Shuru
Apke Nagar Ki App…
বোকাজানত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত মৃ/ত্যু/ সুভাষ তা’ৰ নামৰ এজন ব্যক্তিৰ 🛑 বোকাজানত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত এজনৰ মৃ/ত্যু/ 🛑 বোকাজানৰ টেকে ইংতি গাঁৱত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত সুভাষ তা’ৰ নামৰ এজন ব্যক্তিৰ মৃ/ত্যু/। মঙলবাৰে নিশা ঘৰৰ পাছফালে গা ধুবলৈ যোৱাৰ সময়তে হাতীটোৰ সন্মুখীন হয় তেওঁ। পলাবলৈ চেষ্টা কৰোঁতেই হাতীটোৱে আ/ক্ৰ/ম/ণ কৰি কিছু দূৰলৈ চোঁচৰাই নিয়ে। 🛑 ঘটনাক লৈ স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ’ৰ্ট। Focus axom 24 . . . . #wildelephant #FocusAxom24 #everyonefollowers #nonfollowers #facebookpost
ভাস্কৰ জ্যোতি দত্ত
বোকাজানত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত মৃ/ত্যু/ সুভাষ তা’ৰ নামৰ এজন ব্যক্তিৰ 🛑 বোকাজানত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত এজনৰ মৃ/ত্যু/ 🛑 বোকাজানৰ টেকে ইংতি গাঁৱত বনৰীয়া হাতীৰ আ/ক্ৰ/ম/ণ/ত সুভাষ তা’ৰ নামৰ এজন ব্যক্তিৰ মৃ/ত্যু/। মঙলবাৰে নিশা ঘৰৰ পাছফালে গা ধুবলৈ যোৱাৰ সময়তে হাতীটোৰ সন্মুখীন হয় তেওঁ। পলাবলৈ চেষ্টা কৰোঁতেই হাতীটোৱে আ/ক্ৰ/ম/ণ কৰি কিছু দূৰলৈ চোঁচৰাই নিয়ে। 🛑 ঘটনাক লৈ স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ’ৰ্ট। Focus axom 24 . . . . #wildelephant #FocusAxom24 #everyonefollowers #nonfollowers #facebookpost
More news from অসম and nearby areas
- নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।1
- গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ1
- সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।1
- বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন ৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷3
- *বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।* বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। প্ৰায় ৪০ খন ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।দীৰ্ঘদিনৰ পৰা ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেচন অবিহনে বিশ্বনাথ নগৰত চলি আছিল এই ই-ৰিক্সাসমূহ। যাৰ বাবে যান-জঁটৰ লগতে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল। শেহতীয়াকৈ জিলা প্ৰশাসন, জিলা আৰক্ষী আৰু ই-ৰিক্সা চালক সন্থাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্ত অনুসৰি কালিৰে পৰা আৰম্ভ হৈছে এই অভিযান।বৰ্তমান জব্দ কৰা ই-ৰিক্সাসমূহ বিশ্বনাথ সদৰ আৰক্ষী থানা চৌহদত ৰখা হৈছে। নথি-পত্ৰ সঠিক কৰি জৰিমনা পৰিশোধ কৰাৰ পিছতহে বাহনসমূহ মুকলি কৰি দিয়া হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।4
- চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।1
- গোলাঘাটত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন 🛑 গোলাঘাটত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন 🛑 গোলাঘাটত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। অনুষ্ঠানত প্ৰথিতযশা সাহিত্যিক ড° অনুৰাধা শৰ্মা পূজাৰীক প্ৰদান কৰা হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য বঁটা। লগতে ‘সংগ্ৰাম’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন আৰু বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে। গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ'ৰ্ট Focus axom 24 . . . . #Golaghat #SangramiYuvaChatraParishad #AnuradhaSharmaPujari #As #nonfollowers #follower #FocusAxom241
- চীন-নেপাল সীমান্তত ভ/য়ং/ক/ৰ বান: প্ৰ/চ/ণ্ড ঢৌত শ শ লোকৰ মৃ/ত্যু/-আশংকা চীন-নেপাল সীমান্তত ভ/য়ং/ক/ৰ বান: প্ৰ/চ/ণ্ড ঢৌত শ শ লোকৰ মৃ/ত্যু/-আশংকা চীন-নেপাল সীমান্তত বি/ধ্বং/সী বান/পানীয়ে সৃষ্টি কৰিছে ভ/য়ং/কৰ পৰিস্থিতি। প্ৰচণ্ড বানৰ ঢৌত বহু লোক সন্ধানহীন হোৱাৰ লগতে শ শ লোকৰ মৃ/ত্যু/হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে আতংকময় পৰিৱেশ। #ChinaNepalBorder #FloodAlert #NepalFlood #BreakingNews #FloodDisaster।1