তামুলপুৰ সদৰ আৰক্ষী থানাত কন্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল। তামুলপুৰ সদৰ আৰক্ষী থানাত কন্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল। তামুলপুৰ সদৰ আৰক্ষী থানাত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তামুলপুৰ জিলা সমিতিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল। তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জিতেন দাসে দাখিল কৰে এজাহাৰ। জানিবপৰা মতে জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ ৰাজবংশী আৰু গোৱালপৰীয়া লোক গীত সমূহ বংগমূলৰ বুলি বিৰুপ মন্তব্য কৰাৰ লগতে 'কমলা সুন্দৰী' গীতটো বংগমূলৰ বুলি কৈ প্ৰতিমা বৰুৱা পাণ্ডে আৰু কোচ ৰাজবংশী জাতিটোক অপমান কৰাৰ অভিযোগতে কন্ঠশিল্পী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইপিনে এজাহাৰ দাখিল কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জীতেন দাসে সংবাদমাধ্যমৰ আগত কয় যে কন্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ বিৰুদ্ধে দি বিৰুপ মন্তব্য কৰিছে তাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে প্ৰতিমা পাণ্ডে বৰুৱা বিৰুদ্ধে বিৰুপ মন্তব্য নকৰাৰ বাবে সকিয়াই দিয়ে।

- তামুলপুৰ সদৰ আৰক্ষী থানাত কন্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল। তামুলপুৰ সদৰ আৰক্ষী থানাত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তামুলপুৰ জিলা সমিতিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল। তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জিতেন দাসে দাখিল কৰে এজাহাৰ। জানিবপৰা মতে জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ ৰাজবংশী আৰু গোৱালপৰীয়া লোক গীত সমূহ বংগমূলৰ বুলি বিৰুপ মন্তব্য কৰাৰ লগতে 'কমলা সুন্দৰী' গীতটো বংগমূলৰ বুলি কৈ প্ৰতিমা বৰুৱা পাণ্ডে আৰু কোচ ৰাজবংশী জাতিটোক অপমান কৰাৰ অভিযোগতে কন্ঠশিল্পী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইপিনে এজাহাৰ দাখিল কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জীতেন দাসে সংবাদমাধ্যমৰ আগত কয় যে কন্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ বিৰুদ্ধে দি বিৰুপ মন্তব্য কৰিছে তাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে প্ৰতিমা পাণ্ডে বৰুৱা বিৰুদ্ধে বিৰুপ মন্তব্য নকৰাৰ বাবে সকিয়াই দিয়ে।1
- 📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুপাত ৰঙালী বিহু উদযাপন। 📌মুকলি বিহু প্ৰদৰ্শনেৰে সৃষ্টি কৰিলে এক উখল মাখল পৰিৱেশ।1
- গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। #newsreport1
- দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত অঘটন ৷নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকৰ মৃত্যু ৷নিহত যুৱকজন বকো থানাৰ অন্তৰ্গত জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷ যুৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।1
- Post by Mahesh kumar das1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কিৰাকটাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড যাত্ৰা1
- Post by MANTAJ Ali1
- বাৰাংগাবাৰী গাঁওত ঠগ প্ৰৱঞ্চনাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। গ্ৰাম্য এলেকাত পুনৰ এবাৰ ঠগ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ লক্ষ্য বান্ধিলে সাধাৰণ গাঁওবাসীক। অভিযোগ অনুসৰি, দুই গৰাকী অচিনাকি মহিলাই গাঁওত সোমাই বিভিন্ন ঘৰত উপস্থিত হৈ কৌশলৰে নগদ ধন আৰু মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰে। জানিব পৰা মতে, বাৰাংগাবাৰী গাঁওৰ টলু ৰাভাৰ ঘৰত এই ঘটনা সংঘটিত হয়। সেই দুই মহিলাই কৌশলেৰে ঘৰত প্ৰৱেশ কৰি প্ৰায় ২৪ হাজাৰ টকা নগদ ধন, লগতে সোণ-ৰূপৰ গহনা আদি লৈ উধাও হয়। এই ঘটনাই স্থানীয় লোকসকলৰ মাজত ভয় আৰু উদ্বেগৰ সৃষ্টি কৰিছে। গাঁওবাসীয়ে জনসাধাৰণক সাৱধান হ’বলৈ আহ্বান জনাইছে আৰু সন্দেহজনক লোক দেখা পালে তৎক্ষণাত খবৰ দিবলৈ অনুৰোধ জনাইছে। এই ক্ষেত্ৰত তথ্য থাকিলে বা উক্ত মহিলাদ্বয়ক ক’তুবা দেখা পালে, অনুগ্ৰহ কৰি ৯৩৬৫১০২৮৭১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।1