Shuru
Apke Nagar Ki App…
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। #DSL Live #Asom news প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত #DSL Live #Asom news
DSL LIVE
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। #DSL Live #Asom news প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত #DSL Live #Asom news
More news from অসম and nearby areas
- প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ1
- গুৱাহাটীত বানপানীৰ বাবে ৩ টা মৃতদেহ উদ্ধাৰ, খাওকোছি অঞ্চলৰ বাহিনী নদীৰ পানীত এটা, আনটো পামোহীত আৰু তৃতীয়টো মৃতদেহ জ্যোতিকোছি মৰাভৰলু নদীত উটি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰাইজ আৰু প্ৰশাসনে কয় যে ১৯ তাৰিখে গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিত এই তিনিওজনৰ মৃত্যু হ’ব পাৰে। এজনৰ নাম আখতাৰ আলী আৰু আনটো মৃতদেহ মাৰ্ধুজা ৰাভা বুলি চিনাক্ত কৰা হৈছে। পামোহিত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। #newsreport1
- Post by Shahidul Islam1
- তামুলপুৰ সদৰ আৰক্ষী থানাত কন্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল। তামুলপুৰ সদৰ আৰক্ষী থানাত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তামুলপুৰ জিলা সমিতিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল। তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জিতেন দাসে দাখিল কৰে এজাহাৰ। জানিবপৰা মতে জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ ৰাজবংশী আৰু গোৱালপৰীয়া লোক গীত সমূহ বংগমূলৰ বুলি বিৰুপ মন্তব্য কৰাৰ লগতে 'কমলা সুন্দৰী' গীতটো বংগমূলৰ বুলি কৈ প্ৰতিমা বৰুৱা পাণ্ডে আৰু কোচ ৰাজবংশী জাতিটোক অপমান কৰাৰ অভিযোগতে কন্ঠশিল্পী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইপিনে এজাহাৰ দাখিল কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সাধাৰণ সম্পাদক জীতেন দাসে সংবাদমাধ্যমৰ আগত কয় যে কন্ঠশিল্পী অজয় ফুকনে সামাজিক মাধ্যমত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে পদ্মশ্ৰী বঁটাৰে বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱাৰ বিৰুদ্ধে দি বিৰুপ মন্তব্য কৰিছে তাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে প্ৰতিমা পাণ্ডে বৰুৱা বিৰুদ্ধে বিৰুপ মন্তব্য নকৰাৰ বাবে সকিয়াই দিয়ে।1
- Post by Eakupall1
- ঠিক করে দাও1
- শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা1
- প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত #DSL Live #Asom news1