logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

lokhpur jajjsjsjsjsjsjsjjsjsjsjshhshshshhshshshshshshh #Guwahati Assam

23 hrs ago
user_Soriful islam
Soriful islam
লক্ষীপুৰ, গোৱালপাৰা, অসম•
23 hrs ago

lokhpur jajjsjsjsjsjsjsjjsjsjsjshhshshshhshshshshshshh #Guwahati Assam

More news from Assam and nearby areas
  • পানবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰা গছত তলত পৰে বাইক চালক জনে। গুৰুতৰ ভাবে আহত হোৱাত ধুবুৰী মেড়িকেল কলেজত ভৰ্তি কৰোঁৱা হৈছিল। যদিওঁ আজি হস্পিতালতে মৃত্যু হয় বাইক চালক গৰাকীৰ। উল্লেখ যোগ্য যে -ধুবুৰী জিলাৰ গৌৰীপুৰ সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল আহমেদ আলী । সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আহমেদ আলীৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।
    1
    পানবাৰী  ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰা গছত তলত পৰে বাইক চালক জনে। গুৰুতৰ ভাবে আহত হোৱাত ধুবুৰী মেড়িকেল কলেজত ভৰ্তি কৰোঁৱা হৈছিল। যদিওঁ আজি হস্পিতালতে মৃত্যু হয় বাইক চালক গৰাকীৰ। উল্লেখ যোগ্য যে -ধুবুৰী জিলাৰ গৌৰীপুৰ সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল আহমেদ আলী । সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আহমেদ আলীৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।
    user_North East Bulletin
    North East Bulletin
    Dhubri, Assam•
    4 hrs ago
  • # justice for zubeen gark
    1
    # justice for zubeen gark
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    1 hr ago
  • ঠিক করে দাও
    1
    ঠিক করে দাও
    user_Avirup Paul
    Avirup Paul
    বজালী, বজালী, অসম•
    2 hrs ago
  • Post by Shahidul Islam
    1
    Post by Shahidul Islam
    user_Shahidul Islam
    Shahidul Islam
    Plumber বৰক্ষেত্ৰী, নলবাৰী, অসম•
    20 hrs ago
  • তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।
    1
    তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    56 min ago
  • প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ
    1
    প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • প্ৰচণ্ড ধুমুহা হোৱাৰ ফলত বাগৰি পৰিল প্ৰকাণ্ড গছ মটৰচাইকেল ওপৰত। মটৰচাইকেলত পৰা ফলত আহত হয় এজন বাইক চালক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এম্বুলেন্সৰ সহায়ত সংকটজনক অৱস্থাত ধুবুৰী মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় মটৰচাইকেল চালকজনক।
    1
    প্ৰচণ্ড ধুমুহা হোৱাৰ ফলত বাগৰি পৰিল প্ৰকাণ্ড গছ মটৰচাইকেল ওপৰত। মটৰচাইকেলত পৰা ফলত আহত হয় এজন বাইক চালক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এম্বুলেন্সৰ সহায়ত সংকটজনক অৱস্থাত ধুবুৰী মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় মটৰচাইকেল চালকজনক।
    user_North East Bulletin
    North East Bulletin
    আঠানি, ধুবুৰী, অসম•
    10 hrs ago
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    1 hr ago
  • তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
    1
    তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.