Shuru
Apke Nagar Ki App…
8822495083 yvitckirbkifvk
FARUKUDDIN
8822495083 yvitckirbkifvk
More news from মেঘালয় and nearby areas
- yvitckirbkifvk3
- 🛑সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাৰ খলিছাভিটাৰ বিদ্যাপিঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বমুঠ ৭৮ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈও সক্ষম হয়।1
- #Guwahati Assam1
- Post by Eakupall1
- নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ।1
- Post by T News1
- ঠিক করে দাও1
- গোৱালপাৰা জিলাৰ খলিছাভিটাত ভগ্নীৰ পুত্ৰৰ আক্ৰমণত মাহীয়েকৰ সংকটজনক অৱস্থা। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ খলিছাভিটাত আবিদুৰ ৰহমানৰ মোল্লাৰ বিৰূদ্ধে এজাহাৰত উল্লেখ কৰা মতে মোল্লাই বহু কেইজন সাংকু পাংকুক লগত লৈ গোৱালপাৰা আদালতত Ts 60/2024 গোচৰ চলি থকা সত্ত্বেও হামিদা খাতুন নামৰ মহিলা গৰাকীৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে লগতে মাটি ডোখৰ বেদখল কৰাৰ প্ৰচেষ্টা চলায় এই অভিযোগ একাংশ আত্মীয়ৰ জানিব পৰা মতে আবিদুৰ ৰহমান মোল্লা আৰু হামিদা খাতুন নামৰ মহিলা গৰাকী নিজৰ মাহী আৰু ভাগিনৰ সম্পৰ্ক। উক্ত ভূমি খিনি মহিলা গৰাকীৰ স্বামীৰ পৰা আবিদুৰ ৰহমান মোল্লা নিজৰ নামত কৰি লৈছে ইয়াকে লৈ চলি আছে দুয়োপক্ষৰ মাজত কাজিয়া। ঘটনাস্থলীত ধুৰেমঘাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত মহিলা গৰাকীক চিকিৎসাৰ বাবে লক্ষীপুৰ লৈ প্ৰেৰণ কৰে আৰু উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে লক্ষীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে1