logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ । তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।

2 hrs ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•

More news from অসম and nearby areas
  • Namkeen
    1
    Namkeen
    user_Bojan Namasudra
    Bojan Namasudra
    বজালী, বজালী, অসম•
    1 hr ago
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    3 hrs ago
  • প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত #DSL Live #Asom news
    1
    প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ।
নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত 
#DSL Live #Asom news
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    8 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    3 hrs ago
  • শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা
    1
    শিঙৰী চাহ বাগিছাৰ বেলশিৰি লাইনত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজা
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    5 hrs ago
  • স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে
    1
    স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন।
হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ  ফলাফলত উৎফুল্লিত অঞ্চলবাসী।
ইংৰাজী মাধ্যমৰ  CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা।
ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    55 min ago
  • ঢেকীয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰূপেন্দ্ৰজিৎ শৰ্মাৰ বাসগৃহত উপস্থিত কংগ্ৰেছ নেতা বাতাছ ওৰাং
    1
    ঢেকীয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰূপেন্দ্ৰজিৎ শৰ্মাৰ বাসগৃহত উপস্থিত কংগ্ৰেছ নেতা বাতাছ ওৰাং
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    12 hrs ago
  • স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে।
    1
    স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন।
হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ  ফলাফলত উৎফুল্লিত অঞ্চলবাসী।
ইংৰাজী মাধ্যমৰ  CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা।
ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.