Shuru
Apke Nagar Ki App…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিলে কংগ্ৰেছ প্ৰাৰ্থী ড° ইন্দ্ৰনীল পেগুয়ে কিন্তু কিয়.... ✅মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে তোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে ড° ইন্দ্ৰনীল পেগুয়ে ✅মাজুলীৰ মৌলিক সমস্যাৰ ওপৰত অসম বিধান সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে অৱলম্বণ কৰা মৌনতাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিলে কংগ্ৰেছ প্ৰাৰ্থী ড° ইন্দ্ৰনীল পেগুয়ে কিন্তু কিয়.... ✅মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে তোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে ড° ইন্দ্ৰনীল পেগুয়ে ✅মাজুলীৰ মৌলিক সমস্যাৰ ওপৰত অসম বিধান সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে অৱলম্বণ কৰা মৌনতাৰ অভিযোগ
SANJIT SAIKIA

More news from অসম and nearby areas
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিলে কংগ্ৰেছ প্ৰাৰ্থী ড° ইন্দ্ৰনীল পেগুয়ে কিন্তু কিয়.... ✅মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে তোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে ড° ইন্দ্ৰনীল পেগুয়ে ✅মাজুলীৰ মৌলিক সমস্যাৰ ওপৰত অসম বিধান সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে অৱলম্বণ কৰা মৌনতাৰ অভিযোগ1
- road broken inside1
- আগন্তুক ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত এশ শতাংশ ভোটদান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি আনুষ্ঠানিকভাৱে নিৰ্বাচনী 'ছুইপ' (SVEEP) গীতটো মুকলি কৰা হয়। অসমৰ জনপ্ৰিয় শিল্পী কুসুম কৈলাশ, ৰাকেশ ৰিয়ান, দেৱজিৎ বৰা, গৌৰী শংকৰ, বৰ্ষাৰাণী শইকীয়া, ৱাছিম অয়ন আৰু নিপন গগৈৰ কণ্ঠৰে সজ্জিত এই গীতটোৱে জিলাখনৰ প্ৰতিগৰাকী ভোটাৰক তেওঁলোকৰ গণতান্ত্ৰিক দায়িত্ব আৰু শক্তিৰ বিষয়ে সচেতন কৰি তুলিব।ঐতিহ্যমণ্ডিত শিৱসাগৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখি অহা ৯ এপ্ৰিল (বৃহস্পতিবাৰ) তাৰিখে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া ভোটদান প্ৰক্ৰিয়াত সকলো ৰাইজক উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।1
- হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??1
- বুধবাৰে মাজ নিশা গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি দলংত এখন বিলাসী বাহন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । গুৰুত্বৰ ভাবে আহত লোকজনৰ নাম নচিম আলী বুলি জানিব পৰা গৈছে । আহত লোকজনৰ ঘৰ গোলাঘাটৰ আধাসত্ৰত। AS 01 AK 0965 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিংত খুন্দা মাৰে। দূৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে মূহুৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন।1
- #best photo #video graphy3
- ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সাধাৰণভাৱে উলাই গৈছে ৰাইজৰ কাষলৈ। ব'হাগৰ ১ তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ । ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য।2
- ✅MAJULI NEWS মাজুলী ফুলনি চাৰিআলিত বিজেপিৰ বাটৰ নাট। ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰা চেষ্টা বাটৰ নাটৰ জড়িয়তে। কংগ্ৰেছৰ ৭০ বছৰ অপশাসনত হোৱা দূৰ্নীতি উপস্থাপন আৰু বিজেপিৰ ১০ বছৰীয়া শাসনত হোৱা উন্নতি ৰূপায়ন বাটৰ নাটত। বাটৰ নাট উপভোগ ফুলনি চাৰিআলিত সমবেত ৰাইজৰ।1