logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ

1 day ago
user_Bokajan TV
Bokajan TV
ডিফু, কাৰ্বি আংলং, অসম•
1 day ago

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ

More news from অসম and nearby areas
  • লংকাৰ লস্কৰ পথাৰস্থিত চুইচ গেট বজাৰ চৌহদত অনুষ্ঠিত হ’বলৈ গৈ আছে এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় সমগ্ৰ অসম ভিত্তিত কাবাডী খেল প্ৰতিযোগিতা।
    1
    লংকাৰ লস্কৰ পথাৰস্থিত চুইচ গেট বজাৰ চৌহদত অনুষ্ঠিত হ’বলৈ গৈ আছে এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় সমগ্ৰ অসম ভিত্তিত কাবাডী খেল প্ৰতিযোগিতা।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    2 hrs ago
  • ১ মিনিটতে Bilibili App Download কৰক ! • Untold by Ali Hussain 📍 Assam, India
    1
    ১ মিনিটতে Bilibili App Download কৰক !
• Untold by Ali Hussain 
📍 Assam, India
    user_Untold by ALI HUSSAIN
    Untold by ALI HUSSAIN
    Local News Reporter লংকা, হোজাই, অসম•
    11 hrs ago
  • গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ . . . . #গোলাঘাট #nonfollowers #PoliceComplaint #FocusAxom24 #foryoupage
    1
    গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ
গোলাঘাটৰ আমোলাপট্টিত বাউণ্ডাৰী ৱাল ভঙাক লৈ বিবাদ, পৰস্পৰৰ বিৰুদ্ধে অভিযোগ
.
.
.
.
#গোলাঘাট #nonfollowers #PoliceComplaint #FocusAxom24 #foryoupage
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    50 min ago
  • এইবাৰ নেপালত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে তচনচ কৰি দিলে সকলো নেপালৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ আকস্মিক পৰিৱৰ্তনে সৃষ্টি কৰিছে চাঞ্চল্য। পাহাৰ, নদী আৰু জনবসতিপূৰ্ণ অঞ্চলত দেখা গৈছে বিপদৰ আশংকা। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসন আৰু উদ্ধাৰকাৰী দল। এই ঘটনাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই। স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।
    1
    এইবাৰ নেপালত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ।  মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে তচনচ কৰি দিলে সকলো
নেপালৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ আকস্মিক পৰিৱৰ্তনে সৃষ্টি কৰিছে চাঞ্চল্য। পাহাৰ, নদী আৰু জনবসতিপূৰ্ণ অঞ্চলত দেখা গৈছে বিপদৰ আশংকা। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসন আৰু উদ্ধাৰকাৰী দল।
এই ঘটনাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই। স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    3 hrs ago
  • 🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ 🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই 🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ 🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই
    1
    🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ
🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই
🛑ৰূপহী মডেল হস্পিতালৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ
🛑প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱৰ কিশোৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম আব্দুল চামাদ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা শুকুৰবাৰৰ পৰা আব্দুল চামাদৰ কোনো সন্ধান পোৱা হোৱা নাই। কিশোৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ, পৰিচিত লোকৰ লগতে সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলাই আহিছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই। কিশোৰজনৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। কোনো সদাশয় লোকে আব্দুল চামাদৰ সন্ধান পালে ৰূপহীহাট আৰক্ষী থানা বা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। যোগাযোগ নম্বৰ- ৮৪৭২০৩২৯৭০/ ৯৩৯৫২২৭৮৮৩
    1
    ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱৰ কিশোৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। 
নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম আব্দুল চামাদ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা শুকুৰবাৰৰ পৰা আব্দুল চামাদৰ কোনো সন্ধান পোৱা হোৱা নাই।
কিশোৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ, পৰিচিত লোকৰ লগতে সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলাই আহিছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই।
কিশোৰজনৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।
কোনো সদাশয় লোকে আব্দুল চামাদৰ সন্ধান পালে ৰূপহীহাট আৰক্ষী থানা বা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
যোগাযোগ নম্বৰ- ৮৪৭২০৩২৯৭০/ ৯৩৯৫২২৭৮৮৩
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • বোকাজানৰ প্ৰণৱ জুবিলি মহাবিদ্যালয়তো ‘খেলো ইণ্ডিয়া ডায়লগ’ 🛑 বোকাজানৰ প্ৰণৱ জুবিলি মহাবিদ্যালয়তো ‘খেলো ইণ্ডিয়া ডায়লগ’ 🛑 ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাকক্ষণত বোকাজানৰ প্ৰণৱ জুবিলি মহাবিদ্যালয়ত NSS Unit-ৰ উদ্যোগত আয়োজন কৰা হয় ‘খেলো ইণ্ডিয়া ডায়লগ’। ‘প্লে ফৰ ফিটনেছ, প্লে ফৰ নেচন’ শীৰ্ষক বাৰ্তাৰে ক্ৰীড়াৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ বৃদ্ধি আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠিত হয় অনুষ্ঠানটো। 🛑 অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° পাৰ্থ দেৱ, প্ৰধান শিক্ষক কমল মজুমদাৰ, ক্ৰীড়া সংগঠক ৰাজেন ৰংপি, বাবু ছিংনাৰ আৰু চনীয়া মাৰাক উপস্থিত থাকে। . . . . #foryoupageシ #nonfollowers #FocusAxom24 #kheloindia #fypシ
    1
    বোকাজানৰ প্ৰণৱ জুবিলি মহাবিদ্যালয়তো ‘খেলো ইণ্ডিয়া ডায়লগ’

🛑 বোকাজানৰ প্ৰণৱ জুবিলি মহাবিদ্যালয়তো ‘খেলো ইণ্ডিয়া ডায়লগ’
🛑 ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাকক্ষণত বোকাজানৰ প্ৰণৱ জুবিলি মহাবিদ্যালয়ত NSS Unit-ৰ উদ্যোগত আয়োজন কৰা হয় ‘খেলো ইণ্ডিয়া ডায়লগ’। ‘প্লে ফৰ ফিটনেছ, প্লে ফৰ নেচন’ শীৰ্ষক বাৰ্তাৰে ক্ৰীড়াৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ বৃদ্ধি আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠিত হয় অনুষ্ঠানটো।
🛑 অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° পাৰ্থ দেৱ, প্ৰধান শিক্ষক কমল মজুমদাৰ, ক্ৰীড়া সংগঠক ৰাজেন ৰংপি, বাবু ছিংনাৰ আৰু চনীয়া মাৰাক উপস্থিত থাকে।
.
.
.
.
#foryoupageシ  #nonfollowers  #FocusAxom24
#kheloindia #fypシ
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    2 hrs ago
  • লাহৰিঘাটত দুই স্বামী-স্ত্ৰী পৰিয়ালৰ পথৰ মাজত ক্ৰন্দল ।মহিলা ওপৰত আক্ৰমণ ।
    1
    লাহৰিঘাটত দুই স্বামী-স্ত্ৰী পৰিয়ালৰ পথৰ মাজত ক্ৰন্দল ।মহিলা ওপৰত আক্ৰমণ ।
    user_Pulin kumar kakati
    Pulin kumar kakati
    মৰিগাঁও, মৰিগাঁও, অসম•
    45 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.