গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। #newsreport গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। #newsreport

- গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। #newsreport1
- দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত অঘটন ৷নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকৰ মৃত্যু ৷নিহত যুৱকজন বকো থানাৰ অন্তৰ্গত জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷ যুৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।1
- স্থানীয় আনন্দৰাম বৰুৱা বিদ্যা নিকেতনত পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখক মুনীন্দ্ৰ কলিতাৰ শিশু উপযোগী সৰ্ব্ব ধৰ্ম বন্দনা সজ আচৰণ আৰু শিশু গীত শীৰ্ষক সপ্তম খনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ডিম্বেশ্বৰ বৰুৱাই । অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিগম্বৰ ডেকাৰ লগতে শিক্ষাবিদ হেমন্ত মজুমদাৰ। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি শিক্ষক ছায়েদুৰ ৰহমান, নীলকান্ত ডেকা,খগেন চন্দ্ৰ ডেকা,জগত কলিতা,মহেশ ডেকাৰ লগতে বড়িগোগ শতদল সাহিত্য সভাৰ সম্পাদক দীনেশ্বৰ কলিতা,সমাজ সেৱক মহেন্দ্ৰ মোহন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়। কাৰ্যসূচীত ২০ গৰাকী শিশুৰ মাজত উন্মোচিত গ্ৰন্থ বিতৰণ কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমোদ কুমাৰ দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ মাজতে গোবিন্দ নাথে সঙ্গীত পৰিৱেশন আৰু দীনেশ্বৰ কলিতা,পৰেশ দাসে স্বৰচিত কবিতা পাঠ কৰি সমবেত লোকসকলক আপ্লুত কৰে।1
- তামুলপুৰ সদৰ আৰক্ষী থানাত কন্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল। তামুলপুৰ সদৰ আৰক্ষী থানাত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তামুলপুৰ জিলা সমিতিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল। তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জিতেন দাসে দাখিল কৰে এজাহাৰ। জানিবপৰা মতে জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ ৰাজবংশী আৰু গোৱালপৰীয়া লোক গীত সমূহ বংগমূলৰ বুলি বিৰুপ মন্তব্য কৰাৰ লগতে 'কমলা সুন্দৰী' গীতটো বংগমূলৰ বুলি কৈ প্ৰতিমা বৰুৱা পাণ্ডে আৰু কোচ ৰাজবংশী জাতিটোক অপমান কৰাৰ অভিযোগতে কন্ঠশিল্পী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইপিনে এজাহাৰ দাখিল কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জীতেন দাসে সংবাদমাধ্যমৰ আগত কয় যে কন্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ বিৰুদ্ধে দি বিৰুপ মন্তব্য কৰিছে তাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে প্ৰতিমা পাণ্ডে বৰুৱা বিৰুদ্ধে বিৰুপ মন্তব্য নকৰাৰ বাবে সকিয়াই দিয়ে।1
- বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,, " দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,, বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।2
- Post by Mahesh kumar das1
- 📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুপাত ৰঙালী বিহু উদযাপন। 📌মুকলি বিহু প্ৰদৰ্শনেৰে সৃষ্টি কৰিলে এক উখল মাখল পৰিৱেশ।1
- गुवाहाटी में बार स्थिति में भयंकर हालत में कुछ मजेदार और कुछ भयंकर वीडियो सामने आए। #newsreport #NationalNews2