Shuru
Apke Nagar Ki App…
১ মিনিটতে Bilibili App Download কৰক ! • Untold by Ali Hussain 📍 Assam, India
Untold by ALI HUSSAIN
১ মিনিটতে Bilibili App Download কৰক ! • Untold by Ali Hussain 📍 Assam, India
More news from অসম and nearby areas
- ১ মিনিটতে Bilibili App Download কৰক ! • Untold by Ali Hussain 📍 Assam, India1
- কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ1
- শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।1
- Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1
- চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।1
- চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন লৈ উধাও চোৰ। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1
- Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।1
- #ASSU Protest rally against price hike at Morigaon town.# "বজাৰত লাগিছে জুই চৰকাৰ আছে শুই" সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এনেদৰেই মৰিগাঁও চহৰত মূ্ল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমদল উলিয়াই সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বান মৰ্মে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ নেতা-কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। **“বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই”** আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰসৰ ৰ’দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত আছুৰ নেতৃত্বত উলিওৱা হয় এই বিক্ষোভ সমদল। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন-যাত্ৰাত ব্যাপক প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়। মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও আছুৰ নেতৃত্বই সকীয়াই দিয়ে।1