Shuru
Apke Nagar Ki App…
Shahidul Islam
- AbdulRohitবজালী (পিটি), বজালী, অসম🙏6 hrs ago
More news from Sonitpur and nearby areas
- শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা1
- 🛑সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাৰ খলিছাভিটাৰ বিদ্যাপিঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বমুঠ ৭৮ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈও সক্ষম হয়।1
- #Guwahati Assam1
- নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ।1
- Post by Prime Time National1
- লংকাত বিজেপিৰ হোজাই জিলা মহিলা মৰ্চাৰ প্ৰতিবাদ। কংগ্ৰেছে মহিলা বিৰোধী স্থিতিক লৈ লংকাত সাব্যস্ত কৰে প্ৰতিবাদ।1
- ঢেকীয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰূপেন্দ্ৰজিৎ শৰ্মাৰ বাসগৃহত উপস্থিত কংগ্ৰেছ নেতা বাতাছ ওৰাং1
- গোৱালপাৰা জিলাৰ খলিছাভিটাত ভগ্নীৰ পুত্ৰৰ আক্ৰমণত মাহীয়েকৰ সংকটজনক অৱস্থা। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ খলিছাভিটাত আবিদুৰ ৰহমানৰ মোল্লাৰ বিৰূদ্ধে এজাহাৰত উল্লেখ কৰা মতে মোল্লাই বহু কেইজন সাংকু পাংকুক লগত লৈ গোৱালপাৰা আদালতত Ts 60/2024 গোচৰ চলি থকা সত্ত্বেও হামিদা খাতুন নামৰ মহিলা গৰাকীৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে লগতে মাটি ডোখৰ বেদখল কৰাৰ প্ৰচেষ্টা চলায় এই অভিযোগ একাংশ আত্মীয়ৰ জানিব পৰা মতে আবিদুৰ ৰহমান মোল্লা আৰু হামিদা খাতুন নামৰ মহিলা গৰাকী নিজৰ মাহী আৰু ভাগিনৰ সম্পৰ্ক। উক্ত ভূমি খিনি মহিলা গৰাকীৰ স্বামীৰ পৰা আবিদুৰ ৰহমান মোল্লা নিজৰ নামত কৰি লৈছে ইয়াকে লৈ চলি আছে দুয়োপক্ষৰ মাজত কাজিয়া। ঘটনাস্থলীত ধুৰেমঘাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত মহিলা গৰাকীক চিকিৎসাৰ বাবে লক্ষীপুৰ লৈ প্ৰেৰণ কৰে আৰু উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে লক্ষীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে1
- পানবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰা গছত তলত পৰে বাইক চালক জনে। গুৰুতৰ ভাবে আহত হোৱাত ধুবুৰী মেড়িকেল কলেজত ভৰ্তি কৰোঁৱা হৈছিল। যদিওঁ আজি হস্পিতালতে মৃত্যু হয় বাইক চালক গৰাকীৰ। উল্লেখ যোগ্য যে -ধুবুৰী জিলাৰ গৌৰীপুৰ সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল আহমেদ আলী । সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আহমেদ আলীৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।1