logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধিনত নিবনুৱা যুৱকযুৱতী সকলক আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান৷ ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান' (CMAAA) ১.০ আৰু ২.০ৰ অধীনত নিবনুৱা যুৱকযুৱতী সকলক আর্থিক অনুদান বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ কণ্ফাৰেন্সিংৰ জৰিয়তে মুকলি কৰে এই ধনৰাশি৷ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো মুঠ ৩০০ গৰাকী যুৱকযুৱতী লৈ আগবঢ়োৱা হয় ২৫০০০,৭৫০০০ আৰু এক লাখ টকাকৈ চেক৷ অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনে জিলাখনৰ যুৱ-প্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ দিশত এক নতুন মাত্রা প্ৰদান কৰিছে বুলিও মন্তব্য কৰে অনুষ্ঠানটোৰ মুখ্য অতিথি তথা ধুবুৰী পৌৰসভাৰ পৌৰপতি ড°দেবময় সান্যালে৷ ইপিনে প্ৰথম অৱস্থাত মিনাক্ষী দাস চক্ৰৱৰ্তীয়ে ৭৫০০০ টকা লাভ কৰিছিল৷ লাভ কৰাৰ ফলত এটা Fast Food Corner খুলি স্বাভলম্বী হৈছিল।

1 hr ago
user_North East Bulletin
North East Bulletin
Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
1 hr ago

ধুবুৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধিনত নিবনুৱা যুৱকযুৱতী সকলক আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান৷ ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান' (CMAAA) ১.০ আৰু ২.০ৰ অধীনত নিবনুৱা যুৱকযুৱতী সকলক আর্থিক অনুদান বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ কণ্ফাৰেন্সিংৰ জৰিয়তে মুকলি কৰে এই ধনৰাশি৷ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো মুঠ ৩০০ গৰাকী যুৱকযুৱতী লৈ আগবঢ়োৱা হয় ২৫০০০,৭৫০০০ আৰু এক লাখ টকাকৈ চেক৷ অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনে জিলাখনৰ যুৱ-প্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ দিশত এক নতুন মাত্রা প্ৰদান কৰিছে বুলিও মন্তব্য কৰে অনুষ্ঠানটোৰ মুখ্য অতিথি তথা ধুবুৰী পৌৰসভাৰ পৌৰপতি ড°দেবময় সান্যালে৷ ইপিনে প্ৰথম অৱস্থাত মিনাক্ষী দাস চক্ৰৱৰ্তীয়ে ৭৫০০০ টকা লাভ কৰিছিল৷ লাভ কৰাৰ ফলত এটা Fast Food Corner খুলি স্বাভলম্বী হৈছিল।

More news from Kamrup Metro and nearby areas
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে। চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। #JusticeForZubeenGarg #highlights মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে।চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। #JusticeForZubeenGarg #highlights
    1
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে। চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। 
#JusticeForZubeenGarg 
#highlights
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে।চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। 
#JusticeForZubeenGarg 
#highlights
    user_C&AC News 24x7ne
    C&AC News 24x7ne
    Local News Reporter Guwahati, Kamrup Metro•
    23 hrs ago
  • নগাঁও লোকসভা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। মনোনয়ন পত্ৰ দাখিল কৰিলে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে।
    1
    নগাঁও লোকসভা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। মনোনয়ন পত্ৰ দাখিল কৰিলে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    23 hrs ago
  • জে এন ভি শোণিতপুৰত হিন্দী পক্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰ, ঢেকীয়াজুলীত ১ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা হিন্দী পখৱাড়া সফল সামৰণি অনুষ্ঠান সম্পন্ন হয়। প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই দেৱনাগৰী লিপিত হিন্দীক ৰাজভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰি সমগ্ৰ দেশতে এই সময়ছোৱাত হিন্দী পখৱাড়া পালন কৰা হয়। বিদ্যালয়সমূহতো এই পক্ষৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত হিন্দী ভাষাৰ প্ৰতি আগ্ৰহ, সৃজনশীলতা আৰু ব্যৱহাৰিক দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
    1
    জে এন ভি শোণিতপুৰত হিন্দী পক্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন
জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰ, ঢেকীয়াজুলীত ১ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা হিন্দী পখৱাড়া সফল সামৰণি অনুষ্ঠান সম্পন্ন হয়।
প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই দেৱনাগৰী লিপিত হিন্দীক ৰাজভাষা  হিচাপে স্বীকৃতি প্ৰদান কৰাৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰি সমগ্ৰ দেশতে এই সময়ছোৱাত হিন্দী পখৱাড়া  পালন কৰা হয়। বিদ্যালয়সমূহতো এই পক্ষৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত হিন্দী ভাষাৰ প্ৰতি আগ্ৰহ, সৃজনশীলতা আৰু ব্যৱহাৰিক দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    7 hrs ago
  • শোণিতপুৰ জিলাৰ ঠেলামৰাত মুকলি হ’ল দ্যা ঠেলামৰা ফাৰ্নিচাৰ হাউচ
    1
    শোণিতপুৰ জিলাৰ ঠেলামৰাত মুকলি হ’ল দ্যা ঠেলামৰা ফাৰ্নিচাৰ হাউচ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    12 hrs ago
  • ৰূপহীহাটৰ কাঞ্চনপূৰ বৰতলৰ চুলমান কবিৰাজক বদনাম কৰিবলৈ উঠি পৰিছে একাংশ লোক। ৰূপহীহাটৰ বৰতলত এষ্ট্ৰলজাৰ চুলমান কবিৰাজে দীৰ্ঘদিনৰ পৰা চলাই আহিছে কবিৰাজী। চুলমান কবিৰাজক বদনামী কৰিবলৈ বৰতলতেই একাংশই ভাড়াটিয়া কবিৰাজ আনি ভণ্ডামি কৰি বদনামী কৰিব বিচৰাৰ অভিযোগ চুলমান কবিৰাজৰ। কোনোধৰণৰ বদনাম নোহোৱাকৈয়ে দীৰ্ঘদিন ধৰি কবিৰাজ সেৱা আগবঢ়াই অহা চুলমান কবিৰাজৰ আহ্বান বৰতলত তেওঁৰ বাহিৰে অন্য কোনো কবিৰাজ নাই । নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ কাষত এষ্ট্ৰলজাৰ চুলমান কবিৰাজৰ ফলক লগোৱা আছে। ৰাইজক বিপথে পৰিচালিত কৰিব বিচৰা সকলক সকীয়নী আৰু সঠিকটো পৰ্যবেক্ষণ কৰি আহিবলৈ আহ্বান
    1
    ৰূপহীহাটৰ কাঞ্চনপূৰ বৰতলৰ চুলমান কবিৰাজক বদনাম কৰিবলৈ উঠি পৰিছে একাংশ লোক।
ৰূপহীহাটৰ বৰতলত এষ্ট্ৰলজাৰ চুলমান কবিৰাজে দীৰ্ঘদিনৰ পৰা চলাই আহিছে কবিৰাজী।
চুলমান কবিৰাজক বদনামী কৰিবলৈ বৰতলতেই একাংশই ভাড়াটিয়া কবিৰাজ আনি ভণ্ডামি কৰি বদনামী কৰিব বিচৰাৰ অভিযোগ চুলমান কবিৰাজৰ।
কোনোধৰণৰ বদনাম নোহোৱাকৈয়ে দীৰ্ঘদিন ধৰি কবিৰাজ সেৱা আগবঢ়াই অহা চুলমান কবিৰাজৰ আহ্বান বৰতলত তেওঁৰ বাহিৰে অন্য কোনো কবিৰাজ নাই ।
নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ কাষত এষ্ট্ৰলজাৰ চুলমান কবিৰাজৰ ফলক লগোৱা আছে।
ৰাইজক বিপথে পৰিচালিত কৰিব বিচৰা সকলক সকীয়নী আৰু সঠিকটো পৰ্যবেক্ষণ কৰি আহিবলৈ আহ্বান
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ
    1
    ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ 
ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ 
ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ 
ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    3 hrs ago
  • শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ জন্মদিনতে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ জন্মদিনতে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিবাদ অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাকে ধৰি উজনী অসমৰ এক বৃহৎ অঞ্চল শেহতীয়া ভয়াৱহ বানৰ কৱলত পৰিছে, যাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু হাজাৰ হাজাৰ পৰিয়াল সৰ্বস্বান্ত হৈ পৰিছে। এনে এক প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ভুমিকাক লৈ প্ৰতিবাদ
    1
    শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ 
প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ জন্মদিনতে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিবাদ 
শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ 
প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ জন্মদিনতে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিবাদ
অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাকে ধৰি উজনী অসমৰ এক বৃহৎ অঞ্চল শেহতীয়া ভয়াৱহ বানৰ কৱলত পৰিছে, যাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু হাজাৰ হাজাৰ পৰিয়াল সৰ্বস্বান্ত হৈ পৰিছে। 
এনে এক প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ভুমিকাক লৈ প্ৰতিবাদ
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    5 hrs ago
  • 🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড 🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা 🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড 🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা 🎈সমগ্ৰ দৃশ্য বন্দী হৈ ৰল চিচি টিভি কেমেৰাত 🎈চোৰৰ অভিনৱ কৌশলৰ দৃশ্য চালে চকু কপালত উঠিব আপোনাৰ
    1
    🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড

🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা
🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড
🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা
🎈সমগ্ৰ দৃশ্য বন্দী হৈ ৰল চিচি টিভি কেমেৰাত
🎈চোৰৰ অভিনৱ কৌশলৰ দৃশ্য চালে চকু কপালত উঠিব আপোনাৰ
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    9 hrs ago
  • নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ।
    1
    নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ।
নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.