logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ব্ৰেকিং চতিয়া # চতিয়াত পথ দুৰ্ঘটনা। #চতিয়াৰ কচাৰী গাৱঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা৷- চতিয়াৰ কচাৰি গাৱঁত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা।চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ইটাভৰ্তি ট্ৰাক আৰু ব্ৰেজাৰ মাজত সংঘটিত ভংকৰ পথ দুৰ্ঘটনা । কথমপি প্ৰাণ ৰক্ষা চালকৰ। ৰঙাপৰাৰ পৰা গহপুৰ অভিমুখী আছিল ব্ৰজাখন আৰু ট্ৰাকখন জামুগুৰি হাটৰ পৰা ইটা লৈ চতিয়া অভিমুখী আহি থকাত চতিয়াৰ কচাৰি গাৱঁৰ চাৰিলেণ্ডযুক্ত পথত ব্ৰেজাৰে ট্ৰাকখনত খুন্দা মৰাত দুৰ্ঘটনা সংঘটিত হয়৷দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন নম্বৰ হ’ল as12bc6017 আৰু ব্ৰেজাৰ খনৰ নম্বৰ হ’ল As 12 t1552৷উল্লেখ্য যে বিগত এমাহৰ ভিতৰত চতিয়া কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে।

3 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
3 hrs ago

ব্ৰেকিং চতিয়া # চতিয়াত পথ দুৰ্ঘটনা। #চতিয়াৰ কচাৰী গাৱঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা৷- চতিয়াৰ কচাৰি গাৱঁত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা।চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ইটাভৰ্তি ট্ৰাক আৰু ব্ৰেজাৰ মাজত সংঘটিত ভংকৰ পথ দুৰ্ঘটনা । কথমপি প্ৰাণ ৰক্ষা চালকৰ। ৰঙাপৰাৰ পৰা গহপুৰ অভিমুখী আছিল ব্ৰজাখন আৰু ট্ৰাকখন জামুগুৰি হাটৰ পৰা ইটা লৈ চতিয়া অভিমুখী আহি থকাত চতিয়াৰ কচাৰি গাৱঁৰ চাৰিলেণ্ডযুক্ত পথত ব্ৰেজাৰে ট্ৰাকখনত খুন্দা মৰাত দুৰ্ঘটনা সংঘটিত হয়৷দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন নম্বৰ হ’ল as12bc6017 আৰু ব্ৰেজাৰ খনৰ নম্বৰ হ’ল As 12 t1552৷উল্লেখ্য যে বিগত এমাহৰ ভিতৰত চতিয়া কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে।

More news from অসম and nearby areas
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    18 hrs ago
  • ঢেকীয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰূপেন্দ্ৰজিৎ শৰ্মাৰ বাসগৃহত উপস্থিত কংগ্ৰেছ নেতা বাতাছ ওৰাং
    1
    ঢেকীয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰূপেন্দ্ৰজিৎ শৰ্মাৰ বাসগৃহত উপস্থিত কংগ্ৰেছ নেতা বাতাছ ওৰাং
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    8 hrs ago
  • লংকাৰ উদালী বজাৰৰ মাজমজিয়াত শ্বৰ্ট চাৰ্কিটৰ ফলত বৈদ্যুতিক তাঁৰত জুই লাগি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। মুহূৰ্তৰ ভিতৰতে অগ্নিপিণ্ডত পৰিণত হয় পৰিবাহী তাঁৰসমূহ। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকৰ প্ৰাণহানি বা আঘাত হোৱা নাই। #janjulive #shortcurcit #reelsfb #viralreels
    1
    লংকাৰ উদালী বজাৰৰ মাজমজিয়াত শ্বৰ্ট চাৰ্কিটৰ ফলত বৈদ্যুতিক তাঁৰত জুই লাগি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। মুহূৰ্তৰ ভিতৰতে অগ্নিপিণ্ডত পৰিণত হয় পৰিবাহী তাঁৰসমূহ। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকৰ প্ৰাণহানি বা আঘাত হোৱা নাই।
#janjulive #shortcurcit #reelsfb #viralreels
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    20 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    8 hrs ago
  • প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ
    1
    প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    3 hrs ago
  • তামুলপুৰ সদৰ আৰক্ষী থানাত কন্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল। তামুলপুৰ সদৰ আৰক্ষী থানাত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তামুলপুৰ জিলা সমিতিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল। তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জিতেন দাসে দাখিল কৰে এজাহাৰ। জানিবপৰা মতে জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ ৰাজবংশী আৰু গোৱালপৰীয়া লোক গীত সমূহ বংগমূলৰ বুলি বিৰুপ মন্তব্য কৰাৰ লগতে 'কমলা সুন্দৰী' গীতটো বংগমূলৰ বুলি কৈ প্ৰতিমা বৰুৱা পাণ্ডে আৰু কোচ ৰাজবংশী জাতিটোক অপমান কৰাৰ অভিযোগতে কন্ঠশিল্পী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইপিনে এজাহাৰ দাখিল কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জীতেন দাসে সংবাদমাধ্যমৰ আগত কয় যে কন্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ বিৰুদ্ধে দি বিৰুপ মন্তব্য কৰিছে তাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে প্ৰতিমা পাণ্ডে বৰুৱা বিৰুদ্ধে বিৰুপ মন্তব্য নকৰাৰ বাবে সকিয়াই দিয়ে।
    1
    তামুলপুৰ সদৰ আৰক্ষী থানাত কন্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল।
তামুলপুৰ সদৰ আৰক্ষী থানাত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তামুলপুৰ জিলা সমিতিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল। তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জিতেন দাসে দাখিল কৰে এজাহাৰ। জানিবপৰা মতে জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ ৰাজবংশী আৰু গোৱালপৰীয়া লোক গীত সমূহ বংগমূলৰ বুলি বিৰুপ মন্তব্য কৰাৰ লগতে 'কমলা সুন্দৰী' গীতটো বংগমূলৰ বুলি কৈ প্ৰতিমা বৰুৱা পাণ্ডে আৰু কোচ ৰাজবংশী জাতিটোক অপমান কৰাৰ অভিযোগতে কন্ঠশিল্পী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইপিনে এজাহাৰ দাখিল কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জীতেন দাসে সংবাদমাধ্যমৰ আগত কয় যে কন্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ বিৰুদ্ধে দি বিৰুপ মন্তব্য কৰিছে তাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে প্ৰতিমা পাণ্ডে বৰুৱা বিৰুদ্ধে বিৰুপ মন্তব্য নকৰাৰ বাবে সকিয়াই দিয়ে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    22 hrs ago
  • প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত #DSL Live #Asom news
    1
    প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ।
নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত 
#DSL Live #Asom news
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    4 hrs ago
  • গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। #newsreport
    1
    গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ  বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই।
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    23 hrs ago
  • ৰাজপথত দাও দাওকৈ জ্বলি গল এখন মেজিক বাহন। ঘটনা সংঘটিত হয় যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই থোৱা যাত্ৰীবাহী মেজিক এখন জ্বলি গল। বাহন খনত নাছিল কোনো যাত্ৰী। যান্ত্ৰিক বিজ্যুটিৰ ফলত নে অন্য কাৰণত বাহন খন জ্বলিল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
    3
    ৰাজপথত দাও দাওকৈ জ্বলি গল এখন মেজিক বাহন। ঘটনা সংঘটিত হয় যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই থোৱা যাত্ৰীবাহী মেজিক এখন জ্বলি গল। বাহন খনত নাছিল কোনো যাত্ৰী। যান্ত্ৰিক বিজ্যুটিৰ ফলত নে অন্য কাৰণত বাহন খন জ্বলিল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.