Shuru
Apke Nagar Ki App…
পৰ্বতঝোৰাৰ বগৰীবাৰীত সজাগতা সভাৰ আয়োজন। শেহতীয়াকৈ বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত ড্ৰাগছ,বাল্য বিবাহ,মদ, জুৱা,শিশু নিৰ্যাতন দিনক দিনে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিনৰ ২ টা মান বজাত বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰা প্ৰথম খণ্ড গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত নিচামুক্ত সমাজ গঢ়াৰ উদেশ্যে এখন সজাগতা সভাৰ আয়োজন কৰে।
Mrinal Kalita

More news from Kokrajhar and nearby areas
- "আইৰ মাতেৰে দেশৰ কবিতা" শীৰ্ষক গ্ৰন্থখন আজি ২২/১১/২০২৪ তাৰিখে উন্মোচিত হৈ যায়। উন্মোচন কৰে কোকৰাঝাৰ কমাৰ্চ কলেজৰ অধ্যাপক ড৹ বিন্দু ভূষণ বৰাদেৱে। মুখ্য অতিথিৰ আসনত থাকে চেৰফাংগুৰিৰ জনতা কলেজৰ উপাধ্যক্ষ ড৹ লীনা শৰ্মা। বিশিষ্ট অতিথিৰ আসন থাকে ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ সাহানুৰ ৰহমান। VDO বোৰ দীঘল হোৱা বাবে ভাগে-ভাগে Upload কৰিবলগীয়াত পৰিছোঁ।1
- কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱ আৰক্ষীৰ অ***ন ।...1
- কোকৰাঝাৰ পেছ ক্লাৱত নেমছু'ৰ কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা ৷1
- ফকিৰাগ্ৰামত এই আই ইউ ডি এফ'ৰ কোকৰাঝাৰ জিলা সমিতি আৰু যুব সমিতিৰ সাধাৰণ সভা1
- বিহপুৰীয়াত নৈশ ফুটবল প্ৰতিযোগিতা ৷ মণিপুৰক পৰাস্ত কৰি নকাৰী দলৰ অগ্ৰগতি ৷ ক্ৰীড়া প্ৰেমীৰ বিপুল সহাঁৰি ৷ আজি অৰুণাচল পুলিচ আৰু কোকৰাঝাৰ দলৰ মাজত অনুষ্ঠিত হব খেল ৷1
- পৰ্বতঝোৰাৰ বগৰীবাৰীত সজাগতা সভাৰ আয়োজন। শেহতীয়াকৈ বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত ড্ৰাগছ,বাল্য বিবাহ,মদ, জুৱা,শিশু নিৰ্যাতন দিনক দিনে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিনৰ ২ টা মান বজাত বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰা প্ৰথম খণ্ড গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত নিচামুক্ত সমাজ গঢ়াৰ উদেশ্যে এখন সজাগতা সভাৰ আয়োজন কৰে।1
- "আইৰ মাতেৰে দেশৰ কবিতা" শীৰ্ষক গ্ৰন্থখন আজি ২২/১১/২০২৪ তাৰিখে উন্মোচিত হৈ যায়। উন্মোচন কৰে কোকৰাঝাৰ কমাৰ্চ কলেজৰ অধ্যাপক ড৹ বিন্দু ভূষণ বৰাদেৱে। মুখ্য অতিথিৰ আসনত থাকে চেৰফাংগুৰিৰ জনতা কলেজৰ উপাধ্যক্ষ ড৹ লীনা শৰ্মা। বিশিষ্ট অতিথিৰ আসন থাকে ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ সাহানুৰ ৰহমান। VDO বোৰ দীঘল হোৱা বাবে ভাগে-ভাগে Upload কৰিবলগীয়াত পৰিছোঁ।1
- কোকৰাঝাৰ-চিৰাং জিলা শিশু আই-মাতৃ কল্যাণ সমিতিৰ প্ৰয়াত সম্পাদিকা অঞ্জনা দাসৰ আজি একাদশ দিৱস কাৰ্যসুচী সমাপন ৷1