logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গোৱালপাৰা জিলাৰ খলিছাভিটাত ভগ্নীৰ পুত্ৰৰ আক্ৰমণত মাহীয়েকৰ সংকটজনক অৱস্থা গোৱালপাৰা জিলাৰ খলিছাভিটাত ভগ্নীৰ পুত্ৰৰ আক্ৰমণত মাহীয়েকৰ সংকটজনক অৱস্থা। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ খলিছাভিটাত  আবিদুৰ ৰহমানৰ মোল্লাৰ বিৰূদ্ধে এজাহাৰত উল্লেখ কৰা মতে মোল্লাই বহু কেইজন সাংকু পাংকুক লগত লৈ গোৱালপাৰা আদালতত Ts 60/2024 গোচৰ  চলি থকা সত্ত্বেও  হামিদা খাতুন নামৰ মহিলা গৰাকীৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰাণে মৰাৰ চেষ্টা  কৰে লগতে মাটি ডোখৰ বেদখল কৰাৰ প্ৰচেষ্টা চলায় এই অভিযোগ একাংশ আত্মীয়ৰ জানিব পৰা মতে আবিদুৰ ৰহমান মোল্লা আৰু হামিদা খাতুন নামৰ মহিলা গৰাকী নিজৰ মাহী আৰু ভাগিনৰ সম্পৰ্ক। উক্ত ভূমি খিনি মহিলা গৰাকীৰ স্বামীৰ পৰা আবিদুৰ ৰহমান মোল্লা নিজৰ নামত কৰি লৈছে ইয়াকে লৈ চলি আছে দুয়োপক্ষৰ মাজত কাজিয়া। ঘটনাস্থলীত ধুৰেমঘাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত মহিলা গৰাকীক চিকিৎসাৰ বাবে লক্ষীপুৰ লৈ প্ৰেৰণ কৰে আৰু উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে লক্ষীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে

22 hrs ago
user_Pratidin Talks
Pratidin Talks
Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•

More news from অসম and nearby areas
  • 🛑সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাৰ খলিছাভিটাৰ বিদ্যাপিঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বমুঠ ৭৮ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈও সক্ষম হয়।
    1
    🛑সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাৰ খলিছাভিটাৰ বিদ্যাপিঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বমুঠ ৭৮ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈও সক্ষম হয়।
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    22 hrs ago
  • #Guwahati Assam
    1
    #Guwahati Assam
    user_Soriful islam
    Soriful islam
    লক্ষীপুৰ, গোৱালপাৰা, অসম•
    23 hrs ago
  • নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কেইবাটাও বিল পাছ কৰিছে । এইবাৰ নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত হোৱা নাই যদিও পৰৱৰ্তী সময়ত গৃহীত কৰা হব বুলিও মন্তব্য কৰে । তিনি তালাক, ৰাম মন্দিৰ, জি এছ টিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিল গৃহীত কৰাত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছিল। সেয়া কংগ্ৰেছৰ আচল চৰিত্ৰ বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । নাৰীক শক্তিশালী কৰাৰ কাৰণে এই বিলখন সদনত উপস্থাপন হৈছিল কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধী, প্ৰিয়ঙ্কা গান্ধী আৰু ছোনিয়া গান্ধীয়ে নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে নাৰী সমাজক মৰ্যদা নিদিয়াৰ কাৰণে এই বিলখনৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰে । অহা ২৭ এপ্ৰিল তাৰিখে জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত কৰি নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত নোহোৱাত বিৰোধিতাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হব বুলি জানিবলৈ দিয়ে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত ধুবুৰীৰ মহিলা সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰয়ে।
    1
    নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল।
কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন  বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল।
বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে।
কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই ।
কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই ।
ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কেইবাটাও বিল পাছ কৰিছে । এইবাৰ নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত হোৱা নাই যদিও পৰৱৰ্তী সময়ত গৃহীত কৰা হব বুলিও মন্তব্য কৰে ।
তিনি তালাক, ৰাম মন্দিৰ, জি এছ টিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিল গৃহীত কৰাত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছিল। সেয়া কংগ্ৰেছৰ আচল চৰিত্ৰ বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । 
নাৰীক শক্তিশালী কৰাৰ কাৰণে এই বিলখন সদনত উপস্থাপন হৈছিল কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধী, প্ৰিয়ঙ্কা গান্ধী আৰু ছোনিয়া গান্ধীয়ে নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে নাৰী সমাজক মৰ্যদা নিদিয়াৰ কাৰণে এই বিলখনৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰে ।
অহা ২৭ এপ্ৰিল তাৰিখে জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত কৰি নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত নোহোৱাত বিৰোধিতাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হব বুলি জানিবলৈ দিয়ে ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত ধুবুৰীৰ মহিলা সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰয়ে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    1 hr ago
  • নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ।
    1
    নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল।
কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন  বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল।
বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে।
কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই ।
কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই ।
।
    user_North East Bulletin
    North East Bulletin
    Dhubri, Assam•
    2 hrs ago
  • yvitckirbkifvk
    3
    yvitckirbkifvk
    user_FARUKUDDIN
    FARUKUDDIN
    ডাম্বো ৰংজেং, পূব গাৰো পাহাৰ, মেঘালয়•
    6 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    6 hrs ago
  • গোৱালপাৰা জিলাৰ খলিছাভিটাত ভগ্নীৰ পুত্ৰৰ আক্ৰমণত মাহীয়েকৰ সংকটজনক অৱস্থা। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ খলিছাভিটাত  আবিদুৰ ৰহমানৰ মোল্লাৰ বিৰূদ্ধে এজাহাৰত উল্লেখ কৰা মতে মোল্লাই বহু কেইজন সাংকু পাংকুক লগত লৈ গোৱালপাৰা আদালতত Ts 60/2024 গোচৰ  চলি থকা সত্ত্বেও  হামিদা খাতুন নামৰ মহিলা গৰাকীৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰাণে মৰাৰ চেষ্টা  কৰে লগতে মাটি ডোখৰ বেদখল কৰাৰ প্ৰচেষ্টা চলায় এই অভিযোগ একাংশ আত্মীয়ৰ জানিব পৰা মতে আবিদুৰ ৰহমান মোল্লা আৰু হামিদা খাতুন নামৰ মহিলা গৰাকী নিজৰ মাহী আৰু ভাগিনৰ সম্পৰ্ক। উক্ত ভূমি খিনি মহিলা গৰাকীৰ স্বামীৰ পৰা আবিদুৰ ৰহমান মোল্লা নিজৰ নামত কৰি লৈছে ইয়াকে লৈ চলি আছে দুয়োপক্ষৰ মাজত কাজিয়া। ঘটনাস্থলীত ধুৰেমঘাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত মহিলা গৰাকীক চিকিৎসাৰ বাবে লক্ষীপুৰ লৈ প্ৰেৰণ কৰে আৰু উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে লক্ষীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে
    1
    গোৱালপাৰা জিলাৰ খলিছাভিটাত ভগ্নীৰ পুত্ৰৰ আক্ৰমণত মাহীয়েকৰ সংকটজনক অৱস্থা।
গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ খলিছাভিটাত  আবিদুৰ ৰহমানৰ মোল্লাৰ বিৰূদ্ধে এজাহাৰত উল্লেখ কৰা মতে মোল্লাই বহু কেইজন সাংকু পাংকুক লগত লৈ গোৱালপাৰা আদালতত Ts 60/2024 গোচৰ  চলি থকা সত্ত্বেও  হামিদা খাতুন নামৰ মহিলা গৰাকীৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰাণে মৰাৰ চেষ্টা  কৰে লগতে মাটি ডোখৰ বেদখল কৰাৰ প্ৰচেষ্টা চলায় এই অভিযোগ একাংশ আত্মীয়ৰ
জানিব পৰা মতে আবিদুৰ ৰহমান মোল্লা আৰু হামিদা খাতুন নামৰ মহিলা গৰাকী নিজৰ মাহী আৰু ভাগিনৰ সম্পৰ্ক।
উক্ত ভূমি খিনি মহিলা গৰাকীৰ স্বামীৰ পৰা আবিদুৰ ৰহমান মোল্লা নিজৰ নামত কৰি লৈছে ইয়াকে লৈ চলি আছে দুয়োপক্ষৰ মাজত কাজিয়া।
ঘটনাস্থলীত ধুৰেমঘাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত মহিলা গৰাকীক চিকিৎসাৰ বাবে লক্ষীপুৰ লৈ প্ৰেৰণ কৰে আৰু উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে লক্ষীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.