Shuru
Apke Nagar Ki App…
গোলাঘাটত ভয়ংকৰ পথ দূৰ্ঘটনা,এজনৰ অৱস্থা সংকটজনক ,দুৰ্ঘটনাত চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহন বুধবাৰে মাজ নিশা গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি দলংত এখন বিলাসী বাহন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । গুৰুত্বৰ ভাবে আহত লোকজনৰ নাম নচিম আলী বুলি জানিব পৰা গৈছে । আহত লোকজনৰ ঘৰ গোলাঘাটৰ আধাসত্ৰত। AS 01 AK 0965 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিংত খুন্দা মাৰে। দূৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে মূহুৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন।
Malobika bora

More news from অসম and nearby areas
- বুধবাৰে মাজ নিশা গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি দলংত এখন বিলাসী বাহন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । গুৰুত্বৰ ভাবে আহত লোকজনৰ নাম নচিম আলী বুলি জানিব পৰা গৈছে । আহত লোকজনৰ ঘৰ গোলাঘাটৰ আধাসত্ৰত। AS 01 AK 0965 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিংত খুন্দা মাৰে। দূৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে মূহুৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন।1
- #best photo #video graphy3
- ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সাধাৰণভাৱে উলাই গৈছে ৰাইজৰ কাষলৈ। ব'হাগৰ ১ তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ । ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য।2
- হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??1
- road broken inside1
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিলে কংগ্ৰেছ প্ৰাৰ্থী ড° ইন্দ্ৰনীল পেগুয়ে কিন্তু কিয়.... ✅মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে তোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে ড° ইন্দ্ৰনীল পেগুয়ে ✅মাজুলীৰ মৌলিক সমস্যাৰ ওপৰত অসম বিধান সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে অৱলম্বণ কৰা মৌনতাৰ অভিযোগ1
- Post by Mahendra Pqgag1
- ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।3