logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সাধাৰণভাৱে উলাই গৈছে ৰাইজৰ কাষলৈ। ব'হাগৰ ১ তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ । ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য।

2 hrs ago
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
2 hrs ago

মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সাধাৰণভাৱে উলাই গৈছে ৰাইজৰ কাষলৈ। ব'হাগৰ ১ তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ । ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য।

More news from অসম and nearby areas
  • ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সাধাৰণভাৱে উলাই গৈছে ৰাইজৰ কাষলৈ। ব'হাগৰ ১ তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ । ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য।
    2
    ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে   অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে চলাইছে  নিৰ্বাচনী প্ৰচাৰ। সাধাৰণভাৱে উলাই গৈছে ৰাইজৰ কাষলৈ। ব'হাগৰ ১ তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ । ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে।আনফালে একাংশ মহিলাই বিহুগীতৰ তালে কৰিছে নৃত্য।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    2 hrs ago
  • বুধবাৰে মাজ নিশা গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি দলংত এখন বিলাসী বাহন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । গুৰুত্বৰ ভাবে আহত লোকজনৰ নাম নচিম আলী বুলি জানিব পৰা গৈছে । আহত লোকজনৰ ঘৰ গোলাঘাটৰ আধাসত্ৰত। AS 01 AK 0965 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিংত খুন্দা মাৰে। দূৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে মূহুৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন।
    1
    বুধবাৰে 
মাজ নিশা গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি দলংত এখন  বিলাসী বাহন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ।
গুৰুত্বৰ ভাবে আহত লোকজনৰ নাম নচিম আলী বুলি জানিব পৰা গৈছে । আহত লোকজনৰ ঘৰ গোলাঘাটৰ আধাসত্ৰত।  AS 01 AK 0965 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিংত খুন্দা মাৰে। দূৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে মূহুৰ্ততে  চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    4 hrs ago
  • #best photo #video graphy
    3
    #best photo #video graphy
    user_Sri Gaurab Jyoti Saikia
    Sri Gaurab Jyoti Saikia
    Salesperson গোলাঘাট, গোলাঘাট, অসম•
    4 hrs ago
  • Post by Mahendra Pqgag
    1
    Post by Mahendra Pqgag
    user_Mahendra Pqgag
    Mahendra Pqgag
    গহপুৰ, বিশ্বনাথ, অসম•
    10 hrs ago
  • road broken inside
    1
    road broken inside
    user_Santosh Mazumder
    Santosh Mazumder
    যোৰহাট পূব, যোৰহাট, অসম•
    6 hrs ago
  • হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??
    1
    হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??
    user_NS DIGITAL SOLUTIONS
    NS DIGITAL SOLUTIONS
    Car and Motor Insurance Agency মৰিয়নি, যোৰহাট, অসম•
    20 hrs ago
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিলে কংগ্ৰেছ প্ৰাৰ্থী ড° ইন্দ্ৰনীল পেগুয়ে কিন্তু কিয়.... ✅মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে তোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে ড° ইন্দ্ৰনীল পেগুয়ে ✅মাজুলীৰ মৌলিক সমস্যাৰ ওপৰত অসম বিধান সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে অৱলম্বণ কৰা মৌনতাৰ অভিযোগ
    1
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক   ধন্যবাদ দিলে কংগ্ৰেছ প্ৰাৰ্থী  ড° ইন্দ্ৰনীল পেগুয়ে কিন্তু কিয়....
✅মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে তোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে ড° ইন্দ্ৰনীল পেগুয়ে
✅মাজুলীৰ মৌলিক সমস্যাৰ ওপৰত অসম বিধান সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে অৱলম্বণ কৰা মৌনতাৰ অভিযোগ
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    2 hrs ago
  • ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।
    3
    ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত।শাসকীয় দলৰ ওপৰিও বিৰোধী দল সমূহে   অব্যাহত ৰাখিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশালা নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে পুৱা নিজৰ চাইকেলখন লৈ ৰাইজৰ কাষলৈ যায়। পূৱা চাইকেলখন লৈ কোনো এটি পৰিয়ালৰ চোতালত বহি একাপ চাহ খাই মত বিনিময় কৰিছে ৰাইজৰ সৈতে। এই সন্দৰ্ভত চাওক নুমলীগড়ৰ পৰা ভৰত দাসৰ এক প্ৰতিবেদন।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.