Shuru
Apke Nagar Ki App…
জে এন ভি শোণিতপুৰত হিন্দী পক্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰ, ঢেকীয়াজুলীত ১ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা হিন্দী পখৱাড়া সফল সামৰণি অনুষ্ঠান সম্পন্ন হয়। প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই দেৱনাগৰী লিপিত হিন্দীক ৰাজভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰি সমগ্ৰ দেশতে এই সময়ছোৱাত হিন্দী পখৱাড়া পালন কৰা হয়। বিদ্যালয়সমূহতো এই পক্ষৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত হিন্দী ভাষাৰ প্ৰতি আগ্ৰহ, সৃজনশীলতা আৰু ব্যৱহাৰিক দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
Pankaj
জে এন ভি শোণিতপুৰত হিন্দী পক্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰ, ঢেকীয়াজুলীত ১ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা হিন্দী পখৱাড়া সফল সামৰণি অনুষ্ঠান সম্পন্ন হয়। প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই দেৱনাগৰী লিপিত হিন্দীক ৰাজভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰি সমগ্ৰ দেশতে এই সময়ছোৱাত হিন্দী পখৱাড়া পালন কৰা হয়। বিদ্যালয়সমূহতো এই পক্ষৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত হিন্দী ভাষাৰ প্ৰতি আগ্ৰহ, সৃজনশীলতা আৰু ব্যৱহাৰিক দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
More news from অসম and nearby areas
- জে এন ভি শোণিতপুৰত হিন্দী পক্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰ, ঢেকীয়াজুলীত ১ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা হিন্দী পখৱাড়া সফল সামৰণি অনুষ্ঠান সম্পন্ন হয়। প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই দেৱনাগৰী লিপিত হিন্দীক ৰাজভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰি সমগ্ৰ দেশতে এই সময়ছোৱাত হিন্দী পখৱাড়া পালন কৰা হয়। বিদ্যালয়সমূহতো এই পক্ষৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত হিন্দী ভাষাৰ প্ৰতি আগ্ৰহ, সৃজনশীলতা আৰু ব্যৱহাৰিক দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।1
- শোণিতপুৰ জিলাৰ ঠেলামৰাত মুকলি হ’ল দ্যা ঠেলামৰা ফাৰ্নিচাৰ হাউচ1
- ৰূপহীহাটৰ কাঞ্চনপূৰ বৰতলৰ চুলমান কবিৰাজক বদনাম কৰিবলৈ উঠি পৰিছে একাংশ লোক। ৰূপহীহাটৰ বৰতলত এষ্ট্ৰলজাৰ চুলমান কবিৰাজে দীৰ্ঘদিনৰ পৰা চলাই আহিছে কবিৰাজী। চুলমান কবিৰাজক বদনামী কৰিবলৈ বৰতলতেই একাংশই ভাড়াটিয়া কবিৰাজ আনি ভণ্ডামি কৰি বদনামী কৰিব বিচৰাৰ অভিযোগ চুলমান কবিৰাজৰ। কোনোধৰণৰ বদনাম নোহোৱাকৈয়ে দীৰ্ঘদিন ধৰি কবিৰাজ সেৱা আগবঢ়াই অহা চুলমান কবিৰাজৰ আহ্বান বৰতলত তেওঁৰ বাহিৰে অন্য কোনো কবিৰাজ নাই । নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ কাষত এষ্ট্ৰলজাৰ চুলমান কবিৰাজৰ ফলক লগোৱা আছে। ৰাইজক বিপথে পৰিচালিত কৰিব বিচৰা সকলক সকীয়নী আৰু সঠিকটো পৰ্যবেক্ষণ কৰি আহিবলৈ আহ্বান1
- ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ1
- নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ।1
- শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ জন্মদিনতে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ জন্মদিনতে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিবাদ অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাকে ধৰি উজনী অসমৰ এক বৃহৎ অঞ্চল শেহতীয়া ভয়াৱহ বানৰ কৱলত পৰিছে, যাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু হাজাৰ হাজাৰ পৰিয়াল সৰ্বস্বান্ত হৈ পৰিছে। এনে এক প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ভুমিকাক লৈ প্ৰতিবাদ1
- চতিয়াত এখন বাঁহৰ দলংয়ে জ্বলা কলা খুৱাইছে ৰাইজক। বিশ্বনাথ বিধান সভা সমষ্টিৰ দক্ষিণ চতিয়াত আজিও উন্নয়নৰ বিপৰীত ছবি। বকৰাপট্টা আৰু ২ নং আদাভেটি সংযোগী পথৰ ‘গড়েহাগী’ সুঁতিৰ ওপৰত নাই এখন স্থায়ী দলং। ফলত দুয়োপাৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নিতৌ ভোগ কৰিবলগীয়া হৈছে চৰম দুৰ্ভোগ।এই দৰে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহেৰে অস্থায়ী সাঁকো নিৰ্মাণ কৰি লৈছে স্থানীয় ৰাইজে। কিন্তু জৰাজীৰ্ণ সাঁকোৱেদি দুচকীয়া বাহনেৰে পাৰ হোৱাটো অতি বিপদজনক। এই সাঁকোৱেই ভৰসা শতাধিক ছাত্ৰ-ছাত্ৰীৰ। দৈনিক সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চতিয়া মহাবিদ্যালয়লৈ অহা-যোৱা কৰা শিক্ষাৰ্থীসকলে জীৱনক হাতৰ মুঠিত লৈ পাৰ হ’বলগীয়া হৈছে৷ কেৱল যাতায়াতেই নহয়, কৃষিজাত সামগ্ৰী কঢ়িওৱাতো সমস্যাৰ সন্মুখীন হৈছে কৃষক সকলৰ। সুচল যোগাযোগৰ অভাৱত উচিত বজাৰ মূল্যৰ পৰাও বঞ্চিত হৈছে অঞ্চলটোৰ ৰাইজ। এতিয়া স্থানীয় ৰাইজৰ স্পষ্ট দাবী—বাঁহৰ অস্থায়ী সাঁকোৰ পৰিৱৰ্তে শীঘ্ৰে এখন স্থায়ী পকী দলং নিৰ্মাণ কৰিব লাগে। নৱনিৰ্বাচিত বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে বিষয়টোত প্ৰত্যক্ষ হস্তক্ষেপ কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ স্থায়ী সমাধান অতি শীঘ্ৰে কৰিবলৈ আহ্বান জনাইছে ৰাইজে।4
- 🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড 🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা 🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড 🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা 🎈সমগ্ৰ দৃশ্য বন্দী হৈ ৰল চিচি টিভি কেমেৰাত 🎈চোৰৰ অভিনৱ কৌশলৰ দৃশ্য চালে চকু কপালত উঠিব আপোনাৰ1