Shuru
Apke Nagar Ki App…
ধুবুৰী আৰু গৌৰীপুৰতপ্ৰচণ্ড ধুমুহা আৰু বৰষুণ। মটৰচাইকেলৰ ওপৰত গছ পৰি আহত হয় মটৰচাইকেল চালক। প্ৰচণ্ড ধুমুহা হোৱাৰ ফলত বাগৰি পৰিল প্ৰকাণ্ড গছ মটৰচাইকেল ওপৰত। মটৰচাইকেলত পৰা ফলত আহত হয় এজন বাইক চালক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এম্বুলেন্সৰ সহায়ত সংকটজনক অৱস্থাত ধুবুৰী মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় মটৰচাইকেল চালকজনক।
North East Bulletin
ধুবুৰী আৰু গৌৰীপুৰতপ্ৰচণ্ড ধুমুহা আৰু বৰষুণ। মটৰচাইকেলৰ ওপৰত গছ পৰি আহত হয় মটৰচাইকেল চালক। প্ৰচণ্ড ধুমুহা হোৱাৰ ফলত বাগৰি পৰিল প্ৰকাণ্ড গছ মটৰচাইকেল ওপৰত। মটৰচাইকেলত পৰা ফলত আহত হয় এজন বাইক চালক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এম্বুলেন্সৰ সহায়ত সংকটজনক অৱস্থাত ধুবুৰী মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় মটৰচাইকেল চালকজনক।
More news from অসম and nearby areas
- Post by Sangku das1
- Namkeen1
- ঠিক করে দাও1
- Post by Shahidul Islam1
- ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এগৰাকী অধিৱক্তাই আকস্মিক মৃত্যুক সাৱটি লোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ।হাইদৰ আলী নামৰ অধিৱক্তা গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু আকস্মিক মৃত্যুক সাৱটি লয়।গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত হাইদৰ আলীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰীয়া এগৰাকীৰ সৈতে গোচৰ সংক্ৰান্তীয় কামত পুৱাৰ ভাগত উপস্থিত হয় । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ অহা অধিবক্তা গৰাকীয়ে আদালত চৌহদৰ চকীত বহি থকা সময়তে সংজ্ঞা হেৰুৱাই মৃত্যুক সাৱতি লয়। ঘটনাক কেন্দ্ৰ কৰি লগে লগে হৈ চৈ লগাত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।অধিৱক্তা গৰাকীৰ আকস্মিক মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে।1
- তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।1
- প্ৰচণ্ড ধুমুহা হোৱাৰ ফলত বাগৰি পৰিল প্ৰকাণ্ড গছ মটৰচাইকেল ওপৰত। মটৰচাইকেলত পৰা ফলত আহত হয় এজন বাইক চালক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এম্বুলেন্সৰ সহায়ত সংকটজনক অৱস্থাত ধুবুৰী মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় মটৰচাইকেল চালকজনক।1
- তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।1
- Post by Eakupall1