logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পূৱা চাইকেলখন লৈ ওলাই গৈ এটি পৰিয়ালৰ চোতালত বহি, একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে বিধায়ক মৃণাল শইকীয়াই। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।

10 hrs ago
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
10 hrs ago

পূৱা চাইকেলখন লৈ ওলাই গৈ এটি পৰিয়ালৰ চোতালত বহি, একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে বিধায়ক মৃণাল শইকীয়াই। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।

More news from অসম and nearby areas
  • ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।
    3
    ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে   অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    10 hrs ago
  • গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।
    1
    গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ।  মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান ।  পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা  ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    14 hrs ago
  • হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??
    1
    হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??
    user_NS DIGITAL SOLUTIONS
    NS DIGITAL SOLUTIONS
    Car and Motor Insurance Agency মৰিয়নি, যোৰহাট, অসম•
    7 hrs ago
  • মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ । বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল। আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।
    1
    মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ ।
বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ।
৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল।
আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই।
নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    14 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    21 hrs ago
  • আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে আজি কলিয়াপানী মণ্ডলৰ অন্তৰ্গত পাঁচখন পঞ্চায়তত বুথ কাৰ্যকৰ্তা সন্মিলনৰ লগতে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা হয়। এই কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উপস্থিত থাকি দলীয় কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কলিয়াপানী মণ্ডলৰ সভানেত্ৰী ভাৰতী শইকীয়া বৰুৱাৰ লগতে জিলা সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবে আগন্তুক নিৰ্বাচনত দলটোৰ বিজয় নিশ্চিত বুলিও তেওঁলোকে দৃঢ়তাৰে মত প্ৰকাশ কৰে। এই সন্মিলনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ হোৱা দেখা গৈছে।
    4
    আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে আজি কলিয়াপানী মণ্ডলৰ অন্তৰ্গত পাঁচখন পঞ্চায়তত বুথ কাৰ্যকৰ্তা সন্মিলনৰ লগতে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা হয়। এই কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উপস্থিত থাকি দলীয় কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কলিয়াপানী মণ্ডলৰ সভানেত্ৰী ভাৰতী শইকীয়া বৰুৱাৰ লগতে জিলা সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবে আগন্তুক নিৰ্বাচনত দলটোৰ বিজয় নিশ্চিত বুলিও তেওঁলোকে দৃঢ়তাৰে মত প্ৰকাশ কৰে। এই সন্মিলনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ হোৱা দেখা গৈছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    5 hrs ago
  • mikir para Assam indane oil jamuna valley indane gramin vitrak people crowd
    1
    mikir para Assam indane oil jamuna valley indane gramin vitrak people crowd
    user_Iahhia Ahmedya
    Iahhia Ahmedya
    Voice of people ডবকা, হোজাই, অসম•
    16 hrs ago
  • চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।
    1
    চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়।
সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.