Shuru
Apke Nagar Ki App…
৯৩ নং সোণাৰি সমষ্টি আহুখাট গাওঁ পঞ্চায়তত বিজেপিত যোগদান কাৰ্যসূচী চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টি আহুখাট গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩১জন যুৱক যুৱতীয়ে সাপেখাটী জিলা পৰিষদৰ সদস্যা ললিতা বৰুৱা বড়াৰ উদ্যোগত, বৰহাট মণ্ডলৰ পূৰবী দুৱৰা গগৈৰ উপস্থিতিত দেৱজিত গগৈৰ সহযোগত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ৩১গৰাকী ব্যক্তিয়ে বিজেপি দ'লত যোগদান কৰি কৰে । যোগদান কাৰ্যসূচীত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ।
Charaideo news
৯৩ নং সোণাৰি সমষ্টি আহুখাট গাওঁ পঞ্চায়তত বিজেপিত যোগদান কাৰ্যসূচী চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টি আহুখাট গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩১জন যুৱক যুৱতীয়ে সাপেখাটী জিলা পৰিষদৰ সদস্যা ললিতা বৰুৱা বড়াৰ উদ্যোগত, বৰহাট মণ্ডলৰ পূৰবী দুৱৰা গগৈৰ উপস্থিতিত দেৱজিত গগৈৰ সহযোগত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ৩১গৰাকী ব্যক্তিয়ে বিজেপি দ'লত যোগদান কৰি কৰে । যোগদান কাৰ্যসূচীত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ।
More news from অসম and nearby areas
- কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিধায়ক তথা মন্ত্ৰী গ্ৰেবিয়েল ডি ৱাংচুৱে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ সোণাৰি সমষ্টিৰ কাণুবাৰীত নিৰ্বাচন প্ৰচাৰ চলাই ।1
- নিৰ্বাচনৰ বতৰত চৰাইদেউ আৰক্ষীৰ অভিযান। চৰাইদেউ আৰক্ষীৰ অভিযানত প্ৰায় দুই হাজাৰ লিটাৰ অবৈধ বিলাতী সুৰা জব্দ। ইয়াৰ বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা বুলি জানিব পৰা গৈছে।1
- জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজি শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন কৃষক মুক্তিৰ ঐক্যমঞ্চৰ আহ্বায়ক সমিতিৰ সদস্য দুলু হাজৰিকাই। হাজৰিকাই স্পষ্টকৈ জনাইছে যে জুবিন গাৰ্গৰ দৰে এজন জাতীয় শিল্পীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। ন্যায়িক বিষয়ত ৰাজনৈতিক মেৰপেঁচ সৃষ্টি নকৰিবলৈ সকীয়নি দি তেওঁ বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াত ৰাজনৈতিক স্বাৰ্থ নিহিত নাৰাখিবলৈ সতৰ্ক কৰি দিয়ে।1
- তিনিদিনে বোলে গা ধোৱা নাই বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সময় নাই জিকিব লাগিব, সমষ্টিৰ উন্নয়ন কৰিব লাগিব সমষ্টিলৈ ন ন আঁচনি আনিব লাগিব ৷ সেয়ে দিনে-নিশাই খাটিছে— ক’লে #ৰূপজ্যোতি কুৰ্মীয়ে ইপিনে শাস্ত্ৰ সন্মত কথাও অৱতাৰণা কৰি ৰূপজ্যোতিয়ে ক'লে ৰাম-ৰাৱণ দুয়োৱে পূজা কৰিছিল যদিও কৰ্মফল পালে ৰামেহে। বিপক্ষৰ প্ৰাৰ্থী ড০ জ্ঞানশ্ৰী বৰাক কতাৰ্ক্ষ কৰি কয় যে, তেওঁ পৰিভ্ৰমী পক্ষী। এতিয়া আহিছে সময়ত পুনৰ উৰি যাব টীয়কত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বুথ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে মন্তব্য কৰে2
- Assam dhamaji Ranjit Roy nirdal party balak bormacery Thakur kirtan 2no Karan basti sila pathar1
- অসম বিধানসভা নিৰ্বাচন-২০২৬ ৰ পৰিপ্ৰেক্ষিতত ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে লগতে ৯ এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তিনিচুকীয়া নিৰ্বাচনী জিলাত উপস্থিত হৈছেহি ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিক ৷ তিনিচুকীয়াত উপস্থিত হৈ ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ SVEEP কোষৰ উদ্যোগত আজি কচুজান খেলপথাৰৰ পৰা আৰম্ভ হোৱা ভোটাৰ সজাগতামূলক চাইকেল ৰেলীৰ ফ্লেগ অফ কৰাৰ লগতে উক্ত চাইকেল ৰেলীত অংশগ্ৰহণ কৰি সকলোকে উৎসাহ প্ৰদান কৰে। তেওঁ কোনো ভয় অথবা শংকাৰ বশৱৰ্তী নহৈ বিবেক ভোট দি এখন শক্তিশালী ৰাষ্ট্ৰ গঠনত সক্ৰিয় ভূমিকা লবলৈ সকলোকে আহ্বান জনায়। আজিৰ এই ভোটাৰ সজাগতামূলক চাইকেল ৰেলীত SVEEP কোষৰ বিষয়ববীয়াৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, পেৰা-চাইক্লিষ্ট তথা ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে অসমৰ বিভিন্ন জিলাত ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহ যোগাবৰ বাবে চাইকেল যাত্ৰা আৰম্ভ কৰিছে।1
- লখিমপুৰ জিলাৰ ঙানদীত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ প্ৰচাৰ অভিযান।1
- আগন্তুক বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবৰ বাবে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে যোৱা নিশা জিলা খনৰ একাধিক স্থানত অভিযান চলায়। অসম নগালেণ্ডৰ সীমান্তবৰ্তী নামতলাত চলোৱা অভিযানত চৰাইদেউ আৰক্ষীৰ দলটোৱে একাধিক ব্যৱসায়ীয়ে অবৈধ ভাবে মজুত কৰি ৰখা প্ৰায় ১৫ লাখ টকা মূল্যৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।1