logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

হাই স্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল লাওঁখোৱা আদর্শ বিদ্যালয়। স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে।

3 hrs ago
user_AM News 24
AM News 24
Newsagent ৰূপাহী, নগাঁও, অসম•

More news from অসম and nearby areas
  • স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে
    1
    স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন।
হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ  ফলাফলত উৎফুল্লিত অঞ্চলবাসী।
ইংৰাজী মাধ্যমৰ  CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা।
ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে।
    1
    স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন।
হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ  ফলাফলত উৎফুল্লিত অঞ্চলবাসী।
ইংৰাজী মাধ্যমৰ  CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা।
ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    22 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা
    1
    শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    7 hrs ago
  • লংকাত বিজেপিৰ হোজাই জিলা মহিলা মৰ্চাৰ প্ৰতিবাদ। কংগ্ৰেছে মহিলা বিৰোধী স্থিতিক লৈ লংকাত সাব্যস্ত কৰে প্ৰতিবাদ।
    1
    লংকাত বিজেপিৰ হোজাই জিলা মহিলা মৰ্চাৰ প্ৰতিবাদ। কংগ্ৰেছে মহিলা বিৰোধী স্থিতিক লৈ লংকাত সাব্যস্ত কৰে প্ৰতিবাদ।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    6 hrs ago
  • Post by Tiniali gaon ward 10
    1
    Post by Tiniali gaon ward 10
    user_Tiniali gaon ward 10
    Tiniali gaon ward 10
    লংকা, হোজাই, অসম•
    7 hrs ago
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.