Shuru
Apke Nagar Ki App…
৮ নং ধুবুৰী বিধানসভা সমষ্টিত বিজেপিৰ দলীয় প্ৰাৰ্থীত্ব লাভ কৰা উত্তম প্ৰসাদৰ প্ৰথম প্ৰতিক্ৰিয়া। ধুবুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পাগলাবাবা মন্দিৰৰ পৰা শুভাকাংক্ষী সকলে বিজেপি ৰ দলীয় টিকট লাভ কৰা উত্তম প্ৰসাদক উষ্ম আদৰণি জনায় বিজেপি ৰ সমৰ্থক সকলে। পাগলাবাবা মন্দিৰত সেৱা জনাই উত্তম প্ৰসাদ খোজ কাঢ়ি দলীয় কার্যলয়লৈ ৰাওনা হয়।লগতে মটৰ চাইকেল ৰেলি কৰিও কিছু সমৰ্থকে আনন্দ উল্লাস কৰে।
Amar Dhubri

- User4272Baganpara (Pt), Baksa🤝17 hrs ago
- User4272Baganpara (Pt), Baksa🤝17 hrs ago
More news from অসম and nearby areas
- সুৰ বিহীন ৬ মাহ জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে নাম প্ৰসংগৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। জুবিন গাৰ্গ ন্যায় নোপোৱা লৈকে অসমৰ ৰাইজৰ মনত জ্বলা জুই কেতিয়াও নিৰ্বাপন নহয় বুলি কয় আছু জিলা সম্পাদক জীৱন জ্যোতি বৰুৱাই। SIT য়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ তৈয়াৰ কৰিব লাগে যাতে দোষীয়ে কেতিয়াও সাৰি যাব নোৱাৰে। জুবিন গাৰ্গে ন্যায় পাব লাগিব। ৰাজনৈতিক আৰু অৰাজনৈতিক দলক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিব বুলি আহ্বান জনায় আছু ধুবুৰী জিলা সমিতিয়ে। অসমৰ জ্বলন্ত সমস্যাৰ সময়ত জুবিন গাৰ্গে অসমৰ ৰাইজৰ লগত থাকি আন্দোলন কৰিছিল বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে। ধুবুৰী জিলা সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক দাবী আৰু আহ্বান যে অতি সোনকালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ দাখিল কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান দাবী জনায়।1
- DHUBRI DISTRICT ASSAM NIWES VIDEO DAY BHATIPETLA ALOKJHARI NIWES VIDEO DAY1
- 📌ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 📌আজি সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।1
- ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১৯ মাৰ্চ ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত গৌৰীপুৰ ৰেল ওভাৰ ব্ৰীজৰ উদ্বোধন ৰ পিছত ৰাইজৰ যাতায়তৰ সকাহ পাইছে। তীব্ৰ যানজঁটৰ পৰা ৰক্ষা পৰিছে। প্ৰনৱাশীষ ৰয় ধুবুৰী1
- Post by Md Romio Mehadi1
- kodom Toli wart no. 12 road ka hal bohat bura he our koi kam nahi karta aur dren bi bohat kharap he3
- please help me sapatgram to balapara berez1
- 📌ধুবুৰীত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত। 📌বেবী বেগমৰ প্ৰাৰ্থীত্ব দিয়াক লৈ ধুবুৰী কংগ্ৰেছত তীব্ৰ প্ৰতিবাদ। 📌কংগ্ৰেছে ধুবুৰীত প্ৰক্ষেপ কৰা বেবী বেগমক অযোগ্য প্ৰাৰ্থী আখ্যা কংগ্ৰেছ কৰ্মী1