Shuru
Apke Nagar Ki App…
তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন। তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।
NAlive24
তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন। তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।
More news from অসম and nearby areas
- Namkeen1
- Post by Sangku das1
- প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত #DSL Live #Asom news1
- Post by Arshad Ali1
- শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা1
- স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে1
- ঢেকীয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰূপেন্দ্ৰজিৎ শৰ্মাৰ বাসগৃহত উপস্থিত কংগ্ৰেছ নেতা বাতাছ ওৰাং1
- স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে।1
- Post by Eakupall1