logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰত ৰাইজৰ দল আৰু কংগ্ৰেছৰ ব্যাপক খহনীয়াঃ শতাধিক লোকৰ অগপত যোগদান- নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ সমষ্টিত তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক সমীকৰণ। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অসম গণ পৰিষদ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ মাজতে আজি ৰাইজৰ দল আৰু কংগ্ৰেছত এক ডাঙৰ খহনীয়া পোন পৰিছে। দৈনিক পঞ্চায়তে পঞ্চায়তে শ শ লোকে এই দুই দল ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ এন ডি এ সমৰ্থিত অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰাৰ্থীগৰাকীৰ পুত্ৰ তথা জনপ্ৰিয় যুৱনেতা সুদৰ্শন হাজৰিকা।

5 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
5 hrs ago

শিৱসাগৰত ৰাইজৰ দল আৰু কংগ্ৰেছৰ ব্যাপক খহনীয়াঃ শতাধিক লোকৰ অগপত যোগদান- নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ সমষ্টিত তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক সমীকৰণ। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অসম গণ পৰিষদ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ মাজতে আজি ৰাইজৰ দল আৰু কংগ্ৰেছত এক ডাঙৰ খহনীয়া পোন পৰিছে। দৈনিক পঞ্চায়তে পঞ্চায়তে শ শ লোকে এই দুই দল ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ এন ডি এ সমৰ্থিত অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰাৰ্থীগৰাকীৰ পুত্ৰ তথা জনপ্ৰিয় যুৱনেতা সুদৰ্শন হাজৰিকা।

More news from অসম and nearby areas
  • ✅MAJULI NEWS মাজুলী ফুলনি চাৰিআলিত বিজেপিৰ বাটৰ নাট। ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰা চেষ্টা বাটৰ নাটৰ জড়িয়তে। কংগ্ৰেছৰ ৭০ বছৰ অপশাসনত হোৱা দূৰ্নীতি উপস্থাপন আৰু বিজেপিৰ ১০ বছৰীয়া শাসনত হোৱা উন্নতি ৰূপায়ন বাটৰ নাটত। বাটৰ নাট উপভোগ ফুলনি চাৰিআলিত সমবেত ৰাইজৰ।
    1
    ✅MAJULI NEWS 
মাজুলী ফুলনি চাৰিআলিত বিজেপিৰ বাটৰ নাট।
ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰা চেষ্টা বাটৰ নাটৰ জড়িয়তে।
কংগ্ৰেছৰ ৭০ বছৰ অপশাসনত হোৱা দূৰ্নীতি উপস্থাপন আৰু বিজেপিৰ ১০ বছৰীয়া শাসনত হোৱা উন্নতি ৰূপায়ন বাটৰ নাটত।
বাটৰ নাট উপভোগ ফুলনি চাৰিআলিত সমবেত ৰাইজৰ।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    6 hrs ago
  • ডিগবৈ বগাপানী চাহ বাগিছাত বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ ঝাৰখণ্ড মুখ্যমন্ত্ৰী হেমন্ত চুৰেনৰ। ঝাৰখণ্ড মুক্তি মৰ্চাৰ ডিগবৈৰ প্ৰাৰ্থী ভৰত নায়কৰ হৈ প্ৰচাৰ চলালে চুৰেনে। পাচ জন ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়ক হ'লেই চাহ শ্ৰমিকৰ মজুৰি ৫০০ টকা হব বুলি উল্লেখ সভাত। ২৫০ টকাত ভাল নিমখ নাপায়, 250 টকা শ্ৰমিকক মজুৰি দি চৰম প্ৰতাৰনা কৰিছে বুলি কৰে উত্থাপন।
    1
    ডিগবৈ বগাপানী চাহ বাগিছাত বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ ঝাৰখণ্ড মুখ্যমন্ত্ৰী হেমন্ত চুৰেনৰ।
ঝাৰখণ্ড মুক্তি মৰ্চাৰ ডিগবৈৰ প্ৰাৰ্থী ভৰত নায়কৰ হৈ প্ৰচাৰ চলালে চুৰেনে।
পাচ জন ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়ক হ'লেই চাহ শ্ৰমিকৰ মজুৰি ৫০০ টকা হব বুলি উল্লেখ সভাত।
২৫০ টকাত ভাল নিমখ নাপায়, 250 টকা শ্ৰমিকক মজুৰি দি চৰম প্ৰতাৰনা কৰিছে বুলি কৰে উত্থাপন।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    1 hr ago
  • ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সাধাৰণভাৱে উলাই গৈছে ৰাইজৰ কাষলৈ। ব'হাগৰ ১ তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ । ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য।
    2
    ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে   অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে চলাইছে  নিৰ্বাচনী প্ৰচাৰ। সাধাৰণভাৱে উলাই গৈছে ৰাইজৰ কাষলৈ। ব'হাগৰ ১ তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ । ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    6 hrs ago
  • Post by Mahendra Pqgag
    1
    Post by Mahendra Pqgag
    user_Mahendra Pqgag
    Mahendra Pqgag
    গহপুৰ, বিশ্বনাথ, অসম•
    14 hrs ago
  • জয় গুৰু শংকৰ : উজনি ৰাইজলৈ মৰম আৰু শ্ৰদ্ধাৰ জনাইছোঁ : অসমীয়াতে বহাগ বিহুৰ শুভেচ্ছা নৰেন্দ্ৰ মোদী ::
    1
    জয় গুৰু শংকৰ : 
উজনি ৰাইজলৈ মৰম আৰু 
শ্ৰদ্ধাৰ জনাইছোঁ : অসমীয়াতে বহাগ বিহুৰ শুভেচ্ছা নৰেন্দ্ৰ মোদী ::
    user_Asom khobor(অসম খবৰ)
    Asom khobor(অসম খবৰ)
    Local News Reporter বিশ্বনাথ, বিশ্বনাথ, অসম•
    1 hr ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    2 hrs ago
  • আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে আজি কলিয়াপানী মণ্ডলৰ অন্তৰ্গত পাঁচখন পঞ্চায়তত বুথ কাৰ্যকৰ্তা সন্মিলনৰ লগতে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা হয়। এই কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উপস্থিত থাকি দলীয় কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কলিয়াপানী মণ্ডলৰ সভানেত্ৰী ভাৰতী শইকীয়া বৰুৱাৰ লগতে জিলা সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবে আগন্তুক নিৰ্বাচনত দলটোৰ বিজয় নিশ্চিত বুলিও তেওঁলোকে দৃঢ়তাৰে মত প্ৰকাশ কৰে। এই সন্মিলনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ হোৱা দেখা গৈছে।
    4
    আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে আজি কলিয়াপানী মণ্ডলৰ অন্তৰ্গত পাঁচখন পঞ্চায়তত বুথ কাৰ্যকৰ্তা সন্মিলনৰ লগতে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা হয়। এই কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উপস্থিত থাকি দলীয় কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কলিয়াপানী মণ্ডলৰ সভানেত্ৰী ভাৰতী শইকীয়া বৰুৱাৰ লগতে জিলা সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবে আগন্তুক নিৰ্বাচনত দলটোৰ বিজয় নিশ্চিত বুলিও তেওঁলোকে দৃঢ়তাৰে মত প্ৰকাশ কৰে। এই সন্মিলনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ হোৱা দেখা গৈছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    22 hrs ago
  • তিনিচুকীয়া বিধানসভা সমষ্টিৰ বৰভেটা চাহ বাগিছাত আটছাৰ প্ৰতিবাদ । বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী পুলক গোঁহাইক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে বাট আগুছি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদৰ সময়ত স্পষ্টকৈ তিনিচুকীয়াত সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব দিয়াৰ সলনি মাকুমলৈ স্থানান্তৰ কৰাক লৈ ক্ষোভ উজাৰে আটছাই। সমান্তৰালভাৱে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক কিছু কিছু স্থানত প্ৰচাৰত বাধা দিয়াৰ বিৰুদ্ধেও ক্ষোভ উজাৰে আটছাই ।
    1
    তিনিচুকীয়া বিধানসভা সমষ্টিৰ বৰভেটা চাহ বাগিছাত আটছাৰ প্ৰতিবাদ । 
বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী পুলক গোঁহাইক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে বাট আগুছি সাব্যস্ত কৰে প্ৰতিবাদ ।
প্ৰতিবাদৰ সময়ত স্পষ্টকৈ তিনিচুকীয়াত সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব দিয়াৰ সলনি মাকুমলৈ স্থানান্তৰ কৰাক লৈ ক্ষোভ উজাৰে আটছাই।
সমান্তৰালভাৱে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক কিছু কিছু স্থানত প্ৰচাৰত বাধা দিয়াৰ বিৰুদ্ধেও ক্ষোভ উজাৰে আটছাই ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    2 hrs ago
  • আকাশবাণীৰ নিয়মীয়া শ্ৰোতা,ফোন কলাৰ,পত্ৰলেখক “সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ,অসম” ৰ যোৱা ১৫ মাৰ্চৰ দেওবাৰৰ দিনা ধেমাজী মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গণত শ্ৰোতা সংঘৰ প্ৰথম বছৰৰ প্ৰতিষ্ঠা বৰ্ষত প্ৰদান কৰা হৈছে “সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় অনুৰাগী শ্ৰোতা বন্ধু বঁটা”৷প্ৰণৱ কুমাৰ দত্ত সুদীৰ্ঘ দিন ৰেডিঅ’ৰ জনপ্ৰিয় অনুষ্ঠান ডাকপখিলী,যুৱবাণী(ডাকঘৰ),ফোন ইন সমিধান ,অনুৰোধৰ গীতৰ অনুষ্ঠান ৰামধেনু,সুৰৰ সাতসৰি,মন্দাকিনী,কল্পতৰু আৰু মূৰ্ছনা আদি গীত চিঠি লিখি অনুৰোধ জনাই আহিছে ৷ প্ৰণৱ কুমাৰ দত্ত শিৱসাগৰ জিলাৰ জাঁজী খাটোৱাল গাঁৱৰ বাসিন্দা ৷
    1
    আকাশবাণীৰ নিয়মীয়া শ্ৰোতা,ফোন কলাৰ,পত্ৰলেখক “সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ,অসম” ৰ  যোৱা ১৫ মাৰ্চৰ দেওবাৰৰ দিনা ধেমাজী মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গণত শ্ৰোতা সংঘৰ প্ৰথম বছৰৰ প্ৰতিষ্ঠা বৰ্ষত প্ৰদান কৰা হৈছে “সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় অনুৰাগী শ্ৰোতা বন্ধু বঁটা”৷প্ৰণৱ কুমাৰ দত্ত সুদীৰ্ঘ দিন ৰেডিঅ’ৰ জনপ্ৰিয় অনুষ্ঠান ডাকপখিলী,যুৱবাণী(ডাকঘৰ),ফোন ইন সমিধান ,অনুৰোধৰ গীতৰ অনুষ্ঠান ৰামধেনু,সুৰৰ সাতসৰি,মন্দাকিনী,কল্পতৰু আৰু মূৰ্ছনা আদি গীত চিঠি লিখি অনুৰোধ জনাই আহিছে ৷ প্ৰণৱ কুমাৰ দত্ত শিৱসাগৰ জিলাৰ জাঁজী খাটোৱাল গাঁৱৰ বাসিন্দা ৷
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.