Shuru
Apke Nagar Ki App…
জয় গুৰু শংকৰ : উজনি ৰাইজলৈ মৰম আৰু শ্ৰদ্ধাৰ জনাইছোঁ : অসমীয়াতে বহাগ বিহুৰ শুভেচ্ছা নৰেন্দ্ৰ মোদী :: জয় গুৰু শংকৰ : উজনি ৰাইজলৈ মৰম আৰু শ্ৰদ্ধাৰ জনাইছোঁ : অসমীয়াতে বহাগ বিহুৰ শুভেচ্ছা নৰেন্দ্ৰ মোদী ::
Asom khobor(অসম খবৰ)
জয় গুৰু শংকৰ : উজনি ৰাইজলৈ মৰম আৰু শ্ৰদ্ধাৰ জনাইছোঁ : অসমীয়াতে বহাগ বিহুৰ শুভেচ্ছা নৰেন্দ্ৰ মোদী :: জয় গুৰু শংকৰ : উজনি ৰাইজলৈ মৰম আৰু শ্ৰদ্ধাৰ জনাইছোঁ : অসমীয়াতে বহাগ বিহুৰ শুভেচ্ছা নৰেন্দ্ৰ মোদী ::
More news from অসম and nearby areas
- জয় গুৰু শংকৰ : উজনি ৰাইজলৈ মৰম আৰু শ্ৰদ্ধাৰ জনাইছোঁ : অসমীয়াতে বহাগ বিহুৰ শুভেচ্ছা নৰেন্দ্ৰ মোদী ::1
- Post by KHABAR 24 BISWANATH1
- Post by Mahendra Pqgag1
- ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সাধাৰণভাৱে উলাই গৈছে ৰাইজৰ কাষলৈ। ব'হাগৰ ১ তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ । ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য।2
- আকাশবাণীৰ নিয়মীয়া শ্ৰোতা,ফোন কলাৰ,পত্ৰলেখক “সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ,অসম” ৰ যোৱা ১৫ মাৰ্চৰ দেওবাৰৰ দিনা ধেমাজী মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গণত শ্ৰোতা সংঘৰ প্ৰথম বছৰৰ প্ৰতিষ্ঠা বৰ্ষত প্ৰদান কৰা হৈছে “সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় অনুৰাগী শ্ৰোতা বন্ধু বঁটা”৷প্ৰণৱ কুমাৰ দত্ত সুদীৰ্ঘ দিন ৰেডিঅ’ৰ জনপ্ৰিয় অনুষ্ঠান ডাকপখিলী,যুৱবাণী(ডাকঘৰ),ফোন ইন সমিধান ,অনুৰোধৰ গীতৰ অনুষ্ঠান ৰামধেনু,সুৰৰ সাতসৰি,মন্দাকিনী,কল্পতৰু আৰু মূৰ্ছনা আদি গীত চিঠি লিখি অনুৰোধ জনাই আহিছে ৷ প্ৰণৱ কুমাৰ দত্ত শিৱসাগৰ জিলাৰ জাঁজী খাটোৱাল গাঁৱৰ বাসিন্দা ৷1
- চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা দল এৰি কংগ্ৰছত যোগদান কৰে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। সেইটো সময়ত ৰাইজৰ কি কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।1
- বুধবাৰে মাজ নিশা গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি দলংত এখন বিলাসী বাহন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । গুৰুত্বৰ ভাবে আহত লোকজনৰ নাম নচিম আলী বুলি জানিব পৰা গৈছে । আহত লোকজনৰ ঘৰ গোলাঘাটৰ আধাসত্ৰত। AS 01 AK 0965 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিংত খুন্দা মাৰে। দূৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে মূহুৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন।1
- #best photo #video graphy3