Shuru
Apke Nagar Ki App…
জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি; ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা শিৱসাগৰৰ দুলু হাজৰিকাৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজি শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন কৃষক মুক্তিৰ ঐক্যমঞ্চৰ আহ্বায়ক সমিতিৰ সদস্য দুলু হাজৰিকাই। হাজৰিকাই স্পষ্টকৈ জনাইছে যে জুবিন গাৰ্গৰ দৰে এজন জাতীয় শিল্পীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। ন্যায়িক বিষয়ত ৰাজনৈতিক মেৰপেঁচ সৃষ্টি নকৰিবলৈ সকীয়নি দি তেওঁ বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াত ৰাজনৈতিক স্বাৰ্থ নিহিত নাৰাখিবলৈ সতৰ্ক কৰি দিয়ে।
Farid Ali.

More news from অসম and nearby areas
- জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজি শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন কৃষক মুক্তিৰ ঐক্যমঞ্চৰ আহ্বায়ক সমিতিৰ সদস্য দুলু হাজৰিকাই। হাজৰিকাই স্পষ্টকৈ জনাইছে যে জুবিন গাৰ্গৰ দৰে এজন জাতীয় শিল্পীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। ন্যায়িক বিষয়ত ৰাজনৈতিক মেৰপেঁচ সৃষ্টি নকৰিবলৈ সকীয়নি দি তেওঁ বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াত ৰাজনৈতিক স্বাৰ্থ নিহিত নাৰাখিবলৈ সতৰ্ক কৰি দিয়ে।1
- তিনিদিনে বোলে গা ধোৱা নাই বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সময় নাই জিকিব লাগিব, সমষ্টিৰ উন্নয়ন কৰিব লাগিব সমষ্টিলৈ ন ন আঁচনি আনিব লাগিব ৷ সেয়ে দিনে-নিশাই খাটিছে— ক’লে #ৰূপজ্যোতি কুৰ্মীয়ে ইপিনে শাস্ত্ৰ সন্মত কথাও অৱতাৰণা কৰি ৰূপজ্যোতিয়ে ক'লে ৰাম-ৰাৱণ দুয়োৱে পূজা কৰিছিল যদিও কৰ্মফল পালে ৰামেহে। বিপক্ষৰ প্ৰাৰ্থী ড০ জ্ঞানশ্ৰী বৰাক কতাৰ্ক্ষ কৰি কয় যে, তেওঁ পৰিভ্ৰমী পক্ষী। এতিয়া আহিছে সময়ত পুনৰ উৰি যাব টীয়কত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বুথ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে মন্তব্য কৰে2
- কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিধায়ক তথা মন্ত্ৰী গ্ৰেবিয়েল ডি ৱাংচুৱে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ সোণাৰি সমষ্টিৰ কাণুবাৰীত নিৰ্বাচন প্ৰচাৰ চলাই ।1
- নিৰ্বাচনৰ বতৰত চৰাইদেউ আৰক্ষীৰ অভিযান। চৰাইদেউ আৰক্ষীৰ অভিযানত প্ৰায় দুই হাজাৰ লিটাৰ অবৈধ বিলাতী সুৰা জব্দ। ইয়াৰ বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা বুলি জানিব পৰা গৈছে।1
- লখিমপুৰ জিলাৰ ঙানদীত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ প্ৰচাৰ অভিযান।1
- Assam dhamaji Ranjit Roy nirdal party balak bormacery Thakur kirtan 2no Karan basti sila pathar1
- মেৰাপানীত এগৰাকী মহিলাক ঘৰলৈ মাতি ডিঙি চেপি মাৰ পিট কৰাৰ গুৰুত্বৰ অভিযোগ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে l মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মেৰাপানীৰ ৰামপুৰ গাঁৱত এগৰাকী মহিলাক মাৰপিটৰ ঘটনাৰ গুৰুত্বৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে l বৃহস্পতি বাৰে নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে মাৰ পিটৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগীৰ গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে প্ৰেৰন কৰিছে1
- আগন্তুক বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবৰ বাবে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে যোৱা নিশা জিলা খনৰ একাধিক স্থানত অভিযান চলায়। অসম নগালেণ্ডৰ সীমান্তবৰ্তী নামতলাত চলোৱা অভিযানত চৰাইদেউ আৰক্ষীৰ দলটোৱে একাধিক ব্যৱসায়ীয়ে অবৈধ ভাবে মজুত কৰি ৰখা প্ৰায় ১৫ লাখ টকা মূল্যৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।1