logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰত নিৰ্বাচনী সজাগতাৰ বিশেষ 'ছুইপ' গীত মুকলিঃ১০০ শতাংশ ভোটদানৰ সংকল্প ​ আগন্তুক ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত এশ শতাংশ ভোটদান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি আনুষ্ঠানিকভাৱে নিৰ্বাচনী 'ছুইপ' (SVEEP) গীতটো মুকলি কৰা হয়। অসমৰ জনপ্ৰিয় শিল্পী কুসুম কৈলাশ, ৰাকেশ ৰিয়ান, দেৱজিৎ বৰা, গৌৰী শংকৰ, বৰ্ষাৰাণী শইকীয়া, ৱাছিম অয়ন আৰু নিপন গগৈৰ কণ্ঠৰে সজ্জিত এই গীতটোৱে জিলাখনৰ প্ৰতিগৰাকী ভোটাৰক তেওঁলোকৰ গণতান্ত্ৰিক দায়িত্ব আৰু শক্তিৰ বিষয়ে সচেতন কৰি তুলিব।​ঐতিহ্যমণ্ডিত শিৱসাগৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখি অহা ৯ এপ্ৰিল (বৃহস্পতিবাৰ) তাৰিখে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া ভোটদান প্ৰক্ৰিয়াত সকলো ৰাইজক উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

3 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
3 hrs ago

শিৱসাগৰত নিৰ্বাচনী সজাগতাৰ বিশেষ 'ছুইপ' গীত মুকলিঃ১০০ শতাংশ ভোটদানৰ সংকল্প ​ আগন্তুক ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত এশ শতাংশ ভোটদান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি আনুষ্ঠানিকভাৱে নিৰ্বাচনী 'ছুইপ' (SVEEP) গীতটো মুকলি কৰা হয়। অসমৰ জনপ্ৰিয় শিল্পী কুসুম কৈলাশ, ৰাকেশ ৰিয়ান, দেৱজিৎ বৰা, গৌৰী শংকৰ, বৰ্ষাৰাণী শইকীয়া, ৱাছিম অয়ন আৰু নিপন গগৈৰ কণ্ঠৰে সজ্জিত এই গীতটোৱে জিলাখনৰ প্ৰতিগৰাকী ভোটাৰক তেওঁলোকৰ গণতান্ত্ৰিক দায়িত্ব আৰু শক্তিৰ বিষয়ে সচেতন কৰি তুলিব।​ঐতিহ্যমণ্ডিত শিৱসাগৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখি অহা ৯ এপ্ৰিল (বৃহস্পতিবাৰ) তাৰিখে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া ভোটদান প্ৰক্ৰিয়াত সকলো ৰাইজক উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

More news from অসম and nearby areas
  • আগন্তুক ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত এশ শতাংশ ভোটদান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি আনুষ্ঠানিকভাৱে নিৰ্বাচনী 'ছুইপ' (SVEEP) গীতটো মুকলি কৰা হয়। অসমৰ জনপ্ৰিয় শিল্পী কুসুম কৈলাশ, ৰাকেশ ৰিয়ান, দেৱজিৎ বৰা, গৌৰী শংকৰ, বৰ্ষাৰাণী শইকীয়া, ৱাছিম অয়ন আৰু নিপন গগৈৰ কণ্ঠৰে সজ্জিত এই গীতটোৱে জিলাখনৰ প্ৰতিগৰাকী ভোটাৰক তেওঁলোকৰ গণতান্ত্ৰিক দায়িত্ব আৰু শক্তিৰ বিষয়ে সচেতন কৰি তুলিব।​ঐতিহ্যমণ্ডিত শিৱসাগৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখি অহা ৯ এপ্ৰিল (বৃহস্পতিবাৰ) তাৰিখে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া ভোটদান প্ৰক্ৰিয়াত সকলো ৰাইজক উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
    1
    আগন্তুক ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত এশ শতাংশ ভোটদান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি আনুষ্ঠানিকভাৱে নিৰ্বাচনী 'ছুইপ' (SVEEP) গীতটো মুকলি কৰা হয়। অসমৰ জনপ্ৰিয় শিল্পী কুসুম কৈলাশ, ৰাকেশ ৰিয়ান, দেৱজিৎ বৰা, গৌৰী শংকৰ, বৰ্ষাৰাণী শইকীয়া, ৱাছিম অয়ন আৰু নিপন গগৈৰ কণ্ঠৰে সজ্জিত এই গীতটোৱে জিলাখনৰ প্ৰতিগৰাকী ভোটাৰক তেওঁলোকৰ গণতান্ত্ৰিক দায়িত্ব আৰু শক্তিৰ বিষয়ে সচেতন কৰি তুলিব।​ঐতিহ্যমণ্ডিত শিৱসাগৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখি অহা ৯ এপ্ৰিল (বৃহস্পতিবাৰ) তাৰিখে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া ভোটদান প্ৰক্ৰিয়াত সকলো ৰাইজক উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দণ্ডেশ্বৰ দেউৰীয়ে জিলা বাসীলৈ এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় বাৰ্তা প্ৰদান কৰে। তেওঁ বৰষুণৰ এই দিনবোৰত আমাৰ চৌপাশে, বিশেষকৈ চাহ বাগান বা হাবি-বননিত বহুতো বনৰীয়া কাঠফুলা গজি উঠা দেখা যায়। এই বনৰীয়া কাঠফুলা সমূহ ভক্ষণ নকৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী গৰাকীয়ে আহ্বান জনাইছে। তেওঁ উল্লেখ কৰে যে বনৰীয়া কাঠফুলা খোৱাৰ বাবে উপযোগী হয় নে নহয় তাক নিৰ্ধাৰণ কৰাৰ কোনো পদ্ধতি নাই। গতিকে সকলো বনৰীয়া কাঠফুলা বিষাক্ত বুলি ধৰি ল’ব পাৰি।এই বিষাক্ত কাঠফুলা ভক্ষণ কৰিলে লিভাৰ আৰু কিডনী সম্পূৰ্ণৰূপে বিকল কৰি দিব পাৰে, যাৰ পৰিণতি ভক্ষণকাৰীৰ মৃত্যু হয়। যদি এনে কাঠফুলা খোৱাৰ পাছত কাৰোবাৰ পেটৰ বিষ, বমি, জ্বৰ, দুৰ্বলতা বা মূৰ ঘূৰোৱা ৰ দৰে লক্ষণ দেখা দিয়ে, তেন্তে ৰোগীক লগে লগে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যাবলৈ আহ্বান জনায়। উল্লেখ্য যে বিষাক্ত কাঠফুলা খোৱাৰ ২৪ ঘণ্টাৰ পাছতো বাহ্যিকভাৱে সুস্থ অনুভৱ কৰিব পাৰে, কিন্তু ভিতৰি লিভাৰ ধ্বংস কৰি থাকিব পাৰে। সেয়েহে লক্ষণ সামান্য হ’লেও চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ জিলাবাসীক বনৰীয়া কাঠফুলা ভক্ষণৰ পৰা বিৰত থকাৰ লগতে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায়।
    1
    চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দণ্ডেশ্বৰ দেউৰীয়ে জিলা বাসীলৈ এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় বাৰ্তা প্ৰদান কৰে। তেওঁ 
বৰষুণৰ এই দিনবোৰত আমাৰ চৌপাশে, বিশেষকৈ চাহ বাগান বা হাবি-বননিত বহুতো বনৰীয়া কাঠফুলা গজি উঠা দেখা যায়। এই বনৰীয়া কাঠফুলা সমূহ ভক্ষণ নকৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী গৰাকীয়ে আহ্বান জনাইছে। তেওঁ উল্লেখ কৰে যে বনৰীয়া কাঠফুলা খোৱাৰ বাবে উপযোগী হয় নে নহয় তাক নিৰ্ধাৰণ কৰাৰ কোনো পদ্ধতি নাই। গতিকে সকলো বনৰীয়া কাঠফুলা বিষাক্ত বুলি ধৰি ল’ব পাৰি।এই বিষাক্ত কাঠফুলা ভক্ষণ কৰিলে লিভাৰ আৰু কিডনী সম্পূৰ্ণৰূপে বিকল কৰি দিব পাৰে, যাৰ পৰিণতি ভক্ষণকাৰীৰ মৃত্যু হয়। যদি এনে কাঠফুলা খোৱাৰ পাছত কাৰোবাৰ পেটৰ বিষ, বমি, জ্বৰ, দুৰ্বলতা বা মূৰ ঘূৰোৱা ৰ দৰে লক্ষণ দেখা দিয়ে, তেন্তে ৰোগীক লগে লগে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যাবলৈ আহ্বান জনায়। উল্লেখ্য যে বিষাক্ত কাঠফুলা খোৱাৰ ২৪ ঘণ্টাৰ পাছতো বাহ্যিকভাৱে সুস্থ অনুভৱ কৰিব পাৰে, কিন্তু ভিতৰি লিভাৰ ধ্বংস কৰি থাকিব পাৰে। সেয়েহে লক্ষণ সামান্য হ’লেও চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ জিলাবাসীক বনৰীয়া কাঠফুলা ভক্ষণৰ পৰা বিৰত থকাৰ লগতে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায়।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    12 hrs ago
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিলে কংগ্ৰেছ প্ৰাৰ্থী ড° ইন্দ্ৰনীল পেগুয়ে কিন্তু কিয়.... ✅মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে তোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে ড° ইন্দ্ৰনীল পেগুয়ে ✅মাজুলীৰ মৌলিক সমস্যাৰ ওপৰত অসম বিধান সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে অৱলম্বণ কৰা মৌনতাৰ অভিযোগ
    1
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক   ধন্যবাদ দিলে কংগ্ৰেছ প্ৰাৰ্থী  ড° ইন্দ্ৰনীল পেগুয়ে কিন্তু কিয়....
✅মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে তোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে ড° ইন্দ্ৰনীল পেগুয়ে
✅মাজুলীৰ মৌলিক সমস্যাৰ ওপৰত অসম বিধান সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে অৱলম্বণ কৰা মৌনতাৰ অভিযোগ
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    4 hrs ago
  • road broken inside
    1
    road broken inside
    user_Santosh Mazumder
    Santosh Mazumder
    যোৰহাট পূব, যোৰহাট, অসম•
    8 hrs ago
  • হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??
    1
    হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??
    user_NS DIGITAL SOLUTIONS
    NS DIGITAL SOLUTIONS
    Car and Motor Insurance Agency মৰিয়নি, যোৰহাট, অসম•
    22 hrs ago
  • বুধবাৰে মাজ নিশা গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি দলংত এখন বিলাসী বাহন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । গুৰুত্বৰ ভাবে আহত লোকজনৰ নাম নচিম আলী বুলি জানিব পৰা গৈছে । আহত লোকজনৰ ঘৰ গোলাঘাটৰ আধাসত্ৰত। AS 01 AK 0965 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিংত খুন্দা মাৰে। দূৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে মূহুৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন।
    1
    বুধবাৰে 
মাজ নিশা গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি দলংত এখন  বিলাসী বাহন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ।
গুৰুত্বৰ ভাবে আহত লোকজনৰ নাম নচিম আলী বুলি জানিব পৰা গৈছে । আহত লোকজনৰ ঘৰ গোলাঘাটৰ আধাসত্ৰত।  AS 01 AK 0965 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিংত খুন্দা মাৰে। দূৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে মূহুৰ্ততে  চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    6 hrs ago
  • #best photo #video graphy
    3
    #best photo #video graphy
    user_Sri Gaurab Jyoti Saikia
    Sri Gaurab Jyoti Saikia
    Salesperson গোলাঘাট, গোলাঘাট, অসম•
    6 hrs ago
  • নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ সমষ্টিত তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক সমীকৰণ। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অসম গণ পৰিষদ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ মাজতে আজি ৰাইজৰ দল আৰু কংগ্ৰেছত এক ডাঙৰ খহনীয়া পোন পৰিছে। দৈনিক পঞ্চায়তে পঞ্চায়তে শ শ লোকে এই দুই দল ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ এন ডি এ সমৰ্থিত অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰাৰ্থীগৰাকীৰ পুত্ৰ তথা জনপ্ৰিয় যুৱনেতা সুদৰ্শন হাজৰিকা।
    2
    নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ সমষ্টিত তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক সমীকৰণ। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অসম গণ পৰিষদ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ মাজতে আজি ৰাইজৰ দল আৰু কংগ্ৰেছত এক ডাঙৰ খহনীয়া পোন পৰিছে। দৈনিক পঞ্চায়তে পঞ্চায়তে শ শ লোকে এই দুই দল ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ এন ডি এ সমৰ্থিত অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰাৰ্থীগৰাকীৰ পুত্ৰ তথা জনপ্ৰিয় যুৱনেতা সুদৰ্শন হাজৰিকা।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.