logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নগাঁৱৰ জাজৰিত এজন যুৱকৰ প্ৰাণহানিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক ঘটনাক লৈ ৰিংকু দাস নামৰ যুৱকজনৰ পৰিয়ালে মৰিগাঁৱৰ এগৰাকী প্ৰেমিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, তেওঁলোকে কেতিয়াও ভবা নাছিল যে ভালপোৱা ছোৱালীজনীয়ে এনেধৰণৰ কাম কৰিব পাৰে। পৰিয়ালৰ অভিযোগ অনুসৰি, ৰিংকু দাসে প্ৰেমিকাগৰাকীক নাৰ্চিং পঢ়িবলৈ প্ৰায় ১ লাখ টকা দিছিল। ২৫ মে' তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰলৈ গৈছিল বুলিও পৰিয়ালে জানিবলৈ দিছে। তেওঁলোকে সন্দেহ কৰিছে যে প্ৰেমিকাৰ ঘৰতেই ৰিংকুক শেষ কৰি দিয়া হৈছে। এই সন্দৰ্ভত ন্যায় বিচাৰি ৰিংকু দাসৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে।

2 hrs ago
user_ৰিয়ান মেধী
ৰিয়ান মেধী
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
2 hrs ago

নগাঁৱৰ জাজৰিত এজন যুৱকৰ প্ৰাণহানিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক ঘটনাক লৈ ৰিংকু দাস নামৰ যুৱকজনৰ পৰিয়ালে মৰিগাঁৱৰ এগৰাকী প্ৰেমিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, তেওঁলোকে কেতিয়াও ভবা নাছিল যে ভালপোৱা ছোৱালীজনীয়ে এনেধৰণৰ কাম কৰিব পাৰে। পৰিয়ালৰ অভিযোগ অনুসৰি, ৰিংকু দাসে প্ৰেমিকাগৰাকীক নাৰ্চিং পঢ়িবলৈ প্ৰায় ১ লাখ টকা দিছিল। ২৫ মে' তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰলৈ গৈছিল বুলিও পৰিয়ালে জানিবলৈ দিছে। তেওঁলোকে সন্দেহ কৰিছে যে প্ৰেমিকাৰ ঘৰতেই ৰিংকুক শেষ কৰি দিয়া হৈছে। এই সন্দৰ্ভত ন্যায় বিচাৰি ৰিংকু দাসৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে।

More news from অসম and nearby areas
  • অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    1
    অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    20 hrs ago
  • নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ গেৰুৱাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে এই মৃত্যুক পৰিকল্পিত হত্যা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজন জাজৰি বগৰিগুৰিৰ ৰিংকু দাস বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, ৰিংকু দাসৰ মৰিগাঁৱৰ গেৰুৱাৰ অনিতা পাটৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল, কিন্তু তাৰ পিছতে তেওঁ জীৱিত হৈ ঘৰলৈ উভতি নাহিল আৰু শৱদেহ হিচাপেহে ওভতাই অনা হ'ল। এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল আৰু স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰিছে যে, প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই প্ৰেমিকাৰ পৰিয়ালে ৰিংকুক পৰিকল্পিতভাৱে হত্যা কৰিছে। ইফালে, ভুক্তভোগী পৰিয়ালে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে। পৰিয়াল আৰু গাঁৱবাসীয়ে উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিবলৈ দাবী জনাইছে।
    3
    নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ গেৰুৱাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে এই মৃত্যুক পৰিকল্পিত হত্যা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজন জাজৰি বগৰিগুৰিৰ ৰিংকু দাস বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি, ৰিংকু দাসৰ মৰিগাঁৱৰ গেৰুৱাৰ অনিতা পাটৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল, কিন্তু তাৰ পিছতে তেওঁ জীৱিত হৈ ঘৰলৈ উভতি নাহিল আৰু শৱদেহ হিচাপেহে ওভতাই অনা হ'ল। এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল আৰু স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰিছে যে, প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই প্ৰেমিকাৰ পৰিয়ালে ৰিংকুক পৰিকল্পিতভাৱে হত্যা কৰিছে।

ইফালে, ভুক্তভোগী পৰিয়ালে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে। পৰিয়াল আৰু গাঁৱবাসীয়ে উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিবলৈ দাবী জনাইছে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    1 hr ago
  • ৰূপহী হাটলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন ছাত্ৰী ছাবানা ইয়াছমিনক তেওঁৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত সম্বৰ্ধনা জনোৱা হ'ল। এই উপলক্ষে, প্ৰাক্তন ছাত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিজৰ ছাত্ৰী জীৱনৰ বহু কথা আমাৰ আগত প্ৰকাশ কৰে।
    1
    ৰূপহী হাটলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন ছাত্ৰী ছাবানা ইয়াছমিনক তেওঁৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত সম্বৰ্ধনা জনোৱা হ'ল। এই উপলক্ষে, প্ৰাক্তন ছাত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিজৰ ছাত্ৰী জীৱনৰ বহু কথা আমাৰ আগত প্ৰকাশ কৰে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য’ত এগৰাকী পথচাৰীৰ লগতে চাৰিজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। AS 21 Q 0857 নম্বৰৰ এখন বাইকেৰে চাৰিজন যুৱকে তীব্ৰ গতিত আহি পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আটাইকে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে, যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে দুজনক নগাঁৱলৈ পঠিয়ায়।
    2
    মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য’ত এগৰাকী পথচাৰীৰ লগতে চাৰিজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। AS 21 Q 0857 নম্বৰৰ এখন বাইকেৰে চাৰিজন যুৱকে তীব্ৰ গতিত আহি পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আটাইকে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে, যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে দুজনক নগাঁৱলৈ পঠিয়ায়।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.