logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Punjab ko dabana chahti hai BJP!’ 😡 Bhagwant Mann speech goes viral” Punjab ko dabana chahti hai BJP!’ 😡 Bhagwant Mann speech goes viral”

4 hrs ago
user_H News National
H News National
Guwahati, Kamrup Metro•
4 hrs ago

Punjab ko dabana chahti hai BJP!’ 😡 Bhagwant Mann speech goes viral” Punjab ko dabana chahti hai BJP!’ 😡 Bhagwant Mann speech goes viral”

More news from Kamrup Metro and nearby areas
  • #KirenRijiju #SanjeevArora #ED #PMModi #BreakingNews #Corruption #MoneyLaundering #BJP #IndiaPolitics #PunjabPolitics #EDRaid #PoliticalNews #ViralNews #Trending #HindiNews #ModiGovernment #KirenRijiju #SanjeevArora #ED #PMModi #BreakingNews #Corruption #MoneyLaundering #BJP #IndiaPolitics #PunjabPolitics #EDRaid #PoliticalNews #ViralNews #Trending #HindiNews #ModiGovernment
    1
    #KirenRijiju #SanjeevArora #ED #PMModi #BreakingNews #Corruption #MoneyLaundering #BJP #IndiaPolitics #PunjabPolitics #EDRaid #PoliticalNews #ViralNews #Trending #HindiNews #ModiGovernment
#KirenRijiju #SanjeevArora #ED #PMModi #BreakingNews #Corruption #MoneyLaundering #BJP #IndiaPolitics #PunjabPolitics #EDRaid #PoliticalNews #ViralNews #Trending #HindiNews #ModiGovernment
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    4 hrs ago
  • ★ভাৰতত থকা প্ৰতিজন মুশ্বিৰ্ক(মূৰ্তি পূজা কৰাসকল) এটা এটাকৈ শেষ কৰি দিয়া হ'ব " ★ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰ হুংকাৰ বাংলাদেশীৰ । ★পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতেই হাহাকাৰ লাগিছে বাংলাদেশত । "আল্লা হু আকবৰ" ধ্বনি দি ভাৰতীয়ক হুংকাৰ বাংলাদেশৰ মৌলৱীৰ । পিছে এই হুম্‌কিক আমি একেবাৰে আওকাণ কৰিলেও নহ’ব কাৰণ ভাৰত দখল তথা ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে জেহাদীৰ শ্লীপাৰ চেলসমূহে অহৰহ প্ৰচেষ্টা চলাই আছে ।
    1
    ★ভাৰতত থকা প্ৰতিজন মুশ্বিৰ্ক(মূৰ্তি পূজা কৰাসকল) এটা এটাকৈ শেষ কৰি দিয়া হ'ব "
★ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰ হুংকাৰ বাংলাদেশীৰ ।
 ★পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতেই হাহাকাৰ লাগিছে বাংলাদেশত । 

"আল্লা হু আকবৰ" ধ্বনি দি ভাৰতীয়ক হুংকাৰ বাংলাদেশৰ মৌলৱীৰ । পিছে এই হুম্‌কিক আমি একেবাৰে আওকাণ কৰিলেও নহ’ব কাৰণ ভাৰত দখল তথা ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে জেহাদীৰ শ্লীপাৰ চেলসমূহে অহৰহ প্ৰচেষ্টা চলাই আছে ।
    user_News Update
    News Update
    Newsagent গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • অসমৰ ৰাজ্যপালে ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে। আগন্তুক ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব।
    1
    অসমৰ ৰাজ্যপালে ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে। আগন্তুক ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    15 hrs ago
  • মঙলবাৰে বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানত বিধায়ক সুশান্ত বুঢ়াগোহাঁইৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কিছু মন্তব্য কৰে। তেওঁৰ মন্তব্যসমূহ ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ হ'ব পাৰে।
    1
    মঙলবাৰে বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানত বিধায়ক সুশান্ত বুঢ়াগোহাঁইৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কিছু মন্তব্য কৰে। তেওঁৰ মন্তব্যসমূহ ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ হ'ব পাৰে।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    16 hrs ago
  • ১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়। ১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়।
    1
    ১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়।
১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়।
    user_Arup Sarma
    Arup Sarma
    Local News Reporter ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
  • কামৰূপ জিলাৰ ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। এই উপলক্ষে লেখিকা সমাজৰ মুখপত্ৰ 'জিকেৰি' সহ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    1
    কামৰূপ জিলাৰ ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। এই উপলক্ষে লেখিকা সমাজৰ মুখপত্ৰ 'জিকেৰি' সহ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    16 hrs ago
  • তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক। তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক। তামুলপুৰ, ১১ মে’ঃ তামুলপুৰ আৰক্ষীৰ তীব্ৰ অভিযানত অৱশেষত উদ্ধাৰ হ’ল যোৱা ৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অভিযোগ অনুসৰি, নগাঁৱৰ ছাহজাহান আলি নামৰ এজন যুৱকে কিশোৰীগৰাকীক ফুচুলাই আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি অপহৰণ কৰিছিল। পৰৱৰ্তী সময়ত নাগ্ৰীজুলি আৰু তামুলপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি নিশা অভিযুক্ত ছাহজাহান আলিক আটক কৰাৰ লগতে কিশোৰীগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, ধৃত ছাহজাহান আলিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৩৭(২) আৰু ১৪২ ধাৰাৰ অধীনত ৮৪/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত আৰু সোধাপোচা অব্যাহত ৰাখিছে। ইফালে, এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। সংগঠনটোৱে এই জঘন্য কাৰ্যৰ তীব্ৰ গৰিহণা দি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ তথা দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে, যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়। উল্লেখ্য যে, ঘটনাটোৱে এতিয়া তামুলপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত তীব্ৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছে।
    1
    তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক।
তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক।
তামুলপুৰ, ১১ মে’ঃ তামুলপুৰ আৰক্ষীৰ তীব্ৰ অভিযানত অৱশেষত উদ্ধাৰ হ’ল যোৱা ৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
অভিযোগ অনুসৰি, নগাঁৱৰ ছাহজাহান আলি নামৰ এজন যুৱকে কিশোৰীগৰাকীক ফুচুলাই আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি অপহৰণ কৰিছিল। পৰৱৰ্তী সময়ত নাগ্ৰীজুলি আৰু তামুলপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি নিশা অভিযুক্ত ছাহজাহান আলিক আটক কৰাৰ লগতে কিশোৰীগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, ধৃত ছাহজাহান আলিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৩৭(২) আৰু ১৪২ ধাৰাৰ অধীনত ৮৪/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত আৰু সোধাপোচা অব্যাহত ৰাখিছে।
ইফালে, এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। সংগঠনটোৱে এই জঘন্য কাৰ্যৰ তীব্ৰ গৰিহণা দি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ তথা দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে, যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়।
উল্লেখ্য যে, ঘটনাটোৱে এতিয়া তামুলপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত তীব্ৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    30 min ago
  • Bihar Health Minister Nishant Kumar ka bada promise Health system hoga aur strong 📌Healthcare ko aur better banayenge Nishant Kumar’s BIG statement viral Bihar Health Minister Nishant Kumar ka bada promise Health system hoga aur strong 📌Healthcare ko aur better banayenge Nishant Kumar’s BIG statement viral
    1
    Bihar Health Minister Nishant Kumar ka bada promise Health system hoga aur strong
📌Healthcare ko aur better banayenge Nishant Kumar’s BIG statement viral
Bihar Health Minister Nishant Kumar ka bada promise Health system hoga aur strong
📌Healthcare ko aur better banayenge Nishant Kumar’s BIG statement viral
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.