Shuru
Apke Nagar Ki App…
ৰাজপথত দাও দাওকৈ জ্বলিল এখন মেজিক বাহন- জানিব পৰা নাই সঠিক কাৰণ! ৰাজপথত দাও দাওকৈ জ্বলি গল এখন মেজিক বাহন। ঘটনা সংঘটিত হয় যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই থোৱা যাত্ৰীবাহী মেজিক এখন জ্বলি গল। বাহন খনত নাছিল কোনো যাত্ৰী। যান্ত্ৰিক বিজ্যুটিৰ ফলত নে অন্য কাৰণত বাহন খন জ্বলিল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
Farid Ali.

More news from অসম and nearby areas
- Post by Assam Update1
- Post by Moran Dorpon1
- অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।2
- Post by অঞ্জন শইকীয়া4
- Post by Tezpur Barta1
- Post by Prime Time National1
- শিৱসাগৰৰ ৰুদ্ৰসিংহ পাৰ্কত ৰাইজৰ দলৰ এক ব্যতিক্ৰমী কৰ্মকৰ্তা সন্মিলনৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা সমিতি, সমষ্টি সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সকলোকে পৰম্পৰাগত হুচৰিৰে উষ্ম আদৰণি জনোৱা হয় আৰু বিহুৰ বিহুৱানৰ মাজতেই এক ভাতৃত্ববোধৰ পৰিৱেশ গঢ়ি উঠে। দলীয় কৰ্মকৰ্তাসকলৰ মাজত ঐক্য আৰু সংহতি বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা এই সন্মিলনত সকলোৱে একেলগে এসাঁজ গ্ৰহণ কৰে। ৰাজনৈতিক আলোচনাৰ সমান্তৰালকৈ এনে সাংস্কৃতিক আৰু সামাজিক মিলনৰ জৰিয়তে দলটোক তৃণমূল পৰ্যায়ত অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।1
- Post by Assam Update1
- Post by Moran Dorpon1