Shuru
Apke Nagar Ki App…
প্ৰচণ্ড ধুমুহাত গছৰ তলত পৰি মৃত্যু প্ৰাক্তন পঞ্চায়ত সভাপতি আহমেদ আলীৰ। পানবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰা গছত তলত পৰে বাইক চালক জনে। গুৰুতৰ ভাবে আহত হোৱাত ধুবুৰী মেড়িকেল কলেজত ভৰ্তি কৰোঁৱা হৈছিল। যদিওঁ আজি হস্পিতালতে মৃত্যু হয় বাইক চালক গৰাকীৰ। উল্লেখ যোগ্য যে -ধুবুৰী জিলাৰ গৌৰীপুৰ সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল আহমেদ আলী । সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আহমেদ আলীৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।
North East Bulletin
প্ৰচণ্ড ধুমুহাত গছৰ তলত পৰি মৃত্যু প্ৰাক্তন পঞ্চায়ত সভাপতি আহমেদ আলীৰ। পানবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰা গছত তলত পৰে বাইক চালক জনে। গুৰুতৰ ভাবে আহত হোৱাত ধুবুৰী মেড়িকেল কলেজত ভৰ্তি কৰোঁৱা হৈছিল। যদিওঁ আজি হস্পিতালতে মৃত্যু হয় বাইক চালক গৰাকীৰ। উল্লেখ যোগ্য যে -ধুবুৰী জিলাৰ গৌৰীপুৰ সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল আহমেদ আলী । সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আহমেদ আলীৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।
More news from অসম and nearby areas
- নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কেইবাটাও বিল পাছ কৰিছে । এইবাৰ নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত হোৱা নাই যদিও পৰৱৰ্তী সময়ত গৃহীত কৰা হব বুলিও মন্তব্য কৰে । তিনি তালাক, ৰাম মন্দিৰ, জি এছ টিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিল গৃহীত কৰাত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছিল। সেয়া কংগ্ৰেছৰ আচল চৰিত্ৰ বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । নাৰীক শক্তিশালী কৰাৰ কাৰণে এই বিলখন সদনত উপস্থাপন হৈছিল কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধী, প্ৰিয়ঙ্কা গান্ধী আৰু ছোনিয়া গান্ধীয়ে নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে নাৰী সমাজক মৰ্যদা নিদিয়াৰ কাৰণে এই বিলখনৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰে । অহা ২৭ এপ্ৰিল তাৰিখে জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত কৰি নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত নোহোৱাত বিৰোধিতাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হব বুলি জানিবলৈ দিয়ে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত ধুবুৰীৰ মহিলা সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰয়ে।1
- নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ।1
- 🛑সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাৰ খলিছাভিটাৰ বিদ্যাপিঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বমুঠ ৭৮ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈও সক্ষম হয়।1
- #Guwahati Assam1
- Post by T News1
- yvitckirbkifvk3
- Post by Arshad Ali1
- পানবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰা গছত তলত পৰে বাইক চালক জনে। গুৰুতৰ ভাবে আহত হোৱাত ধুবুৰী মেড়িকেল কলেজত ভৰ্তি কৰোঁৱা হৈছিল। যদিওঁ আজি হস্পিতালতে মৃত্যু হয় বাইক চালক গৰাকীৰ। উল্লেখ যোগ্য যে -ধুবুৰী জিলাৰ গৌৰীপুৰ সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল আহমেদ আলী । সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আহমেদ আলীৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।1