  ফোন যোগে  চিনাকি  হোৱা  যুৱক জন  MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা।  শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ  সদায় প্ৰচাৰ বিমুখ  কেৱল সহায় কৰি ভাল পাই মানুহক।   সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত  আজি  বিতু।  MR.BITU য়ে যুৱক জনক শেষ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  নিজৰ  মহুৰামুখ স্থিত আশ্ৰমত।  পৰৱৰ্তী সময়ত যুৱক জনৰ  কৰ্মৰাজী জীয়াই ৰাখিবলৈ  বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    1 hr ago
  • 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
    1
    🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    17 hrs ago
  • বোকাজানত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত মৃ/ত্যু/ সুভাষ তা’ৰ নামৰ এজন ব্যক্তিৰ 🛑 বোকাজানত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত এজনৰ মৃ/ত্যু/ 🛑 বোকাজানৰ টেকে ইংতি গাঁৱত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত সুভাষ তা’ৰ নামৰ এজন ব্যক্তিৰ মৃ/ত্যু/। মঙলবাৰে নিশা ঘৰৰ পাছফালে গা ধুবলৈ যোৱাৰ সময়তে হাতীটোৰ সন্মুখীন হয় তেওঁ। পলাবলৈ চেষ্টা কৰোঁতেই হাতীটোৱে আ/ক্ৰ/ম/ণ কৰি কিছু দূৰলৈ চোঁচৰাই নিয়ে। 🛑 ঘটনাক লৈ স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ’ৰ্ট। Focus axom 24 . . . . #wildelephant #FocusAxom24 #everyonefollowers #nonfollowers #facebookpost
    1
    বোকাজানত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত মৃ/ত্যু/ সুভাষ তা’ৰ নামৰ এজন ব্যক্তিৰ 
🛑 বোকাজানত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত এজনৰ মৃ/ত্যু/
🛑 বোকাজানৰ টেকে ইংতি গাঁৱত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত সুভাষ তা’ৰ নামৰ এজন ব্যক্তিৰ মৃ/ত্যু/। মঙলবাৰে নিশা ঘৰৰ পাছফালে গা ধুবলৈ যোৱাৰ সময়তে হাতীটোৰ সন্মুখীন হয় তেওঁ। পলাবলৈ চেষ্টা কৰোঁতেই হাতীটোৱে আ/ক্ৰ/ম/ণ কৰি কিছু দূৰলৈ চোঁচৰাই নিয়ে।
🛑 ঘটনাক লৈ স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ’ৰ্ট।
Focus axom 24 
.
.
.
.
#wildelephant #FocusAxom24 #everyonefollowers #nonfollowers #facebookpost
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    15 min ago
  • সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।
    1
    সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    5 hrs ago
  • অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
    1
    অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    16 hrs ago
  • # জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ পথ দুৰ্ঘটনা। # পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক খুন্দাত মাৰিলে এখন বলেৰ গাড়ীয়ে। # বিধ্বস্ত দুয়োখন বাহন। Anchor- জামুগুৰিহাটৰ কুসুমটোলাত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি পুঁৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চতিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক এখন তীব্ৰবেগী বলেৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত দুয়োখন গাড়ীয়েই সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয়।দুৰ্ঘটনাত এগৰাকী পৰীক্ষাৰ্থীও আহত হয়। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ গাড়ীখনৰ নম্বৰ হ'লAS 01GF 0464 আৰু আনখন আৰটিৰ্গা গাড়ীৰ নম্বৰ হ'ল AS 32 A 4162 ।
    4
    # জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
# পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক খুন্দাত মাৰিলে এখন বলেৰ গাড়ীয়ে।
# বিধ্বস্ত দুয়োখন বাহন।

Anchor- জামুগুৰিহাটৰ কুসুমটোলাত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি পুঁৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চতিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক এখন তীব্ৰবেগী বলেৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত  হয়। দুৰ্ঘটনাত দুয়োখন গাড়ীয়েই সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয়।দুৰ্ঘটনাত এগৰাকী পৰীক্ষাৰ্থীও আহত হয়। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ গাড়ীখনৰ নম্বৰ হ'লAS 01GF 0464 আৰু আনখন আৰটিৰ্গা গাড়ীৰ নম্বৰ হ'ল AS 32 A 4162 ।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    1 hr ago
  • যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা ! ​যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।
    2
    যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা !
​যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • মৰঙিত হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।
    1
    মৰঙিত  হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। 
হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত  নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। 
মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.