Shuru
Apke Nagar Ki App…
ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত অধিবক্তাৰ আকস্মিক মত্যুত শোকৰ ছাঁ ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এগৰাকী অধিৱক্তাই আকস্মিক মৃত্যুক সাৱটি লোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ।হাইদৰ আলী নামৰ অধিৱক্তা গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু আকস্মিক মৃত্যুক সাৱটি লয়।গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত হাইদৰ আলীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰীয়া এগৰাকীৰ সৈতে গোচৰ সংক্ৰান্তীয় কামত পুৱাৰ ভাগত উপস্থিত হয় । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ অহা অধিবক্তা গৰাকীয়ে আদালত চৌহদৰ চকীত বহি থকা সময়তে সংজ্ঞা হেৰুৱাই মৃত্যুক সাৱতি লয়। ঘটনাক কেন্দ্ৰ কৰি লগে লগে হৈ চৈ লগাত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।অধিৱক্তা গৰাকীৰ আকস্মিক মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে।
BHASKAR KALITA

More news from অসম and nearby areas
- ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এগৰাকী অধিৱক্তাই আকস্মিক মৃত্যুক সাৱটি লোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ।হাইদৰ আলী নামৰ অধিৱক্তা গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু আকস্মিক মৃত্যুক সাৱটি লয়।গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত হাইদৰ আলীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰীয়া এগৰাকীৰ সৈতে গোচৰ সংক্ৰান্তীয় কামত পুৱাৰ ভাগত উপস্থিত হয় । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ অহা অধিবক্তা গৰাকীয়ে আদালত চৌহদৰ চকীত বহি থকা সময়তে সংজ্ঞা হেৰুৱাই মৃত্যুক সাৱতি লয়। ঘটনাক কেন্দ্ৰ কৰি লগে লগে হৈ চৈ লগাত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।অধিৱক্তা গৰাকীৰ আকস্মিক মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে।1
- তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।1
- आज डिब्रूगढ़ जेल से अमृतपाल सिंह को NSA से रात करीब 11:59 मुक्त किया जाएगा और उसके बाद पंजाब पुलिस गिरफ्तार करेंगे अमृतपाल सिंह को और Dibrugarh जेल में ही रखेंगे सूत्रों के हवाले से मिली जानकारी #newsreport1
- Guru chor chor. 😡😡😡 news Assam1
- ঠিক করে দাও1
- প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ1
- # justice for zubeen gark1
- তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।1