logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰঙিত হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।

10 hrs ago
user_The TIME marangi
The TIME marangi
Local News Reporter মৰঙী, গোলাঘাট, অসম•
10 hrs ago

মৰঙিত হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।

More news from অসম and nearby areas
  • নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।
    1
    নিজ  সতীৰ্থ যোদ্ধাক  হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয়  YOUTUBER  MR.BITU  । মহুৰামুখৰ আশ্ৰমত  জনালে শ্ৰদ্ধাঞ্জলি।
শিৱসাগৰৰ  বানাক্ৰান্তক  নিৰৱে  সহায় কৰা  মানস  জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে  দুদিন পুৰ্বে  দুৰ্ঘটনাত পতিত হয়  কৰুণ মৃত্যুক আঁকোৱালি লয়।  যুৱক  জনৰ  লগত  MR.BITU ৰ আছিল  মধুৰ সম্পৰ্ক।  শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা  ,ঘৰ নিৰ্মাণত  MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে  জড়িত আছিল  শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA  ।  ২০২৩ চনতে  ফোন যোগে  চিনাকি  হোৱা  যুৱক জন  MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা।  শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ  সদায় প্ৰচাৰ বিমুখ  কেৱল সহায় কৰি ভাল পাই মানুহক।   সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত  আজি  বিতু।  MR.BITU য়ে যুৱক জনক শেষ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  নিজৰ  মহুৰামুখ স্থিত আশ্ৰমত।  পৰৱৰ্তী সময়ত যুৱক জনৰ  কৰ্মৰাজী জীয়াই ৰাখিবলৈ  বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    10 hrs ago
  • গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ
    1
    গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু
দুৰাৰোগ্য ৰোগত মৃ/ত্যু  দ্বীপন ৰাজবংশীৰ
সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি
দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ

 
গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু
দুৰাৰোগ্য ৰোগত মৃ/ত্যু  দ্বীপন ৰাজবংশীৰ
সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি
দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    4 hrs ago
  • উন্নয়নৰ ফোপোলা ছবিঃ ৰচি আৰু টুলুঙা নাৱেৰে ধনশিৰি পাৰ হৈ বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰী উন্নয়নৰ ফোপোলা ছবিঃ ৰচি আৰু টুলুঙা নাৱেৰে ধনশিৰি পাৰ হৈ বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰী 🛑গোলাঘাটৰ টেঙানিৰ আলিচিগা পাৰঘাটত বছৰ বছৰ ধৰি বিপদসংকুল যাত্ৰা। ৰচি আৰু টুলুঙা নাৱকে সাৰথি কৰি ধনশিৰি নদী পাৰ হৈ বিদ্যালয়লৈ অহা-যোৱা কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। পকী দলঙৰ দাবী জনাই আহিও আজিলৈকে সমাধান নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। 🛑ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কণ্ঠধ্বনী শিল্পী সমাজৰ উদ্যোগত কেইবাগৰাকীও শিল্পীৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলক লাইফ জেকেট প্ৰদান কৰা হয়। ৰিপ’ৰ্টঃ চিতা চুমু দত্ত, গোলাঘাট Focus Axom 24 . . . . #Golaghat #AssamNews #nonfollowers #follower #FocusAxom24
    1
    উন্নয়নৰ ফোপোলা ছবিঃ ৰচি আৰু টুলুঙা নাৱেৰে ধনশিৰি পাৰ হৈ বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰী

উন্নয়নৰ ফোপোলা ছবিঃ ৰচি আৰু টুলুঙা নাৱেৰে ধনশিৰি পাৰ হৈ বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰী
🛑গোলাঘাটৰ টেঙানিৰ আলিচিগা পাৰঘাটত বছৰ বছৰ ধৰি বিপদসংকুল যাত্ৰা। ৰচি আৰু টুলুঙা নাৱকে সাৰথি কৰি ধনশিৰি নদী পাৰ হৈ বিদ্যালয়লৈ অহা-যোৱা কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। পকী দলঙৰ দাবী জনাই আহিও আজিলৈকে সমাধান নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
🛑ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কণ্ঠধ্বনী শিল্পী সমাজৰ উদ্যোগত কেইবাগৰাকীও শিল্পীৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলক লাইফ জেকেট প্ৰদান কৰা হয়।
ৰিপ’ৰ্টঃ চিতা চুমু দত্ত, গোলাঘাট
Focus Axom 24
.
.
.
.
#Golaghat #AssamNews #nonfollowers #follower #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    58 min ago
  • বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন ৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    3
    বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন
৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ
বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    8 hrs ago
  • সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।
    1
    সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    14 hrs ago
  • ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল। ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    1
    ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    3 hrs ago
  • কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ
    1
    কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ
    user_Bokajan TV
    Bokajan TV
    ডিফু, কাৰ্বি আংলং, অসম•
    7 hrs ago
  • মৰঙিত হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।
    1
    মৰঙিত  হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। 
হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত  নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। 
মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.