Shuru
Apke Nagar Ki App…
মেৰাপানীত এগৰাকী মহিলাক ঘৰলৈ মাতি ডিঙি চেপি মাৰ পিট কৰাৰ গুৰুত্বৰ অভিযোগ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে মেৰাপানীত এগৰাকী মহিলাক ঘৰলৈ মাতি ডিঙি চেপি মাৰ পিট কৰাৰ গুৰুত্বৰ অভিযোগ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে l মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মেৰাপানীৰ ৰামপুৰ গাঁৱত এগৰাকী মহিলাক মাৰপিটৰ ঘটনাৰ গুৰুত্বৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে l বৃহস্পতি বাৰে নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে মাৰ পিটৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগীৰ গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে প্ৰেৰন কৰিছে
Malobika bora

More news from অসম and nearby areas
- মেৰাপানীত এগৰাকী মহিলাক ঘৰলৈ মাতি ডিঙি চেপি মাৰ পিট কৰাৰ গুৰুত্বৰ অভিযোগ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে l মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মেৰাপানীৰ ৰামপুৰ গাঁৱত এগৰাকী মহিলাক মাৰপিটৰ ঘটনাৰ গুৰুত্বৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে l বৃহস্পতি বাৰে নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে মাৰ পিটৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগীৰ গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে প্ৰেৰন কৰিছে1
- ভোটাৰৰ লগত নিৰ্বাচনী প্ৰচাৰত নহয় !কাহিলী পুৱাতে এজাক কনকণ শিশুক লগত লৈ চাইকেল চলাই ভ্ৰমণ কৰিছে ইখনৰ পিছত সিখন গাঁও। মূলত পাৰ্থী গৰাকীয়ে বৰ্তমান সমাজ তথা যুৱ সমাজক,শিশু সকলক চাইকেল চলোৱাৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে এনেদৰে চাইকেল চলোৱাৰ প্ৰদক্ষেপ গ্ৰহন কৰিছে বুলি জানিব দিয়ে। এই সন্দৰ্ভত চাওক আমাৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসৰ এক প্ৰতিবেদন।1
- লখিমপুৰ জিলাৰ ঙানদীত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ প্ৰচাৰ অভিযান।1
- Post by KHABAR 24 BISWANATH1
- জয় গুৰু শংকৰ : উজনি ৰাইজলৈ মৰম আৰু শ্ৰদ্ধাৰ জনাইছোঁ : অসমীয়াতে বহাগ বিহুৰ শুভেচ্ছা নৰেন্দ্ৰ মোদী ::1
- জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজি শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন কৃষক মুক্তিৰ ঐক্যমঞ্চৰ আহ্বায়ক সমিতিৰ সদস্য দুলু হাজৰিকাই। হাজৰিকাই স্পষ্টকৈ জনাইছে যে জুবিন গাৰ্গৰ দৰে এজন জাতীয় শিল্পীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। ন্যায়িক বিষয়ত ৰাজনৈতিক মেৰপেঁচ সৃষ্টি নকৰিবলৈ সকীয়নি দি তেওঁ বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াত ৰাজনৈতিক স্বাৰ্থ নিহিত নাৰাখিবলৈ সতৰ্ক কৰি দিয়ে।1
- তিনিদিনে বোলে গা ধোৱা নাই বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সময় নাই জিকিব লাগিব, সমষ্টিৰ উন্নয়ন কৰিব লাগিব সমষ্টিলৈ ন ন আঁচনি আনিব লাগিব ৷ সেয়ে দিনে-নিশাই খাটিছে— ক’লে #ৰূপজ্যোতি কুৰ্মীয়ে ইপিনে শাস্ত্ৰ সন্মত কথাও অৱতাৰণা কৰি ৰূপজ্যোতিয়ে ক'লে ৰাম-ৰাৱণ দুয়োৱে পূজা কৰিছিল যদিও কৰ্মফল পালে ৰামেহে। বিপক্ষৰ প্ৰাৰ্থী ড০ জ্ঞানশ্ৰী বৰাক কতাৰ্ক্ষ কৰি কয় যে, তেওঁ পৰিভ্ৰমী পক্ষী। এতিয়া আহিছে সময়ত পুনৰ উৰি যাব টীয়কত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বুথ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে মন্তব্য কৰে2
- এই দৃশ্য, আমলঙচাঙ অঞ্চলৰ। মৰঙি ৰাজহ চক্ৰৰ অন্তৰ্গত আমলঙচাঙ,কাঠনি,পোৰাজংঘল, কেন্দুগুৰি,মিঠাআম চাপৰি, মৰঙি,বকিয়াল জেকচন আদি কেইবাটাও অঞ্চলত প্ৰচণ্ড ধুমুহা আৰু ধাৰাসাৰ বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে।ধুমুহাই বহুতৰে ঘৰ-দুৱাৰ উৰুৱাই নিয়াৰ লগতে বহুতো গছ-গছনি আৰু বিদ্যুতৰ খুঁটা বগৰাই পেলাইছে। বহুতো গ্ৰাম্য পথত গছ বাগৰি পৰাৰ ফলত যাতায়ত স্তব্ধ হৈ পৰিছিল যদিও স্থানীয় ৰাইজে পথ মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বহু পৰিয়ালে নিশাটো অনাহাৰে, অনিদ্ৰাৰে মুকলি আকাশৰ তলত পাৰ কৰিছে। ভুক্তভোগী ৰাইজে চৰকাৰ তথা স্থানীয় প্ৰশাসনক ক্ষয়-ক্ষতিৰ বুজ লৈ শীঘ্ৰে সাহায্য প্ৰদান কৰিবলৈ কাতৰেৰে আহ্বান জনাইছে।2