logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

BREAKING NEWS: ▲ কলাইগাঁও বেলতলীত চাঞ্চল্যৰ ঘটনা। ▲ ঘৈনীয়েকক উদ্ধাৰ মৃত অৱস্থাত বাথৰুমত। ▲ কলাইগাঁও বেলতলীত চাঞ্চল্যৰ ঘটনা। ▲ ঘৈনীয়েকক উদ্ধাৰ মৃত অৱস্থাত বাথৰুমত। ▲ দৰ্জা বন্ধ কৰি ৰুমত সোমাই আছে গিৰীয়েক। ▲ঘটনা কি? ▲ ঘটনা স্থলীত শ শ লোক উপস্থিত।

2 hrs ago
user_Northeast Talks
Northeast Talks
Local News Reporter লংকা, হোজাই, অসম•
2 hrs ago
dc06bfe7-80d9-4d02-8ad0-e0042b279ef8

BREAKING NEWS: ▲ কলাইগাঁও বেলতলীত চাঞ্চল্যৰ ঘটনা। ▲ ঘৈনীয়েকক উদ্ধাৰ মৃত অৱস্থাত বাথৰুমত। ▲ কলাইগাঁও বেলতলীত চাঞ্চল্যৰ ঘটনা। ▲ ঘৈনীয়েকক উদ্ধাৰ মৃত অৱস্থাত বাথৰুমত। ▲ দৰ্জা বন্ধ কৰি ৰুমত সোমাই আছে গিৰীয়েক। ▲ঘটনা কি? ▲ ঘটনা স্থলীত শ শ লোক উপস্থিত।

More news from অসম and nearby areas
  • লংকাৰ উদালী বজাৰৰ মাজমজিয়াত শ্বৰ্ট চাৰ্কিটৰ ফলত বৈদ্যুতিক তাঁৰত জুই লাগি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। মুহূৰ্তৰ ভিতৰতে অগ্নিপিণ্ডত পৰিণত হয় পৰিবাহী তাঁৰসমূহ। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকৰ প্ৰাণহানি বা আঘাত হোৱা নাই। #janjulive #shortcurcit #reelsfb #viralreels
    1
    লংকাৰ উদালী বজাৰৰ মাজমজিয়াত শ্বৰ্ট চাৰ্কিটৰ ফলত বৈদ্যুতিক তাঁৰত জুই লাগি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। মুহূৰ্তৰ ভিতৰতে অগ্নিপিণ্ডত পৰিণত হয় পৰিবাহী তাঁৰসমূহ। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকৰ প্ৰাণহানি বা আঘাত হোৱা নাই।
#janjulive #shortcurcit #reelsfb #viralreels
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    18 hrs ago
  • মৈৰাবাৰীত উচ্ছেদ! ২৩ বছৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৰায়ত ভুক্তভোগীৰ ন্যায় লাভ। Voice: দক্ষিণ মৈৰাবাৰী অঞ্চলত আজি এক উচ্ছেদ অভিযান চলোৱা হয়, য’ত ২৩ বছৰৰ দীঘলীয়া আইনী সংগ্ৰামৰ অন্তত ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় ২৩ বছৰ পূৰ্বে ৪ বিঘা ১ কঠা ১৪ লোচা মাটি আবুল হাই নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰা হৈছিল। কিন্তু , উক্ত মাটিৰ ওপৰিও বলপূৰ্বকভাৱে অধিক ১ বিঘা ১৩ লোচা মাটি তেওঁ দখল কৰি ৰাখিছিল। এই বিষয়টো লৈ ভুক্তভোগী চৌধুৰী পৰিয়ালে প্ৰথমে জিলা আদালতত গোচৰ ৰুজু কৰে। তাৰ পিছত উচ্চ ন্যায়ালয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পক্ষত ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি আজি প্ৰশাসনে দখল কৰা মাটিত থকা অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলায় আৰু দখলমুক্ত কৰে। মৈৰাবাৰী অঞ্চলত এইটো প্ৰথম উচ্ছেদ অভিযান বুলি জনা গৈছে। ইফালে, দীঘলীয়া সময়ৰ পিছত ন্যায় লাভ কৰাত ভুক্তভোগী চৌধুৰী পৰিয়ালে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।
    1
    মৈৰাবাৰীত উচ্ছেদ!
২৩ বছৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৰায়ত ভুক্তভোগীৰ ন্যায় লাভ।
Voice: দক্ষিণ মৈৰাবাৰী অঞ্চলত আজি এক উচ্ছেদ অভিযান চলোৱা হয়, য’ত ২৩ বছৰৰ দীঘলীয়া আইনী সংগ্ৰামৰ অন্তত ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়।
প্ৰায় ২৩ বছৰ পূৰ্বে ৪ বিঘা ১ কঠা ১৪ লোচা মাটি আবুল হাই নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰা হৈছিল। কিন্তু , উক্ত মাটিৰ ওপৰিও বলপূৰ্বকভাৱে অধিক ১ বিঘা ১৩ লোচা মাটি তেওঁ দখল কৰি ৰাখিছিল।
এই বিষয়টো লৈ ভুক্তভোগী চৌধুৰী পৰিয়ালে প্ৰথমে জিলা আদালতত গোচৰ ৰুজু কৰে। তাৰ পিছত উচ্চ ন্যায়ালয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। 
দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পক্ষত ৰায়দান কৰে।
উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি আজি প্ৰশাসনে দখল কৰা মাটিত থকা অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলায় আৰু দখলমুক্ত কৰে। মৈৰাবাৰী অঞ্চলত এইটো প্ৰথম উচ্ছেদ অভিযান বুলি জনা গৈছে।
ইফালে, দীঘলীয়া সময়ৰ পিছত ন্যায় লাভ কৰাত ভুক্তভোগী চৌধুৰী পৰিয়ালে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    23 hrs ago
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    15 hrs ago
  • শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা
    1
    শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    12 min ago
  • Post by অঞ্জন শ‌ইকীয়া
    4
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    1 hr ago
  • ৫৪ সংখ্যক দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত নিশা দেখিবলৈ পোৱা গ’ল এক আৱেগিক পৰিৱেশ। মঞ্চত তেতিয়া গীতৰ শৰাই আগবঢ়াই আছিল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।দৰ্শকে লৈ অহা জয় জুবিন দা, Justice For Zubeen Garg লিখা গামোচা গাত লৈ গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।
    1
    ৫৪ সংখ্যক দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত নিশা দেখিবলৈ পোৱা গ’ল এক আৱেগিক পৰিৱেশ। মঞ্চত তেতিয়া গীতৰ শৰাই আগবঢ়াই আছিল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।দৰ্শকে লৈ অহা জয় জুবিন দা, Justice For Zubeen Garg লিখা গামোচা গাত লৈ গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    1 hr ago
  • প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ
    1
    প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.